প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষক দিৱস উপলক্ষ্যে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে মনক লালন-পালন কৰাৰ প্ৰতি শিক্ষকসকলৰ সমৰ্পণেই হৈছে এক শক্তিশালী আৰু উজ্জ্বল ভৱিষ্যতৰ ভেটি। "বিশিষ্ট পণ্ডিত আৰু শিক্ষক ড° এছ ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত তেওঁৰ জীৱন তথা  ভাৱনাৰ কথা  আমি মনত পেলাইছো", শ্ৰী মোদীয়ে লগতে কয়।

 

প্ৰধানমন্ত্ৰীয়ে এক্সত এইবুলি পোষ্ট কৰিছে ;

 

"সকলোকে, বিশেষকৈ সকলো কঠোৰ পৰিশ্ৰমী শিক্ষকলৈ #শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ! মনক লালন-পালন কৰাৰ প্ৰতি শিক্ষকসকলৰ সমৰ্পণেই হৈছে এক শক্তিশালী আৰু উজ্জ্বল ভৱিষ্যতৰ ভেটি। তেওঁলোকৰ দায়বদ্ধতা আৰু মমতা লক্ষণীয়। বিশিষ্ট পণ্ডিত আৰু শিক্ষক ড° এছ ৰাধাকৃষ্ণণৰ জন্ম বাৰ্ষিকীত তেওঁৰ জীৱন আৰু ভাৱনাৰ কথাও আমি মনত পেলাইছো।"

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's airport passenger handling capacity crosses 580 million: Govt

Media Coverage

India's airport passenger handling capacity crosses 580 million: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Governor of Jharkhand meets Prime Minister
August 03, 2026