আৰক্ষী স্মৃতি দিৱসত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্মৰত অৱস্থাত শ্বহীদ হোৱা আৰক্ষীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ''আৰক্ষী স্মৃতি দিৱসৰ তাৎপৰ্য হৈছে সমগ্ৰ ভাৰতত থকা আৰক্ষীৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ। কৰ্মৰত অৱস্থাত শ্বহীদ হোৱা সকলো আৰক্ষীৰ জোৱানৰ প্ৰতি আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰো। তেওঁলোকৰ আত্ম বলিদান আৰু সেৱা সদায় স্মৰণ কৰা হ'ব। আইন-শৃংখলা পৰিস্থিতি ৰক্ষা কৰাৰ পৰা ভয়াবহ অপৰাধৰ সমাধান কৰালৈকে, দুৰ্যোগ প্ৰশমনত সহায় কৰাৰ পৰা কোভিড-১৯ৰে যুঁজ দিয়ালৈকে, আমাৰ আৰক্ষী জোৱানসকলে কোনোধৰণৰ দ্বিধা নকৰাকৈ সদায় সৰ্বোত্তম সেৱা আগবঢ়াই আহিছে। নাগৰিকক সহায় কৰিবলৈ থকা তেওঁলোকৰ অনুৰাগ আৰু তৎপৰতাত আমি গৌৰৱান্বিত, প্ৰধানমন্ত্ৰীয়ে কয়।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Media Coverage

"Overwhelmed By The Warmth": PM Modi Receives Grand Welcome In Uzbekistan
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 আগষ্ট 2026
August 29, 2026

New India, New Speed, New Stage: Missiles, Medals, Multilateralism under PM Modi