গুজৰাটৰ মন্ত্ৰী শ্ৰী ৰুশিকেশ পেটেলে হৰ ঘৰ জলৰ অধীনত ১০০ কাম সম্পূৰ্ণ হোৱা বুলি কৰা এটা টুইটৰ প্ৰত্যুত্তৰত প্ৰধানমন্ত্ৰীয়ে গুজৰাটবাসীৰ উৎসাহৰ প্ৰশংসা কৰে৷
গুজৰাটী ভাষাত টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“ગુજરાતના લોકોને ખૂબ ખૂબ અભિનંદન...આ જળ શક્તિ પ્રત્યે લોકોનો ઉત્સાહ દર્શાવે છે.”
ગુજરાતના લોકોને ખૂબ ખૂબ અભિનંદન...આ જળ શક્તિ પ્રત્યે લોકોનો ઉત્સાહ દર્શાવે છે. https://t.co/aBveqxkaKL
— Narendra Modi (@narendramodi) October 26, 2022


