প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসম দিৱস উপলক্ষে অসমৰ ভাতৃ-ভগ্নীসকলক শুভেচ্ছা জনাইছে। শ্ৰী মোদীয়ে কয় যে আজিৰ দিনটো স্বৰ্গদেউ চাওলুং চুকাফাৰ দৃষ্টিভংগী পূৰণৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰাৰ এক উপলক্ষ। ‘যোৱা কেইবছৰমান ধৰি কেন্দ্ৰ আৰু অসমৰ এন ডি এ চৰকাৰে অসমৰ প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। ভৌতিক আৰু সামাজিক আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে। টাই আহোম সংস্কৃতি আৰু টাই ভাষাক জনপ্ৰিয় কৰাৰ দিশত বহুতো পদক্ষেপ গ্ৰহণ কৰা হৈছে। ই অসমৰ যুৱক-যুৱতীসকলক যথেষ্ট উপকৃত কৰিব’, শ্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
‘অসম দিৱস উপলক্ষে অসমৰ মোৰ ভাতৃ-ভগ্নীসকলক শুভেচ্ছা জনাইছো।
আজিৰ দিনটো স্বৰ্গদেউ চাওলুং চুকাফাৰ দৃষ্টিভংগী পূৰণৰ বাবে আমাৰ প্ৰতিশ্ৰুতি পুনৰাবৃত্তি কৰাৰ এক উপলক্ষ। যোৱা কেইবছৰমান ধৰি কেন্দ্ৰ আৰু অসমৰ এন ডি এ চৰকাৰে অসমৰ প্ৰগতি ত্বৰান্বিত কৰাৰ বাবে অক্লান্তভাৱে কাম কৰি আছে। ভৌতিক আৰু সামাজিক আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰা হৈছে।
টাই আহোম সংস্কৃতি আৰু টাই ভাষাক জনপ্ৰিয় কৰাৰ দিশত বহুতো পদক্ষেপ গ্ৰহণ কৰা হৈছে। ই অসমৰ যুৱক-যুৱতীসকলক যথেষ্ট উপকৃত কৰিব।’
Best wishes to my sisters and brothers of Assam on Asom Diwas.
— Narendra Modi (@narendramodi) December 2, 2025
Today is an occasion to reiterate our commitment to fulfilling the vision of Swargadeo Chaolung Sukapha. Over the last few years, the NDA Governments in the Centre and Assam are working tirelessly to boost the…
অসমৰ মোৰ ভাই-ভনীসকললৈ অসম দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছো।
— Narendra Modi (@narendramodi) December 2, 2025
আজিৰ দিনটো হৈছে স্বৰ্গদেউ চাওলুং চুকাফাৰ দূৰদৰ্শী দৃষ্টিভংগী পূৰণৰ বাবে আমাৰ অংগীকাৰক পুনৰ দোহৰাৰ এক উপলক্ষ। যোৱা কেইবছৰমানৰ পৰা কেন্দ্র আৰু অসমৰ এন ডি এ চৰকাৰসমূহে অসমৰ প্রগতি বৃদ্ধিৰ বাবে অক্লান্তভাৱে কাম কৰি আছে৷ ভৌতিক…


