প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্যামজী কৃষ্ণ বৰ্মাৰ জন্মদিন উপলক্ষে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰতি তেওঁৰ অদম্য সমৰ্পণৰ মনোভাৱক স্মৰণেৰে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
শ্ৰী মোদীয়ে এক্স-ৰ এটা প’ষ্টত লিখিছেঃ
“ভাৰত মাতাৰ সুযোগ্য সন্তান শ্যামজী কৃষ্ণ বৰ্মালৈ তেওঁৰ জন্ম বাৰ্ষিকীত আমাৰ দেশবাসীৰ হৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। স্বাধীনতা আন্দোলনৰ সময়ত তেওঁ প্ৰদৰ্শন কৰা সাহসিকতা, নিষ্ঠা আৰু সেৱাৰ মনোভাৱ সদায় স্মৰণীয় হৈ থাকিব। তেওঁৰ বীৰত্ব আৰু নিৰ্ভীকতাৰ কাহিনী এখনি বিকশিত ভাৰত গঢ়িবলৈ গভীৰ প্ৰেৰণাৰ উৎসও।”
सभी देशवासियों की ओर से भारत माता के कर्मठ सपूत श्यामजी कृष्ण वर्मा को उनकी जयंती पर आदरपूर्ण श्रद्धांजलि। आजादी के आंदोलन में उनके साहस, समर्पण और सेवाभाव को सदैव श्रद्धापूर्वक स्मरण किया जाएगा। उनकी वीरता और निर्भीकता की गाथा विकसित भारत के निर्माण के लिए भी एक बड़ी…
— Narendra Modi (@narendramodi) October 4, 2025


