It is India’s privilege and a matter of pride that the WHO Global Centre for Traditional Medicine has been established in Jamnagar: PM
Yoga has guided humanity across the world towards a life of health, balance, and harmony: PM
Through India’s initiative and the support of over 175 nations, the UN proclaimed 21 June as International Yoga Day; over the years, yoga has spread worldwide, touching lives across the globe: PM
The inauguration of the WHO South-East Asia Regional Office in Delhi marks another milestone. This global hub will advance research, strengthen regulation & foster capacity building: PM
Ayurveda teaches that balance is the very essence of health, only when the body sustains this equilibrium can one be considered truly healthy: PM
Restoring balance is no longer just a global cause-it is a global urgency, demanding accelerated action and resolute commitment: PM
The growing ease of resources and facilities without physical exertion is giving rise to unexpected challenges for human health: PM
Traditional healthcare must look beyond immediate needs, it is our collective responsibility to prepare for the future as well: PM

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ বিশ্ব সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। তেওঁ এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ প্ৰকাশ কৰি উক্ত প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সক্ৰিয় ভূমিকাৰ কথা উল্লেখ কৰে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে তেওঁ ডব্লিউএইচঅ, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

“জামনগৰত ডব্লিউএইচঅ গ্ল’বেল চেন্টাৰ ফৰ ট্ৰেডিচনেল মেডিচিন স্থাপন কাৰ্য্য ভাৰতৰ সৌভাগ্য আৰু গৌৰৱৰ বিষয়”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে ২০২২-ত প্ৰথম পৰম্পৰাগত চিকিৎসা সন্মিলনৰ সময়ত বিশ্বই ভাৰতক অতি আত্মবিশ্বাসেৰে এই দায়িত্ব অৰ্পণ কৰিছিল। শ্ৰী মোদীয়ে কয় যে কেন্দ্ৰটোৰ সুনাম আৰু প্ৰভাৱ বিশ্বজুৰি সম্প্ৰসাৰিত হোৱাটো সকলোৰে বাবে সন্তোষৰ কথা, যি এই সন্মিলনৰ সফলতাৰ পৰম উদাহৰণ হিচাপে পৰিগণিত হৈছে। তেওঁ উল্লেখ কৰে যে এই সন্মিলনত পৰম্পৰাগত জ্ঞান আৰু আধুনিক পদ্ধতিৰ মিলন ঘটিছে। ইয়াত কেইবাটাও নতুন পদক্ষেপ আৰম্ভ কৰা হৈছে যিয়ে চিকিৎসা আৰু সামগ্ৰিক স্বাস্থ্যৰ ভৱিষ্যতক ৰূপান্তৰিত কৰিব পাৰে। তেওঁ কয় যে এই সন্মিলনে ভিন্ন দেশৰ স্বাস্থ্য মন্ত্ৰী আৰু প্ৰতিনিধিসকলৰ মাজত আলোচনাৰ সুবিধা প্ৰশস্ত কৰিছে, যিয়ে যৌথ গৱেষণাক প্ৰসাৰিত কৰা, নিয়মসমূহ সৰল কৰা আৰু প্ৰশিক্ষণ তথা জ্ঞান বিনিময় কাৰ্য্যৰ অগ্ৰগতিৰ বাবে নতুন পথ মুকলি কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে এনে সহযোগিতাই ভৱিষ্যতে পৰম্পৰাগত চিকিৎসাক অধিক সুৰক্ষিত আৰু অধিক বিশ্বাসযোগ্য কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

 

এই সন্মিলনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সহমতত উপনীত হোৱা কাৰ্য্যই বিশ্ব অংশীদাৰিত্বৰ শক্তিকে প্ৰতিফলিত কৰিছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে গৱেষণাক সম্প্ৰসাৰিত কৰা, পৰম্পৰাগত চিকিৎসাৰ ক্ষেত্ৰত ডিজিটেল প্ৰযুক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু বিশ্বজুৰি বিশ্বাসযোগ্য নিয়ন্ত্ৰণ কাঠামো গঢ়া কাৰ্য্যই পৰম্পৰাগত চিকিৎসাক বহু পৰিমাণে সমৃদ্ধ কৰি তুলিব। তেওঁ উল্লেখ কৰে যে এক্সপ’ত ডিজিটেল স্বাস্থ্য প্ৰযুক্তি, এআই-ভিত্তিক আহিলা, গৱেষণা উদ্ভাৱন আৰু আধুনিক সুস্থতা আন্তঃগাঁথনি প্ৰদৰ্শন কৰা হৈছে, যিয়ে একেলগে পৰম্পৰা আৰু প্ৰযুক্তিৰ মাজৰ এক নতুন সহযোগিতাক প্ৰদৰ্শিত কৰিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে পৰম্পৰা আৰু প্ৰযুক্তি একলগ হোৱা মাত্ৰেকে বিশ্ব স্বাস্থ্যক অধিক ফলপ্ৰসূ কৰি তোলাৰ ক্ষমতা যথেষ্ট বৃদ্ধি পায় আৰু সেয়েহে বিশ্বৰ দৃষ্টিকোণৰ পৰা এই সন্মিলনৰ সফলতা অতিশয় গুৰুত্বপূৰ্ণ।

“যোগ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাৰ এক অবিচ্ছেদ্য অংগ আৰু যোগে সমগ্ৰ বিশ্বৰে মানৱ জাতিক স্বাস্থ্য, ভাৰসাম্য আৰু সমন্বয় অটুত থকা জীৱনৰ দিশত পৰিচালিত কৰিছে”, প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ কয় যে ভাৰতৰ পদক্ষেপ আৰু ১৭৫ খনৰো অধিক ৰাষ্ট্ৰৰ সহযোগিতাৰে ৰাষ্ট্ৰসংঘই ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে ঘোষণা কৰিছে; বিগত বছৰসমূহত যোগাসন সমগ্ৰ বিশ্বতে বিয়পি পৰিছে, বিশ্বৰ প্ৰতিটো প্ৰান্তৰে জীৱনক স্পৰ্শ কৰিছে। তেওঁ যোগৰ প্ৰসাৰ আৰু বিকাশত যথেষ্ট অৰিহণা যোগোৱা প্ৰতিজন ব্যক্তিৰে শলাগ লয়। তেওঁ উল্লেখ কৰে যে আজি কেইগৰাকীমান বিশিষ্ট ব্যক্তিক প্ৰধানমন্ত্ৰীৰ বঁটা প্ৰদান কৰা হৈছে। এক সন্মানীয় জুৰীৰ দ্বাৰা কঠোৰ প্ৰক্ৰিয়াৰ জৰিয়তে তেওঁলোকক বাছনি কৰা হৈছে। তেওঁ কয় যে বঁটাপ্ৰাপকসকলে যোগাসনৰ প্ৰতি নিষ্ঠা, অনুশাসন আৰু আজীৱন দায়বদ্ধতা প্ৰদৰ্শন কৰিছে। তেওঁলোকৰ জীৱনে সকলোকে প্ৰেৰণা যোগাইছে। সন্মানীয় বঁটাপ্ৰাপকসকলক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক প্ৰশংসা কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সন্মিলনৰ ফলাফলসমূহক স্থায়িত্ব প্ৰদানৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা কাৰ্য্যত তেওঁ সন্তোষ পাইছে। তেওঁ পৰম্পৰাগত চিকিৎসা গ্ল’বেল লাইব্ৰেৰীক এক বিশ্বব্যাপী মঞ্চ হিচাপে মুকলি কৰাৰ কথা উল্লেখ কৰে। ইয়াত পৰম্পৰাগত চিকিৎসাৰ সৈতে জড়িত বৈজ্ঞানিক তথ্য আৰু নীতিগত নথিসমূহ একে ঠাইতে সংৰক্ষিত হৈ থাকিব। শ্ৰী মোদীয়ে কয় যে এই পদক্ষেপে প্ৰতিখন দেশে উপযোগী তথ্য সমানে লাভ কৰাটো নিশ্চিত কৰিব। তেওঁ কয় যে ভাৰতৰ জি-২০ ৰ অধ্যক্ষতাৰ সময়ত অনুষ্ঠিত প্ৰথম ডব্লিউএইচঅ বিশ্ব সন্মিলনত এই পুথিভঁৰাল স্থাপনৰ কথা ঘোষণা কৰা হৈছিল আৰু আজি সেই প্ৰতিশ্ৰুতি বাস্তৱায়িত হৈছে।

ভিন্ন দেশৰ স্বাস্থ্যমন্ত্ৰীসকলে বিশ্ব অংশীদাৰিত্বৰ এক উৎকৃষ্ট উদাহৰণ দাঙি ধৰাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে অংশীদাৰ হিচাপে মানদণ্ড, সুৰক্ষা, বিনিয়োগৰ দৰে বিষয়সমূহত আলোচনা কৰা হৈছে। তেওঁ উল্লেখ কৰে যে এই আলোচনাই দিল্লী ঘোষণাৰ পথ প্ৰশস্ত কৰিছে, যিয়ে অনাগত বছৰসমূহৰ বাবে এক উমৈহতীয়া ৰূপৰেখা হিচাপে কাম কৰিব। শ্ৰী মোদীয়ে ভিন্ন দেশৰ বিশিষ্ট মন্ত্ৰীসকলৰ যৌথ প্ৰচেষ্টাৰ শলাগ লৈ তেওঁলোকৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

শ্ৰী মোদীয়ে আৰু কয় যে আজি দিল্লীত ডব্লিউএইচঅ’-ৰ দক্ষিণ-পূব এছিয়া আঞ্চলিক কাৰ্য্যালয়ো উদ্বোধন কৰা হৈছে। তেওঁ ইয়াক ভাৰতৰ বিনম্ৰ উপহাৰ বুলি অভিহিত কৰে। তেওঁ কয় যে এই কাৰ্য্যালয়ে গৱেষণা, নিয়ন্ত্ৰণ আৰু সামৰ্থ্য বিকাশৰ প্ৰসাৰৰ বাবে বিশ্বব্যাপী কেন্দ্ৰ হিচাপে কাম কৰিব।

 

