প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকৰ সুখ আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰে

শুভ মহা অষ্টমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চিত্তৰঞ্জন পাৰ্কত আয়োজিত দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰে।

শ্ৰী মোদীয়ে কয় যে চিত্তৰঞ্জন পাৰ্কৰ বাংলা সংস্কৃতিৰ সৈতে থকা  শক্তিশালী সম্পৰ্কৰ বাবে বহুলভাবে জনাজাত । প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ইয়াত কৰা  উদযাপনসমূহে সঁচাকৈয়ে আমাৰ সমাজত ঐক্য আৰু সাংস্কৃতিক সজীৱতাৰ মনোভাৱক প্ৰতিফলিত কৰে।

 

প্ৰধানমন্ত্ৰীয়ে সকলো নাগৰিকৰ সুখ আৰু মংগলৰ বাবেও প্ৰাৰ্থনা জনায়।

প্ৰধানমন্ত্ৰীয়ে উদযাপনৰ উল্লেখযোগ্য দিশসমূহ শ্বেয়াৰ কৰি কয়- দিল্লীত এক অতি স্মৰণীয় দুৰ্গা পূজা উদযাপন এয়া ়! চৌদিশে আনন্দ আৰু সমৃদ্ধি হওক....

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে;

“আজি শুভ মহা অষ্টমী  উপলক্ষে মই দিল্লীৰ চিত্তৰঞ্জন পাৰ্কলৈ গৈ দুৰ্গা পূজা উদযাপনত অংশ লওঁ। চিত্তৰঞ্জন পাৰ্ক বাংলা সংস্কৃতিৰ সৈতে থকা শক্তিশালী সম্পৰ্কৰ বাবে পৰিচিত। এনে উদযাপনসমূহে সঁচাকৈয়ে আমাৰ সমাজত ঐক্য আৰু সাংস্কৃতিক সজীৱতাৰ মনোভাৱক প্ৰতিফলিত কৰে।সকলোৰে সুখ আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰিলোঁ।”

 

“আজ মহা অষ্টমীর পুণ্যদিনে, আমি দিল্লীর চিত্তরঞ্জন পার্কের দুর্গাপুজোয় অংশ নিতে গিয়েছিলাম। চিত্তরঞ্জন পার্ক, বাঙালী সংস্কৃতির সঙ্গে ওতপ্রোতভাবে জড়িত। আমাদের সমাজের ঐক্য ও সাংস্কৃতিক প্রাণময়তার প্রকৃত রূপ ফুটে ওঠে এই অনুষ্ঠানগুলিতে। সকলের সুখ ও কল্যানের জন্যে প্রার্থনা করেছি আমি।”

 

“তেওঁ উদযাপনৰ উল্লেখযোগ্য দিশসমূহ  শ্বেয়াৰ কৰি কয়, “দিল্লীত এক অতি স্মৰণীয় দুৰ্গা পূজা উদযাপন এয়া! চৌদিশে  আনন্দ আৰু সমৃদ্ধি হওক...।”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
‘Modi Govt’s 12 years are transformational for industry’

Media Coverage

‘Modi Govt’s 12 years are transformational for industry’
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 12 জুন 2026
June 12, 2026

Breaking Barriers, Building Bharat: PM Modi’s Historic Push for Gender Equality and Inclusive Growth