PM receives feedback and conducts thorough review of the States, highlights regions in need of greater focus and outlines strategy to meet the challenge
PM asks CMs to focus on 60 districts with high burden of cases
PM asks States to increase testing substantially and ensure 100% RT-PCR tests in symptomatic RAT negative cases
Limit of using the State Disaster Response Fund for COVID specific infrastructure has been increased from 35% to 50%: PM
PM exhorts States to assess the efficacy of local lockdowns
Country needs to not only keep fighting the virus, but also move ahead boldly on the economic front: PM
PM lays focus on testing, tracing, treatment, surveillance and clear messaging
PM underlines the importance of ensuring smooth movement of goods and services, including of medical oxygen, between States

কভিড প্ৰস্তুতি আৰু সঁহাৰিৰ পৰ্যালোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আজি ৭ ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আন উচ্চপদস্থ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হয়। এই বৈঠকত উপস্থিত থাকে গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী, স্বাস্থ্য মন্ত্ৰী, অন্ধ্ৰ প্ৰদেশ, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, দিল্লী, পঞ্জাৱ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে উক্ত ৰাজ্যসমূহৰ গৃহমন্ত্ৰীসকল, স্বাস্থ্য মন্ত্ৰীসকল, মুখ্য সচিবসকল, স্বাস্থ্য সচিবসকল, গৃহ সচিবসকল আৰু আৰক্ষী সঞ্চালক প্ৰধানসকল। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ বিষয়াসকল, কেবিনেট সচিবসকল, নীতি আয়োগৰ সদস্যসকল আৰু স্বাস্থ্য, গৃহ, আইচিএমআৰৰ সচিবসকলৰ লগতে অন্যান্য বিষয়াবৰ্গ।

ভাৰতৰ কভিড স্থিতি সন্দৰ্ভত এক বিতং বিৱৰণ দাঙি ধৰে গৃহ বিভাগৰ সচিবে। এয়া উল্লেখ কৰা হয় যে দেশত কভিড-১৯ত দৈনিক আক্ৰান্তৰ ৬২শতাংশ আৰু মৃত্যু হোৱা সংখ্যাৰ প্ৰায় ৭৭শতাংশই এই ৭ ৰাজ্যৰ। এই ৰাজ্যসমূহৰ সংশ্লিষ্ট জিলাসমূহত আক্ৰান্তৰ সংখ্যা, নমুনা পৰীক্ষা, মৃত্যুৰ সংখ্যা আৰু ছেম্পল পজিটিভিটিৰ হাৰ এই উপস্থাপনত দাঙি ধৰা হয়।

মুখ্যমন্ত্ৰীসকলেও প্ৰধানমন্ত্ৰীৰ আগত তেওঁলোকৰ ৰাজ্যসমূহৰ স্থিতি আৰু পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন উদ্যোগৰ বিষয়ে চমু বিৱৰণ দাঙি ধৰে। সন্মানীয় প্ৰধানমন্ত্ৰীয়ে সংশ্লিষ্ট সকলোকে এই ৰাজ্যসমূহত ভাইৰাছবিধৰ সংক্ৰমণৰ শৃংখলা ৰোধ কৰাটো যাতে নিশ্চিত কৰিব পৰা যায়, ঘটনাৰ আগতীয়া চিনাক্তকৰণত সহায়ৰ বাবে পৰ্যাপ্ত নমুনা পৰীক্ষাৰ লগতে মৃতকৰ সংখ্যা হ্ৰাস কৰাত গুৰুত্ব দিয়া আৰু দেশত যাতে অধিক সংক্ৰমণ ৰোধ কৰিব পাৰি তাৰ বাবে কভিড সুৰক্ষা আচৰণত গুৰুত্ব আৰোপ কৰাৰ বাবে কঠোৰভাৱে নীতি অৱলম্বনৰ আহ্বান জনায়।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিভিন্ন মিডিয়া কেম্পেইনৰ জৰিয়তে অধিক বোজা বহনকাৰী জিলাসমূহক চিনাক্ত কৰি উলিওৱাটো দৰকাৰী আৰু কভিড উপযুক্ত আচৰণ অধিক কৰাটো গুৰুত্বপূৰ্ণ। তেওঁ পৰামৰ্শ দিয়ে যে বহনযোগ্য কভিড পৰিচালনা, সম্প্ৰদায়ৰ সজাগতা আৰু ইয়াৰ অংশগ্ৰহণ সৰ্বোচ্চ আৰু কভিড নিয়ন্ত্ৰণৰ বাবে জন ভাগদাৰী আৰু জন আন্দোলন আব্যাহত ৰখাৰ আৱশ্যকতা আছে। তেওঁ অনাগত দিনত কভিড উপযুক্ত উত্সৱৰ প্ৰচাৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিশেষভাৱে কণ্টেইনমেণ্ট জোনসমূহত কঠোৰ প্ৰয়োগ আৰু নিৰীক্ষণ কৰাৰ আৱশ্যকীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, বিশেষভাৱে বেলেগ বেমাৰ থকা ৰোগীসকল আৰু বয়সস্থ ৰোগীসকলক যাতে সংক্ৰমণৰ পৰা বচাই ৰাখিব পাৰি সেয়া নিশ্চিত কৰাত । তেওঁ মৃতকৰ সংখ্যা হ্ৰাস কৰাৰ বাবে সকলো স্বাস্থ্য সেৱাত জড়িত মানসম্পন্ন চিকিত্সা নিৰ্দেশনাৰ কাৰ্যকৰী প্ৰয়োগ কৰাৰ লগতে অক্সিজেন, দৰৱ, সৰঞ্জাম আদিৰ পৰ্যাপ্ত সৰবৰাহ নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়টি দাঙি ধৰে।

তেওঁ উল্লেখ কৰে যে স্বাস্থ্য আন্তঃগাঁথনি উন্নীত কৰা জৰুৰী হোৱাৰ সময়তে এয়াও সমানেই গুৰুত্বপূৰ্ণ যে ক্ষেত্ৰ পৰ্যায়ত ছীমলেচ হাস্পতাল প্ৰৱেশ প্ৰক্ৰিয়া সুনিশ্চিত হোৱাৰ লগতে একে বিষয়ত যাতে নাগৰিকসকল সজাগ থাকে।

তেওঁ উল্লেখ কৰে যে কভিড নিয়ন্ত্ৰণৰ যুঁজ এতিয়াও শেষ হোৱা নাই আৰু সকলো ৰাজ্যই নিজা প্ৰচেষ্টা অব্যাহত ৰখাৰ আৱশ্যকতা আছে আৰু দেশত মহামাৰীৰ স্থিতি নিয়ন্ত্ৰণৰ বাবে এক মিছন মোডৰ প্ৰয়োজন।

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"One Earth, One Family": Oman lauds India's vision for peace, dialogue at BRICS Summit 2026
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister congratulates Indian Women’s Cricket Team on winning Asia Cup
September 14, 2026

The Prime Minister, Shri Narendra Modi, has congratulated the Indian Women’s Cricket Team on winning the Asia Cup.

The Prime Minister said that the team’s confidence, consistency and remarkable spirit were on full display throughout the tournament.

Shri Modi expressed hope that this triumph would inspire millions of youngsters across the country to play more and shine.

In a post on X, Shri Modi said;

“A proud moment for Indian cricket!

Congratulations to the Women’s team on winning the Asia Cup. Their confidence, consistency and remarkable spirit were on full display throughout the tournament.

May this triumph inspire millions of youngsters across the country to play more and shine.”