ভাৰতে সমগ্ৰ বিশ্বতে উপশমৰ অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰী মোদীয়ে দুই উল্লেখযোগ্য সহযোগিতাৰ কথা ব্যক্ত কৰি কয় যে প্ৰথমটো হৈছে দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াক সামৰি ‘বিমষ্টেক’ দেশসমূহৰ বাবে উৎকৃষ্টতাৰ কেন্দ্ৰ স্থাপন আৰু দ্বিতীয়টো হৈছে বিজ্ঞান, পৰম্পৰাগত পদ্ধতি আৰু স্বাস্থ্যৰ একত্ৰীকৰণৰ লক্ষ্যৰে জাপানৰ সৈতে সহযোগিতা।

প্ৰধানমন্ত্ৰীয়ে কয় যে এই সন্মিলনৰ বিষয়বস্তু “ভাৰসাম্যৰ পুনৰুদ্ধাৰঃ স্বাস্থ্য আৰু সুস্থতাৰ বিজ্ঞান আৰু অনুশীলন”-এ সামগ্ৰিক স্বাস্থ্যৰ মূল চিন্তাধাৰাকে প্ৰতিফলিত কৰে। তেওঁ কয় যে আয়ুৰ্বেদে কৈছে যে ভাৰসাম্য হৈছে স্বাস্থ্যৰ মূল তত্ত্ব, শৰীৰৰ এই ভাৰসাম্য অটুত থকা মাত্ৰেকেহে লোক এজনক প্ৰকৃততে সুস্থ বুলি গণ্য কৰিব পাৰি। তেওঁ কয় যে আজিৰ তাৰিখত ডায়েবেটিছ, হাৰ্ট এটেক, ডিপ্ৰেছন আদি ব্যাধিৰ পৰা আৰম্ভ কৰি কেন্সাৰলৈকে অন্তৰ্নিহিত কাৰণ হৈছে জীৱনশৈলী আৰু ভাৰসাম্যহীনতা। ইয়াত কৰ্ম-জীৱনৰ ভাৰসাম্যহীনতা, খাদ্যৰ ভাৰসাম্যহীনতা, টোপনিৰ ভাৰসাম্যহীনতা, আন্ত্ৰিক মাইক্ৰ’বাঅ’মৰ ভাৰসাম্যহীনতা, কেলৰিৰ ভাৰসাম্যহীনতা, আৱেগিক ভাৰসাম্যহীনতা আদি অন্তৰ্ভুক্ত। তেওঁ কয় যে এই ভাৰসাম্যহীনতাৰ পৰা একাধিক বিশ্ব স্বাস্থ্য প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে, অধ্যয়ন আৰু তথ্যই একেখিনি কথাকে নিশ্চিত কৰিছে। তেওঁ কয় যে স্বাস্থ্য বিশেষজ্ঞসকলে এই কথা ভালদৰে বুজি পায়। প্ৰধানমন্ত্ৰীয়ে এতিয়া ভাৰসাম্যৰ পুনৰুদ্ধাৰ কেৱল এক বিশ্বব্যাপী উদ্বেগ নহয়— বৰঞ্চ এয়া এক বিশ্বব্যাপী আশু প্রয়োজনীয়তাত পৰিণত হৈছে আৰু ইয়াক সম্বোধনৰ বাবে আমি ত্বৰান্বিত গতি তথা দৃঢ় প্ৰতিশ্ৰুতিৰে কাম কৰাটো আৱশ্যকীয় বুলি কয়।

 

