প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নৱবৰ্ষ উপলক্ষে সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে আৰু লগতে আশা প্ৰকাশ কৰিছে যে অনাগত সময়ত প্ৰতিজন ব্যক্তিয়ে নিজৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব।

শ্ৰী মোদীয়ে এই কথা জোৰ দিয়ে যে দৃঢ়তা আৰু ইচ্ছাশক্তিৰে নৱবৰ্ষত লোৱা সংকল্পসমূহ পূৰণ কৰিব পৰা যাব।

প্ৰধানমন্ত্ৰীয়ে এই কথাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে এই কালজয়ী জ্ঞানে কল্যাণ কঢ়িয়াই আনিব পৰা কাৰ্যত জড়িত হ’বলৈ আমাক আগবাঢ়ি যাবলৈ, সজাগ হৈ থাকিবলৈ উৎসাহিত কৰাৰ সমান্তৰালকৈ ভৱিষ্যতৰ পদক্ষেপত আমাৰ মনক সুস্থিৰ আৰু নিৰ্ভীক কৰি ৰাখে।

এক্স-ৰ এটা পোষ্টত সংস্কৃতৰ এটা শ্লোকৰ জৰিয়তে এই অনুপ্ৰেৰণামূলক বাৰ্তা শ্বেয়াৰ কৰি শ্ৰী মোদীয়ে কয়ঃ

“मेरी कामना है कि आने वाले समय में आपको अपने हर प्रयास में सफलता मिले। दृढ़संकल्प और इच्छाशक्ति से नए साल में आपके संकल्प की सिद्धि हो।

उत्थातव्यं जागृतव्यं योक्तव्यं भूतिकर्मसु।

भविष्यतीत्येव मनः कृत्वा सततमव्यथैः।।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore

Media Coverage

Parliament passes Jan Vishwas Bill 2026, decriminalising 717 offences, fines up to Rs 1 crore
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived