প্ৰধানমন্ত্ৰী শ্ৰী  নৰেন্দ্ৰ মোদীয়ে বৰ্তমান সাগৰত চলি থকা আইএনএছভি কৌণ্ডিন্যৰ এখন ছবি লাভ কৰি আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে ২০২৬ বৰ্ষক আদৰিবলৈ দেশ খনে প্ৰস্তুতি চলোৱাৰ সময়ত ক্ৰুৰ উৎসাহক প্ৰশংসা কৰে আৰু আন্তৰিক শুভেচ্ছা জনায়। এক্সৰ এটা পোষ্টত তেওঁ উল্লেখ কৰিছে যে- 'আইএনএছভি কৌণ্ডিন্যৰ  দলৰ এই ছবিখন পাই আনন্দিত হৈছো!তেওঁলোকৰ উৎসাহ অতি হৃদয়স্পৰ্শী।  আমি সকলোৱে ২০২৬ চনৰ আৰম্ভণি কৰিবলৈ সাজু হৈছো, সেয়েহে  সাগৰত থকা আইএনএছভি কৌণ্ডিন্য  দললৈ মোৰ বিশেষ শুভেচ্ছা জনাইছো।তেওঁলোকৰ বাকী যাত্ৰাও আনন্দ আৰু সফলতাৰে ভৰা হওক।

@INSVKaundinya”

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Coconut industry gets a policy boost

Media Coverage

Coconut industry gets a policy boost
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 ফেব্ৰুৱাৰী 2026
February 17, 2026

India’s Tech-focused Revolution under PM Modi’s Leadership Takes Centre Stage at the IndiaAI Impact Summit