একবিংশ শতিকাত জীৱনৰ ভাৰসাম্য ৰক্ষাৰ প্ৰত্যাহ্বান অধিক হ’ব বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে এআই আৰু ৰবটিক্সৰ সৈতে নতুন প্ৰযুক্তিগত যুগৰ আগমনে মানৱ ইতিহাসৰ আটাইতকৈ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনক সূচিত কৰিছে। তেওঁ অনাগত বছৰসমূহত জীৱন-ধাৰণৰ পদ্ধতি অভূতপূৰ্বভাৱে সলনি হ’ব বুলি কয়। তেওঁ ইয়াৰ প্ৰতি সচেতন হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপেৰে কয় যে এনে হঠাৎ জীৱনশৈলীৰ পৰিৱৰ্তনৰ লগতে শাৰীৰিক পৰিশ্ৰম অবিহনে সম্পদ আৰু সুবিধাসমূহৰ ক্ৰমাৎ সহজতাই মানৱ স্বাস্থ্যৰ বাবে অপ্ৰত্যাশিত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে পৰম্পৰাগত স্বাস্থ্যসেৱাই তাৎক্ষণিক প্ৰয়োজনীয়তাৰ বাহিৰলৈ চাব লাগিব, ভৱিষ্যতৰ বাবেও প্ৰস্তুতি চলোৱাটো আমাৰ সামূহিক দায়িত্ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে পৰম্পৰাগত চিকিৎসা সম্পৰ্কে আলোচনা কৰা মাত্ৰেকে সুৰক্ষা আৰু প্ৰমাণ সন্দৰ্ভত এটা স্বাভাৱিক প্ৰশ্ন উত্থাপন হয়। তেওঁ কয় যে ভাৰতে এই দিশত ধাৰাবাহিকভাৱে কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে এই সন্মিলনত অশ্বগন্ধাৰ উদাহৰণ দাঙি ধৰা হৈছে। তেওঁ কয় যে যুগ-যুগ ধৰি ভাৰতৰ পৰম্পৰাগত চিকিৎসা ব্যৱস্থাত অশ্বগন্ধাৰ ব্যৱহাৰ হৈ আহিছে। শ্ৰী মোদীয়ে কয় যে ক’ভিড-১৯ ৰ সময়ত ইয়াৰ বিশ্বব্যাপী চাহিদা ব্যাপকভাৱে বৃদ্ধি পাইছিল আৰু বহু দেশত ইয়াৰ ব্যৱহাৰ আৰম্ভ হৈছিল। তেওঁ কয় যে ভাৰতে ইয়াৰ গৱেষণা আৰু প্ৰমাণভিত্তিক বৈধকৰণৰ জৰিয়তে বিশ্বাসযোগ্যভাৱে অশ্বগন্ধাক আগুৱাই নিছে। তেওঁ উল্লেখ কৰে যে এই সন্মিলনত অশ্বগন্ধা সম্পৰ্কে এক বিশেষ বিশ্বব্যাপী আলোচনা অনুষ্ঠিত হৈছে। তেওঁ উল্লেখ কৰে যে আন্তঃৰাষ্ট্ৰীয় বিশেষজ্ঞসকলে ইয়াৰ সুৰক্ষা, গুণগত মান আৰু ব্যৱহাৰৰ ওপৰত গভীৰভাৱে বিবেচনা কৰিছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ভাৰত এনেধৰণৰ সময়-পৰীক্ষিত বনৌষধিক বিশ্বজনীন জনস্বাস্থ্যৰ অংশ হিচাপে গঢ়ি তোলাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ।

 

এসময়ত পৰম্পৰাগত চিকিৎসা কেৱল সুস্থতা বা জীৱনশৈলীৰ মাজতে সীমাবদ্ধ আছিল, কিন্তু আজি এই ধাৰণাটো দ্ৰুতগতিত পৰিৱৰ্তিত হৈছে বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে জটিল পৰিস্থিতিতো পৰম্পৰাগত চিকিৎসাই ফলপ্ৰসূ ভূমিকা গ্ৰহণ কৰিব পাৰে। ভাৰত এই দৃষ্টিভংগীৰে আগবাঢ়িছে বুলি তেওঁ কয়। আয়ুষ মন্ত্ৰালয় আৰু বিশ্ব স্বাস্থ্য সংস্থা-পৰম্পৰাগত চিকিৎসা কেন্দ্ৰই এক নতুন পদক্ষেপ গ্ৰহণ কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতত সংহত কৰ্কট যত্নক সুদৃঢ় কৰাৰ বাবে উভয়ে যৌথ প্ৰচেষ্টা চলাইছে, ইয়াৰ অধীনত পৰম্পৰাগত চিকিৎসা ব্যৱস্থাক আধুনিক কৰ্কট চিকিৎসাৰ সৈতে সংযুক্ত কৰা হ’ব। তেওঁ কয় যে এই পদক্ষেপে প্ৰমাণ-ভিত্তিক নিৰ্দেশনা প্ৰস্তুত কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানে ৰক্তহীনতা, বাতবিষ আৰু ডায়েবেটিছ আদি গুৰুতৰ স্বাস্থ্যজনিত বিষয়সমূহৰ ওপৰত ক্লিনিকেল অধ্যয়ন চলাই আছে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ বহু ষ্টাৰ্ট-আপেও এই ক্ষেত্ৰত প্ৰৱেশ কৰিছে, যুৱ শক্তিয়ে প্ৰাচীন পৰম্পৰাত যোগদান কৰিছে। তেওঁ এই সকলোবোৰ প্ৰচেষ্টাৰ মাজেৰে পৰম্পৰাগত চিকিৎসা বিজ্ঞানে দৃশ্যমানভাৱে নতুন শিখৰত আৰোহণ কৰিছে বুলি উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে পৰম্পৰাগত চিকিৎসা আজি এক নিৰ্ণায়ক টাৰ্নিং পইন্টত উপনীত হৈছে। তেওঁ উল্লেখ কৰে যে বিশ্বৰ জনসংখ্যাৰ এক বৃহৎ অংশই দীৰ্ঘদিন ধৰি ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আহিছে, তথাপিও পৰম্পৰাগত চিকিৎসা বিজ্ঞানে ইয়াৰ অপৰিসীম সম্ভাৱনা থকাৰ পিছতো প্ৰাপ্য স্থান লাভ কৰা নাই। পৰম্পৰাগত চিকিৎসাই বিজ্ঞানৰ জৰিয়তে আস্থা লাভ কৰিব লাগিব আৰু ইয়াৰ প্ৰসাৰক অধিক সম্প্ৰসাৰিত কৰিব লাগিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ এই দায়িত্ব কোনো এখন ৰাষ্ট্ৰৰ বিপৰীতে সকলোৰে উমৈহতীয়া কৰ্তব্য বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সন্মিলনৰ বিগত তিনিদিনত দেখা পোৱা অংশগ্ৰহণ, আলোচনা আৰু দায়বদ্ধতাই বিশ্বই এই দিশত একেলগে আগবাঢ়ি যাবলৈ সাজু বুলি বিশ্বাসক গভীৰ কৰি তুলিছে। তেওঁ সকলোকে আস্থা, সন্মান আৰু দায়িত্বশীলতাৰে পৰম্পৰাগত চিকিৎসা বিজ্ঞানক আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায় তথা এই সন্মিলনৰ সফলতাৰ বাবে পুনৰবাৰ সকলোকে অভিনন্দন জ্ঞাপন কৰে।

 

প্ৰধানমন্ত্ৰীয়ে কয় যে পৰম্পৰাগত চিকিৎসা আজি এক নিৰ্ণায়ক টাৰ্নিং পইন্টত উপনীত হৈছে। তেওঁ উল্লেখ কৰে যে বিশ্বৰ জনসংখ্যাৰ এক বৃহৎ অংশই দীৰ্ঘদিন ধৰি ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আহিছে, তথাপিও পৰম্পৰাগত চিকিৎসা বিজ্ঞানে ইয়াৰ অপৰিসীম সম্ভাৱনা থকাৰ পিছতো প্ৰাপ্য স্থান লাভ কৰা নাই। পৰম্পৰাগত চিকিৎসাই বিজ্ঞানৰ জৰিয়তে আস্থা লাভ কৰিব লাগিব আৰু ইয়াৰ প্ৰসাৰক অধিক সম্প্ৰসাৰিত কৰিব লাগিব বুলি তেওঁ গুৰুত্ব আৰোপ কৰে। তেওঁ এই দায়িত্ব কোনো এখন ৰাষ্ট্ৰৰ বিপৰীতে সকলোৰে উমৈহতীয়া কৰ্তব্য বুলি উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই সন্মিলনৰ বিগত তিনিদিনত দেখা পোৱা অংশগ্ৰহণ, আলোচনা আৰু দায়বদ্ধতাই বিশ্বই এই দিশত একেলগে আগবাঢ়ি যাবলৈ সাজু বুলি বিশ্বাসক গভীৰ কৰি তুলিছে। তেওঁ সকলোকে আস্থা, সন্মান আৰু দায়িত্বশীলতাৰে পৰম্পৰাগত চিকিৎসা বিজ্ঞানক আগুৱাই নিয়াৰ সংকল্প গ্ৰহণ কৰিবলৈ আহ্বান জনায় তথা এই সন্মিলনৰ সফলতাৰ বাবে পুনৰবাৰ সকলোকে অভিনন্দন জ্ঞাপন কৰে।

 

এই কাৰ্য্যসূচীত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰ'ছ আথানাম গাব্ৰেয়েছুছ, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জেপি নাড্ডা, শ্ৰী প্ৰতাপৰাও যাদৱ, আন-আন বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰে।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Safran’s Hyderabad engine MRO starts operations, targets 300 LEAP engines annually

Media Coverage

Safran’s Hyderabad engine MRO starts operations, targets 300 LEAP engines annually
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Text of PM’s speech at the launch of ‘Nasha Mukt Yuva for Viksit Bharat Sankalp Abhiyan’ via VC
August 02, 2026


नमस्‍कार!

आज हम सभी देशवासी एक महान और महत्वपूर्ण संकल्प के लिए एकजुट हुए हैं। इस संकल्प को लेकर, इसक कार्यक्रम से जुड़े सभी पूज्य संतजन, अलग-अलग राज्यों का प्रतिनिधित्व कर रहे सभी राज्यपाल, सभी मुख्यमंत्री, अन्‍य सभी जनप्रतिनिधिगण, 28 हजार से अधिक स्थानों से जुड़े एक करोड़ से युवा साथी, मैं आज इस शुभ घड़ी पर, शुभ संकल्प के लिए करोड़ों-करोड़ों नौजवानों का विशेष रूप से अभिनंदन करता हूं। आज हम सभी जिस अभियान के साक्षी बन रहे हैं, वह अभियान व्यक्ति के लिए हैं, परिवार के लिए हैं, समाज के लिए भी है और सबसे बड़ी बात है, यह राष्‍ट्र के लिए है।

साथियों,

विकसित भारत संकल्प अभियान के लिए ‘नशा मुक्त युवा’ इस मूवमेंट का नाम ही इसके संकल्प को स्पष्ट करता है, क्योंकि आज जब देश ने विकसित भारत का लक्ष्य तय किया है, तो इसके लिए आवश्यक है, देश का युवा तन से स्वस्थ हो, मन से स्वस्थ हो, आत्‍मविश्‍वास से भरपूर हो और ड्रग्स जैसी घातक आदत से हमेशा-हमेशा दूर ही रहे, दूर हो। यही इस अभियान का उद्देश्य है। इसलिए हम सबको यह संकल्प लेना है, हमारे युवा नशे और ड्रग्स के खतरों को समझे, हर तरह से जागरूक रहे और उससे दूर रहें और इस संकल्प में अब ‘राष्‍ट्रीय नशा मुक्त युवा’ अभियान की बड़ी भूमिका है।

साथियों,

काशी का सांसद होने के नाते मुझे खुशी है कि यह अभियान का पायलट प्रोजेक्ट के तौर पर पिछले साल काशी की पवित्र धरती से शुरू हुआ था। इसलिए वैज्ञानिक स्‍पष्‍टता के साथ-साथ इसमें आध्यात्मिक ऊर्जा भी है, संतों के आशीर्वाद भी हैं और महान सांस्कृतिक विरासत भी हैं। इसमें वह सांस्कृतिक समर्पण भी है, जिसने सदियों से नशे को खारिज किया है। यही वजह है, देश के 125 से अधिक आध्यात्मिक संगठन करोड़ों-करोड़ों देशवासियों के हित के लिए आज हमारे साथ जुड़ चुके हैं। सामाजिक संगठनों ने, NGOs ने इस दिशा में संकल्प लिया है। सबने मिलकर ‘काशी डिक्लेरेशन’ के जरिए रोडमैप तैयार किया है और आज हम देख रहे हैं, काशी से उठा वो कल्याणकारी विचार अब यह एक नेशनल प्रोजेक्ट्स बन गया है। आज से देशभर में ‘नशा मुक्त युवा’ अभियान आरंभ हो रहा है।

साथियों,

कुछ काम ऐसे होते हैं, जो व्यक्तिगत रूप से कोई प्रयास करे, तो कभी-कभी निराश हो जाता है, थकान महसूस करता है, लंबी दूरी चलने में मन तैयार नहीं होता है, लेकिन जब सामूहिक अभियान बन जाता है, कंधे से कंधा मिलाकर करोड़ों लोग चल पड़ते हैं, तो ऐसे सभी जो व्यक्तिगत रूप से अपने आप कुछ नहीं कर पाते हैं, उनको भी एक नई ऊर्जा मिल जाती है। सामूहिकता की एक ताकत होती है और आज उस ताकत को लेकर के यह अभियान हर युवा मन को छूने वाला है। थोड़ी देर पहले देश के लाखों युवाओं ने नशा मुक्ति की शपथ ली है। आपने अपने जीवन को नशे से दूर रखने का संकल्प लिया है। आपने अपने स्कूल, अपने कॉलेज और अपने समाज में नशा मुक्ति का संदेश पहुंचाने का संकल्प लिया है।

साथियों,

आज लिया गया यह संकल्प आने वाले 100 सप्ताह तक लगातार ऐसे ही आगे बढ़ेगा। हर रविवार, कला, संस्‍कृति, स्पोर्ट्स, मेडिटेशन, आध्यात्म और सेवा से जुड़ी गतिविधियां होंगी। नशा मुक्ति का संदेश नए लोगों तक पहुंचेगा। आने वाले 100 रविवार नशा मुक्त भारत की दिशा में 100 मजबूत कदम होंगे, हंड्रेड मजबूत स्‍टेप्‍स।

साथियों,

आज हजारों स्कूलों, कॉलेजों और यूनिवर्सिटीज़ के लाखों विद्यार्थी इस कार्यक्रम से ऑनलाइन जुड़े हैं। माई भारत के वॉलंटियर्स भी लाखों की तादाद में आज इससे जुड़े हैं। मेरे एनएसएस के नौजवान भी आज हमारे साथ शामिल हैं। देश के अलग-अलग क्षेत्रों से, अलग-अलग संस्‍थानों से, अलग-अलग बैकग्राउंड के एक करोड़ से अधिक युवा आज एक साथ हैं। मेरा आप सभी से आग्रह है, आप सब इस बड़े मोवमेंट के लीडर हैं। आपने मेरे इस विश्वास को और मजबूत किया है कि भारत का युवा कितना जागरूक है, कितना समझदार है और अपने कर्तव्यों के प्रति कितना गंभीर है। मैं आप सभी को इस अभियान के लिए अनेक-अनेक शुभकामनाएं देता हूं।

मेरे युवा साथियों,

आप भारत की अमृत पीढ़ी हैं। आप अगले 20-25 वर्षों में अपने जीवन को भी दिशा देंगे और आप ही 2047 में देश को विकसित भारत की मंजिल तक लेकर जाएंगे और उसको शिखर पर आप ही बैठे होंगे, उसका सारा रसपान करने का अवसर आप ही को मिलने वाला है। देश को आपकी ऊर्जा, आपकी कल्पनाशक्ति और आपके टैलेंट की जरूरत है। इसलिए, देश के लिए और अपने जीवन के लिए, खुद को नशा मुक्त रखना बहुत जरूरी है। नशा फोकस को भटकाता है, और धीरे-धीरे युवा को उसके अपने सपनों से दूर ले जाता है। अभी जिन नौजवानों ने नाट्य मंचन किया, बहुत कम समय में, बहुत अच्छे तरीके से नाट्य मंचन में उन्होंने समस्या भी बताई, समस्या के कारण पैदा हुए संकट भी बताए और बाहर निकलने के सामूहिक प्रयत्न का रास्ता भी दिखाया। नाट्य मंचन छोटा था, लेकिन जैसा उन्होंने कहा, आओ हम नाटक देखें! यह नाटक नहीं था, यह हम लोगों के लिए एक बहुत बड़ा संदेश था। हमें जगा रहा था, हमें जूझने के लिए प्रेरित कर रहा था।

साथियों,

आजकल हम देखते हैं, आज के युवा स्‍टार्टअप्‍स की दुनिया में छाए हैं, AI को लीड कर रहे हैं, Sports में तिरंगा लहरा रहे हैं, स्‍पेस से लेकर Science तक नए कीर्तिमान बना रहे हैं। लेकिन साथियों, जब कोई युवा, अगर ड्रग्स के एडिक्‍शन में फंस जाए, तो केवल एक युवा नहीं हारता, एक सपना हार जाता है, एक सपने की बाल मृत्यु हो जाती है, एक परिवार हार जाता है, पूरा का पूरा परिवार टूट जाता है, समाज से भी नफरत का शिकार बन जाता है। नशा केवल शरीर को नुकसान नहीं पहुंचाता, नशा एक माँ की मुस्कान छीन लेता है। नशा एक पिता के सपनों को चूर-चूर कर देता है। एक बहन की राखी की उम्मीद को कमजोर कर देता है। एक छोटे भाई का आदर्श छीन लेता है। घर के बुजुर्ग हर दिन इस दर्द को जीते हैं कि उनका अपना बच्चा धीरे-धीरे खुद को खो रहा है, खुद को गला रहा है, तिल-तिल गल रहा है, आंखों के सामने उसे बर्बाद होते देख रहे हैं और जब परिवार में, समाज में ऐसा होता है और कहीं न कहीं, राष्ट्र की शक्ति भी कमजोर पड़ जाती है और इसलिए दुश्मन देश भी षड्यंत्र करके हमारे देश के युवाओं को इस नशे की लत में खींचने के लिए कोई कोशिश बाकी नहीं रखते हैं। ड्रग्स सप्लाई कर-करके कमाई करना और हमारे जैसे देश को तबाह करना, यह भी उनकी आतंकी साजिश का हिस्सा होता है और इसलिए हमें हर एक युवा को नशे के चंगुल में फंसने से बचाना है।

साथियों,

नशा मुक्त रहकर आपको अपने पोटेंशियल को प्रोटेक्ट करना है! आपको ध्यान रखना है, ड्रग्स कुछ समय के लिए 'High' देता है। लेकिन आपके करियर और फैमिली लाइफ को 'Low' कर देता है। हमें नशे को किसी भी तरह की स्वीकार्यता नहीं देनी है।

साथियों,

हमारे समाज में भी हमेशा नशे को एक बुराई के रूप में देखा है। हमारे संतों ने, गुरुओं ने हमें इससे बचने के लिए चेताया। श्री गुरु ग्रंथ साहिब में भी कहा गया है- "जितु पीतै मति दूरि होइ बरलु पवै विचि आइ। आपणा पराइआ न पछाणई खसमहु धके खाइ॥'' अर्थात, जिस पदार्थ के सेवन से बुद्धि और विवेक साथ छोड़ दें, इंसान अपने और पराए की पहचान भूल जाए, ऐसा नशा उसे पतन की ओर ले जाता है।

साथियों,

हमारी संस्कृति में बचाव के लिए चेतावनी भी दी गईं है और नशे की आदत लगने पर उससे निकलने के रास्ते भी बताए गए हैं। समाज का सहयोग, योग और ध्यान की ताकत, यह नशे के खिलाफ हमारे अंतर्मन को ताकत देते हैं। और आज तो हमारे पास नशा छोड़ने के लिए rehabilitation center जैसी सुविधाएं भी हैं। इसलिए, अगर कोई युवा गलती से नशे में फंस भी गया है, तो इसका ये मतलब बिल्कुल नहीं है कि उसके सारे रास्ते बंद हो गए हैं। हमें हमेशा इस बात का ध्यान रखना है, घर का कोई बच्चा अगर नशे का शिकार बन गया है, तो इसे सामाजिक प्रतिष्ठा की आड़ में छिपाएं नहीं। जिसकी जरूरत हो, उसका सहयोग मांगे, मन खोलकर के उससे बात करें, जो एक्सपर्ट्स हैं, उनका सहयोग लें। मेडिकल हेल्प से अपने बच्चे को नशे से मुक्त कराने का प्रयास करें। हमें परिवार में बच्चों से खुलकर संवाद की संस्कृति भी बनानी चाहिए, ताकि ऐसे भंवर में फंसने से पहले ही आप उसका हाथ थाम सके। आपको भनक आ जाएगी, थोड़ा ध्यान रखिए पता चलेगा, उसमें बदलाव आ रहा है, वो खोया-खोया लग रहा है, वो मुँह छुपा रहा है, कमरे में बंद हो जा रहा है, देर रात आ रहा है, पैसे अनाब-शनाब मांग रहा है, यह सारी चीजों से पता चल जाता है, भनक आ जाती है, कुछ मामला गड़बड़ है।

साथियों,

एक आवाहन मैं कॉलेज और यूनिवर्सिटीज़ के हमारे प्रोफेसर्स साथियों से भी करना चाहता हूँ, आप भी कोर्स की पढ़ाई के साथ-साथ स्टूडेंट्स के साथ ड्रग्स के खतरों पर बात करें। नशे के खिलाफ अपने कैम्पस में एक मूवमेंट चलाएं। आपके प्रयास बड़े-बड़े परिणाम ला सकते हैं। और साथियों, हमें एक और बात ध्यान रखनी है, जो युवा नशे से लड़कर बाहर निकलते हैं, वह कमजोर नहीं होते, जो नशे को परास्‍त करके निकला है न, वह असली योद्धा होता है, समाज को उनका सम्मान करना चाहिए, अपनापन देना चाहिए, उसे दूसरा अवसर देना चाहिए क्योंकि ड्रग्स से जुड़ा किसी का अतीत उसकी पहचान नहीं हो सकता, उसका साहस उसकी पहचान होता है।

साथियों,

ड्रग्स के खिलाफ अभियान में आज सरकार भी मजबूती से युवाओं के साथ खड़ी है। देश में नशे के कारोबारियों और तस्करों पर सख्ती के साथ कार्रवाई हो रही है। पहले की तुलना में कई गुना ज्यादा गिरफ्तारियां हुई हैं। हजारों करोड़ रुपए की ड्रग्स भी जब्त की गई है। यह दिखाता है कि, ड्रग्स के खिलाफ हमारी सरकार कितनी सख्त है। मुझे विश्वास है, केन्‍द्र सरकार, राज्य सरकार, हर कोई इसे मिशन मोड में करेंगे। मुझे विश्वास है, हमारे देश का युवा नशे से मुक्त रहकर अपनी युवा ऊर्जा को न केवल संरक्षित करेगा, बल्कि विकसित भारत के संकल्पों को भी आगे बढ़ाएगा। और जब मैं आज अनेक महान संतों को मेरे सामने देख रहा हूं, दूर से मैं मन से उनको प्रणाम करता हूं। मैं इन सभी सामाजिक संस्‍थाएं, आध्यात्मिक संस्‍थाएं, आध्यात्मिक गुरुजन, आपका देश के कोने-कोने में संगठन है, आपके युवा साथी डिवोटीज हैं। आने वाले 100 दिन में हर एक संगठन, एक सप्ताह अपने जिम्मे ले सकता है, पूरा सप्ताह पूरे देश में वह संगठन नेतृत्व करे, बाकी सब शक्तियां उसके साथ जुड़े और रविवार को बहुत बड़ा कार्यक्रम करें। दूसरे सप्ताह, दूसरा संगठन, दूसरी शक्ति, सप्ताह भर प्रयोग करें, कार्यक्रम करे और रविवार को बड़ा कार्यक्रम करे। अगर 100 सप्ताह हमारे देश के ऐसे आध्यात्मिक, सामाजिक संगठन, युवा संगठन एक-एक सप्ताह अपने जिम्मे ले लें और बाकी सारी शक्तियां वह जुड़े और रविवार सब मिलकर के करें, आप कल्पना कर सकते हैं, देश में कितना बड़ा आंदोलन खड़ा हो जाएगा। मैं एक बार फिर आप सबने समय निकाला, इस पवित्र कार्य में हम सबको आशीर्वाद दिए, इसके लिए संतों का, आचार्यो का, संगठन के महारथियों का हृदय से आभार व्यक्त करता हूं। मैं इन एक करोड़ से ज्यादा जुटे नौजवानों का विशेष रूप से अभिनंदन करता हूं, आपने यह बहुत बड़ा काम किया है। मैं माई भारत के वॉलंटियर्स की बधाई करता हूं, वो जो भी ठान लेते हैं, आजकल करके दिखाते हैं। अभी पिछले दिनों मुझे माई भारत के वॉलंटियर्स को मिलने का मौका मिला, वह हिन्‍दुस्‍तान के सीमावर्ती गांवों में जाकर के एक-एक सप्ताह रूक करके आए हैं। जिसे कभी देश का आखिरी गांव कहा जाता है, जाता था जिसको आज हम देश का पहला गांव कहते हैं, वहां जाकर के आए। उनके अनुभव बड़े प्रेरक थे और आज इतना बड़ा कार्यक्रम माई भारत के वॉलंटियर्स कर पाते हैं, यह अपने आप में उनकी राष्‍ट्र के प्रति जागरूक समर्पित भावना का प्रतीक है, मैं उनकी बधाई देता हूं, उनका भी अभिनंदन करता हूं। और मुझे पूरा विश्वास है कि आप सबके सामूहिक प्रयत्नों से यह हमारी मोवमेंट घर-घर पहुंचेगी, हर युवा के दिन में पहुंचेगी और यह ड्रग्स के कारोबारियों के लिए बहुत बड़ा खौफ भी बन जाएगी। आइए, हम सब मिलकर के आगे चलें, मेरी आप सबको बहुत-बहुत शुभकामनाएं!

बहुत-बहुत धन्यवाद!