প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকমান্য তিলকৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, " এগৰাকী পথ প্ৰদৰ্শক নেতা হিচাপে তেওঁ ভাৰতৰ স্বাধীনতা আন্দোলনৰ মনোভাৱক অটল বিশ্বাসৰে জগাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।"

এক্সৰ পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"লোকমান্য তিলকৰ জয়ন্তী উপলক্ষে তেওঁক স্মৰণ কৰিছো। তেওঁ এগৰাকী পথপ্ৰদৰ্শক নেতা আছিল যিয়ে অটল বিশ্বাসৰে ভাৰতৰ স্বাধীনতা আন্দোলনৰ মনোভাৱ জগাই তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ এগৰাকী অসাধাৰণ চিন্তাবিদ তথা জ্ঞানৰ শক্তি আছিল আৰু আনৰ সেৱাত বিশ্বাস কৰিছিল।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
RBI Revises FY27 GDP Growth Forecast Up To 6.7%; Sees Indian Economy Staying Resilient

Media Coverage

RBI Revises FY27 GDP Growth Forecast Up To 6.7%; Sees Indian Economy Staying Resilient
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister Narendra Modi shares Sanskrit Subhashitam recognizing Earth as the nurturing mother of all life
August 06, 2026

The Prime Minister, Shri Narendra Modi today shared Sanskrit Subhashitam emphasising that humanity may live in harmony with the Earth, as earth is the nurturing mother of all life and the moral order that sustains her should be respected.

The Prime Minister shared a Sanskrit verse-

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥

The Prime Minister posted on X:

विश्वस्वं मातरमोषधीनां ध्रुवां भूमिं पृथिवीं धर्मणा धृताम्।

शिवां स्योनामनु चरेम विश्वहा॥