প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ কালজয়ী সংস্কৃতি আৰু আধ্যাত্মিক ঐতিহ্যৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বহু শতিকা ধৰি হোৱা অগণন আক্ৰমণৰ সন্মুখীন হৈও দৃঢ়তাৰে বৰ্তি থকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে ভাৰতৰ সভ্যতাৰ যাত্ৰা ইয়াৰ জনসাধাৰণৰ সামূহিক শক্তিৰ বাবেই অব্যাহত আছে, যিসকলে অটল প্ৰতিশ্ৰুতিৰে ৰাষ্ট্ৰৰ সাংস্কৃতিক উত্তৰাধিকাৰ সুৰক্ষিত কৰিছে।
এক্সত এটা সংস্কৃত শ্লোকৰ উদ্ধৃতি দি তেওঁ স্থিতিস্থাপকতাৰ গভীৰ অৰ্থৰ ওপৰত আলোকপাত কৰেঃ
‘আমাৰ মহান সাংস্কৃতিক আৰু আধ্যাত্মিক ঐতিহ্য অগণন আক্ৰমণৰ সাক্ষী হৈ আছে। দেশবাসীৰ সামূহিক শক্তিয়ে আমাৰ সাংস্কৃতিক ঐতিহ্য সদায়ে অক্ষুণ্ণ ৰাখিছে।
वनानि दहतो वह्नेः सखा भवति मारुतः।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ।।’
हमारी महान संस्कृति और आध्यात्मिक विरासत अनगिनत हमलों की भी साक्षी रही है। यह देशवासियों की सामूहिक शक्ति ही है, जिसने हमारी सांस्कृतिक धरोहर को हमेशा अक्षुण्ण रखा है।
— Narendra Modi (@narendramodi) January 5, 2026
वनानि दहतो वह्नेः सखा भवति मारुतः।
स एव दीपनाशाय कृशे कस्यास्ति सौहृदम् ।। pic.twitter.com/tOs3T2Zi2x


