প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাই মান্যবৰ দালাই লামাক তেওঁৰ ৮৮সংখ্যক জন্মদিন উপলক্ষে ফোনযোগে শুভেচ্ছা জ্ঞাপন কৰে৷
এক টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়,
“মান্যবৰ @DalaiLamaৰ সৈতে ফোনযোগে কথা পাতিলো আৰু তেওঁৰ ৮৮সংখ্যক জন্মদিন উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰো৷ তেওঁৰ দীৰ্ঘায়ু আৰু সুস্থ জীৱন কামনা কৰিলো৷”
Spoke to His Holiness @DalaiLama and conveyed heartfelt greetings to him on his 88th birthday. Wishing him a long and healthy life.
— Narendra Modi (@narendramodi) July 6, 2023


