আজি গণেশ চতুৰ্থী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।
এক্সৰ এটা পোষ্টত তেওঁ লিখিছে,
আপোনালোকলৈ গণেশ চতুৰ্থীৰ শুভেচ্ছা জনাইছো। শ্ৰদ্ধা আৰু ভক্তিৰে ভৰা এই শুভ অনুষ্ঠানটো সকলোৰে বাবে শুভ হওক। ভগৱান গজাননৰ ওচৰত প্ৰাৰ্থনা জনাইছো যে তেওঁৰ সকলো ভক্তক সুখ, শান্তি আৰু সুস্বাস্থ্যৰে আশীৰ্বাদ কৰক। গণপতি বাপ্পা মোৰ্য়া!
आप सभी को गणेश चतुर्थी की ढेरों शुभकामनाएं। श्रद्धा और भक्ति से भरा यह पावन अवसर हर किसी के लिए शुभकारी हो। भगवान गजानन से प्रार्थना है कि वे अपने सभी भक्तों को सुख, शांति और उत्तम स्वास्थ्य का आशीर्वाद दें। गणपति बाप्पा मोरया!
— Narendra Modi (@narendramodi) August 27, 2025


