প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিদৰ্ভ ক্ষেত্ৰৰ বাবে কালি উদ্বোধন কৰা ৬খন ৰোড অভাৰব্ৰীজৰ (আৰঅ'বি)ৰ প্ৰশংসা কৰে। মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী দেৱেন্দ্ৰ ফাডণবীসৰ এটা টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে নিজৰ টুইটত কয়:
"বিদৰ্ভ ক্ষেত্ৰত সম্পৰ্কৰ বাবে বৰ ভাল হৈছে।"
Great for connectivity in Vidarbha region. https://t.co/2KTjnZYsSt
— Narendra Modi (@narendramodi) April 16, 2023


