প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী ঠাকুৰৰ উপান্ত সকলৰ উন্নতি তথা সমতা, মানৱীয়তা আৰু ন্যায়ৰ হকে কৰা কামক প্ৰশংসা কৰি শ্ৰী মোদীয়ে মাটুৱা ধৰ্ম মহা মেলা ২০২৫-ৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

 

এক্স-ৰ এটা পোষ্টত তেওঁ এনেদৰে লিখিছেঃ

 

"শ্ৰী শ্ৰী হৰিচান্দ ঠাকুৰলৈ তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। সেৱা আৰু আধ্যাত্মিকতাৰ ওপৰত গুৰুত্ব দিয়াৰ বাবে তেওঁ অগণন লোকৰ হৃদয়ত জীয়াই আছে। তেওঁ প্রান্তিক লোকসকলৰ উন্নতি আৰু সমতা, মানৱীয়তা আৰু ন্যায়ৰ প্ৰচাৰৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল। পশ্চিমবংগৰ ঠাকুৰনগৰ আৰু বাংলাদেশৰ অৰাকাণ্ডিলৈ মোৰ ভ্ৰমণ কেতিয়াও পাহৰিব নোৱাৰিম, য’ত মই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলো।

#MatuaDharmaMahaMela2025 ৰ বাবে মোৰ শুভেচ্ছা, যি গৌৰৱোজ্জ্বল মাটুৱা সম্প্ৰদায়ৰ সংস্কৃতি প্ৰদৰ্শন কৰিব। আমাৰ চৰকাৰে মাটুৱা সম্প্ৰদায়ৰ কল্যাণৰ বাবে বহুতো পদক্ষেপ গ্ৰহণ কৰিছে আৰু আমি অনাগত সময়ত তেওঁলোকৰ কল্যাণৰ বাবে অক্লান্তভাৱে কাম কৰি যাম। জয় হৰিবোল!

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Water conservation in India: The community as custodian

Media Coverage

Water conservation in India: The community as custodian
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 মাৰ্চ 2026
March 21, 2026

Empowering Bharat Holistically: Health, Finance, Heritage & Export Growth Under the Leadership of PM Modi