প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী প্ৰণৱ মুখাৰ্জীৰ জয়ন্তী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে শ্ৰী মুখাৰ্জীক দশক দশক ধৰি ৰাজহুৱা জীৱনত অটল নিষ্ঠাৰে দেশসেৱা কৰা এগৰাকী উচ্চস্তৰীয় ৰাজনীতিবিদ আৰু ব্যতিক্ৰমী গভীৰতাৰ পণ্ডিত হিচাপে প্ৰশংসা কৰে ।

          এক্সত এটা পোষ্টত শ্ৰী মোদীয়ে কয়ঃ

"শ্ৰী প্ৰণৱ মুখাৰ্জীৰ জয়ন্তী উপলক্ষে তেওঁলৈ  শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। এগৰাকী উচ্চস্তৰীয় ৰাজনীতিবিদ আৰু ব্যতিক্ৰমী গভীৰতাৰ পণ্ডিত হিচাপে তেওঁ দশক দশক ধৰি ৰাজহুৱা জীৱনত অটল নিষ্ঠাৰে দেশসেৱা কৰিছিল । প্ৰণৱ বাবুৰ বুদ্ধিমত্তা আৰু চিন্তাধাৰাৰ স্পষ্টতাই প্ৰতিটো পদক্ষেপতে আমাৰ  গণতন্ত্ৰক সমৃদ্ধ কৰি তুলিছিল। এয়া সৌভাগ্য যে আমি মত বিনিময় কৰা বছৰসমূহত তেওঁৰ পৰা বহু শিকিবলৈ পাইছো। "

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission

Media Coverage

ISRO Successfully Tests CE20 Cryogenic Engine At Uprated 220 KN Thrust For C32 Stage Of Upcoming LVM3 Mission
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 11 ছেপ্টেম্বৰ 2026
September 11, 2026

Seva Pakhwada to Superpower Status: Why Citizens Are Hailing PM Modi’s Relentless Push