প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমন বিভাগ(এনডিআৰএফ)ৰ দলক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে এলানি টুইটত কয়ঃ

"প্ৰতিষ্ঠা দিৱসত ৰাষ্ট্ৰীয় দূৰ্যোগ প্ৰশমন বিভাগ(এনডিআৰএফ)ৰকঠোৰপৰিশ্ৰমী দলক মই অভিনন্দন জনাইছো। তেওঁলোকে অত্যন্ত প্ৰত্যাহ্বানজনক পৰিস্থিতিতো বহুতো উদ্ধাৰ আৰু সাহায্য অভিযানক সন্মুখৰ পৰা নেতৃত্ব দি আহিছে। এনডিআৰএফৰ সাহস আৰু পেছাদাৰীত্ব যথেষ্ট প্ৰেৰণাদায়ী। তেওঁলোকৰ ভৱিষ্যতৰ সকলো কাৰ্যপন্থাৰ বাবে মই শুভকামনা জনাইছো।

দূৰ্যোগ ব্যৱস্থাপনা হ’ল চৰকাৰ আৰু নীতি নিৰ্ধাৰকৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয়। ভাৰতে ‘দূৰ্যোগ প্ৰশমন আন্তঃগাথনিৰ বাবে মৈত্ৰী’ নামেৰে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। ‘এনডিআৰএফৰ দক্ষতা অধিক বৃদ্ধি কৰিবলৈ আমি প্ৰচেষ্টা অব্যাহত ৰাখিছো, যাতে যিকোনো বিপজ্জনক সময়ত আমি অধিকসংখ্যক লোকৰ জীৱন ৰক্ষা কৰিব পাৰো।’

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
AI will augment, create new jobs in India: World Bank

Media Coverage

AI will augment, create new jobs in India: World Bank
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 ফেব্ৰুৱাৰী 2026
February 24, 2026

Viksit Bharat Rising: Self-Reliance, Security & World Respect Under PM Modi