প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি ছত্রপতি শিৱাজী মহাৰাজৰ জন্মদিনত তেওঁলৈ শ্রদ্ধা নিবেদন কৰিছে।
এক টুইট বার্তাযোগে প্রধানমন্ত্রীয়ে কয়, “ ভাৰত মাতাৰ অমৰ সন্তান, ছত্রপতি শিৱাজী মহাৰাজৰ জন্মদিনত তেওঁক কোটি কোটি প্রণাম জনাইছো। বিভিন্ন ঘটনাত তেখেতৰ অদম্য সাহস, অদ্ভূত শৌর্য্য আৰু অসাধাৰণ বুদ্ধিমত্তাৰ পৰিচয় আমি পাও, যিয়ে যুগ যুগ ধৰি দেশবাসীক অনুপ্রাণিত কৰি আহিছে। জয় শিৱাজী!”
मां भारती के अमर सपूत छत्रपति शिवाजी महाराज को उनकी जयंती पर शत-शत नमन। उनके अदम्य साहस, अद्भुत शौर्य और असाधारण बुद्धिमत्ता की गाथा देशवासियों को युगों-युगों तक प्रेरित करती रहेगी। जय शिवाजी! pic.twitter.com/3vhVgBYp5R
— Narendra Modi (@narendramodi) February 19, 2021


