প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

শ্ৰী মোদীয়ে কয় যে কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক ভাৰতৰ সাহিত্য আৰু সংস্কৃতিৰ আত্মাক গঢ় দিয়াৰ বাবে মৰমেৰে স্মৰণ কৰা হয়। তেওঁৰ কৰ্মসমূহে মানৱতাবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সমান্তৰালকৈ জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ ভাৱ জাগ্ৰত কৰা বুলি শ্ৰীমোদীয়ে লগতে মত প্ৰকাশ কৰে।

এক্সৰ এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়;

"কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ভাৰতৰ সাহিত্য আৰু সংস্কৃতিৰ আত্মাক গঢ় দিয়াৰ বাবে মৰমেৰে স্মৰণ কৰা হয়। তেওঁৰ কৰ্মসমূহে মানৱতাবাদৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ সমান্তৰালকৈ জনসাধাৰণৰ মাজত জাতীয়তাবাদৰ ভাৱ জাগ্ৰত কৰিছিল। শান্তিনিকেতনক কৰা আপডালৰ জৰিয়তে প্ৰতিফলিত হোৱা শিক্ষা আৰু শিকণৰ প্ৰতি তেওঁৰ প্ৰচেষ্টা অতি প্ৰেৰণাদায়ক।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
99.92% villages in India covered with banking outlets within 5 km radius: Govt

Media Coverage

99.92% villages in India covered with banking outlets within 5 km radius: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 মাৰ্চ 2026
March 31, 2026

 Building a Resilient Bharat: Record Progress in Banking, Infrastructure, EVs, and Conservation Under PM Modi