প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ্তমানৰ শৈক্ষিক বৰ্ষৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ মেডিকেল/ডেণ্টেল পাঠ্যক্ৰমসমূহৰ বাবে অখিল ভাৰতীয় কোটা যোজনাত অন্যান্য পিছপৰা শ্ৰেণী (অ'বিচি)ক ২৭ শতাংশ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰিবলৈ চৰকাৰে লোৱা ঐতিহাসিক সিদ্ধান্তৰ প্ৰশংসা কৰে।

প্ৰধানমন্ত্ৰীয়ে একাধিক টুইটত কৈছে,

''আমাৰ চৰকাৰে বৰ্তমান শৈক্ষিক বৰ্ষৰ পৰা স্নাতক আৰু স্নাতকোত্তৰ মেডিকেল/ডেণ্টেল পাঠ্যক্ৰমসমূহৰ বাবে অখিল ভাৰতীয় কোটা যোজনাত অ'বিচিক ২৭ শতাংশ আৰু অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীক ১০ শতাংশ সংৰক্ষণ প্ৰদান কৰাৰ এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ জৰিয়তে প্ৰতি বছৰে হাজাৰৰ সংখ্যাত যুৱক-যুৱতীসকলে উন্নত সুযোগ লাভ কৰাৰ লগতে আমাৰ দেশত সামাজিক ন্যায়ৰ এটা নতুন উদাহৰণ সৃষ্টিত সহায়ক হ'ব।''

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year

Media Coverage

One of the world’s first canal-top solar projects placed a 750-meter solar array above an Indian irrigation canal, generating clean power while saving an estimated 9 million liters of water each year
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুলাই 2026
July 17, 2026

Green Trains, Private Rockets & Global Partnerships — PM Modi’s New India is Playing to Win