নেতাসকলে ভাৰত-ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু উচ্চ পৰ্যায়ৰ বিনিময় আৰু বৰ্ধিত সহযোগিতাত সন্তুষ্টি প্ৰকাশ কৰে
প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনে ভাৰতৰ জি-২০ পদক্ষেপক প্ৰশংসা কৰে আৰু ডেনমাৰ্কৰ সম্পূৰ্ণ সমৰ্থন জনায়
নেতাসকলে অহা বছৰ ২০২৪ চনত ভাৰত-ডেনমাৰ্ক সম্পৰ্কৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিবলৈ সন্মত হৈছে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী শ্ৰীমতী মেট ফ্ৰেডৰিকছেনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনক দ্বিতীয় কাৰ্যকালৰ বাবে ডেনমাৰ্কৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি লাভ কৰাৰ বাবে অভিনন্দন জনাইছে।

দুয়োগৰাকী নেতাই ভাৰত-ডেনমাৰ্ক সেউজ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁলোকে শেহতীয়া উচ্চ পৰ্যায়ৰ বিনিময় আৰু বৰ্ধিত সহযোগিতাত সন্তুষ্টি প্ৰকাশ কৰে।

প্ৰধানমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনক ভাৰতৰ জি-২০ৰ চলিত অধ্যক্ষতা আৰু ইয়াৰ মুখ্য অগ্ৰাধিকাৰৰ বিষয়ে অৱগত কৰে। প্ৰধানমন্ত্ৰী ফ্ৰেডৰিকছেনে ভাৰতৰ পদক্ষেপৰ প্ৰশংসা কৰে আৰু ডেনমাৰ্কৰ সম্পূৰ্ণ সমৰ্থন জনায়।

দুয়োগৰাকী নেতাই অহা বছৰ ২০২৪ চনত ভাৰত-ডেনমাৰ্ক সম্পৰ্কৰ ৭৫ তম বাৰ্ষিকী উদযাপন কৰিবলৈ আৰু তেওঁলোকৰ সম্পৰ্কত অধিক বৈচিত্ৰতা আনিবলৈ ক্ষেত্ৰসমূহৰ অন্বেষণ কৰিবলৈ সন্মত হয়।

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Fly91 to expand network to 12 cities, add 30,000 seats per month

Media Coverage

Fly91 to expand network to 12 cities, add 30,000 seats per month
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 3 এপ্ৰিল 2026
April 03, 2026

India’s Sweet, Fast & High-Tech Revolution: FY26 Milestones That Signal Viksit Bharat Has Arrived