প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ ৰূপান্তৰশীল প্ৰভাৱত আলোকপাত প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জন ঔষধি দিৱস, ২০২৬ উপলক্ষে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ ইতিবাচক ফলাফল লাভ কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে এই পদক্ষেপে প্ৰতিজন নাগৰিকে সুলভ মূল্যত গুণগত ঔষধৰ সুবিধা লাভ কৰাটো নিশ্চিতকৰণৰ প্ৰতি আমাৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। জন ঔষধি কেন্দ্ৰ সমূহৰ জৰিয়তে অগণন পৰিয়ালে স্বাস্থ্যসেৱা ব্যয় ৰাহি কৰি উপযুক্ত চিকিৎসা লাভ কৰিছে বুলিও শ্ৰী মোদীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ ৰূপান্তৰশীল প্ৰভাৱ সম্পৰ্কেও আলোকপাত কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে লিখিছে;

“মই #JanAushadhiDiwas2026 উপলক্ষে প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ ইতিবাচক ফলাফল লাভ কৰা সকলোকে শুভেচ্ছা জনাইছো। এই পদক্ষেপে প্ৰতিজন নাগৰিকে সুলভ মূল্যত গুণগত ঔষধৰ সুবিধা লাভ কৰাটো নিশ্চিতকৰণৰ প্ৰতি আমাৰ দায়বদ্ধতাকে প্ৰতিফলিত কৰিছে। জন ঔষধি কেন্দ্ৰ সমূহৰ জৰিয়তে অগণন পৰিয়ালে স্বাস্থ্যসেৱা ব্যয় ৰাহি কৰি উপযুক্ত চিকিৎসা লাভ কৰিছে।”

 

 

“প্ৰধানমন্ত্ৰী ভাৰতীয় জনঔষধি পৰিযোজনাৰ ৰূপান্তৰশীল প্ৰভাৱৰ আভাস দাঙি ধৰিছো।

#JanAushadhiDiwas2026”

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views

Media Coverage

Pyaaz Khaate Hai, Dimaag Nahi': PM Modi's Jhalmuri Video Breaks The Internet With 100M+ Views
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 এপ্ৰিল 2026
April 21, 2026

Aatmanirbhar Bharat Goes Global: PM Modi Turns India into Manufacturing Superpower & Innovation Powerhouse