আজি শ্ৰী অৰবিন্দক তেওঁৰ জয়ন্তীত স্মৰণ কৰি, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে শ্ৰী অৰবিন্দ "এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তি আছিল, যাৰ ওচৰত আমাৰ ৰাষ্ট্ৰৰ বাবে এটা স্পষ্ট দৃষ্টিভংগী আছিল। শিক্ষা, বৌদ্ধিক দক্ষতা আৰু শক্তিৰ ওপৰত থকা তেওঁৰ গুৰুত্বই আমাক সদায়েই অনুপ্ৰাণিত কৰি থাকিব।"

প্ৰধানমন্ত্ৰীয়ে টুইট কৰিছে:

"আজি শ্ৰী অৰবিন্দৰ জয়ন্তী। তেওঁ এজন তীক্ষ্ণ বুদ্ধিসম্পন্ন ব্যক্তি আছিল, যাৰ ওচৰত আমাৰ ৰাষ্ট্ৰৰ বাবে এটা স্পষ্ট দৃষ্টিভংগী আছিল। শিক্ষা, বৌদ্ধিক দক্ষতা আৰু শক্তিৰ ওপৰত থকা তেওঁৰ গুৰুত্বই আমাক সদায়েই অনুপ্ৰাণিত কৰি থাকিব। পুডুচেৰী আৰু তামিলনাডুত তেওঁৰ সৈতে জড়িত কিছুমান স্থানৰ মোৰ ভ্ৰমনৰ কেইখনমান ছবি শ্বেয়াৰ কৰিছো।"

"#MannKiBaat ৰ এটা এপিছোডত মই শ্ৰী অৰবিন্দৰ চিন্তাৰ মহানতা আৰু তেওঁ আমাক আত্মনিৰ্ভৰতা তথা জ্ঞান প্ৰাপ্তিৰ বিষয়ে কি শিক্ষা দিছে, তাৰ ওপৰতো আলোকপাত কৰিছিলো।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Vietnam group to invest $8.5 billion in Maharashtra

Media Coverage

Vietnam group to invest $8.5 billion in Maharashtra
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 8 এপ্ৰিল 2026
April 08, 2026

Bold Vision, Tangible Wins: PM Modi’s India Leads in AI, EVs, Nuclear & Inclusive Entrepreneurship