পিএমএনআৰএফৰ পৰা সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশাখাপট্টনম তীখা উদ্যোগত সংঘটিত দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে নিজৰ আপোনজনক হেৰুওৱাসকলৰ প্ৰতি  সমবেদনা  প্ৰকাশ কৰাৰ লগতে আহতসকলৰ  অতি সোনকালে আৰোগ্য কামনাৰে  প্ৰাৰ্থনা জনায়। তেওঁ উল্লেখ কৰে যে স্থানীয় কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াইছে।

শ্ৰী মোদীয়ে ঘোষণা কৰে যে  ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা  প্ৰতিগৰাকী মৃত লোকৰ ওচৰ আত্মীয়ক ২ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাৰ সাহায্য প্ৰদান কৰা হ'ব ।

প্ৰধানমন্ত্ৰীয়ে এক্সত এনেদৰে পোষ্ট কৰিছে:

"বিশাখাপট্টনম ষ্টীল প্ৰকল্পত  সংঘটিত হোৱা দুৰ্ঘটনাত মৰ্মাহত । আপোনজনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা। আহতসকল সোনকালে সুস্থ হৈ উঠাৰ বাবে প্ৰাৰ্থনা জনাইছো। ক্ষতিগ্ৰস্তসকলক স্থানীয় কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় আগবঢ়াইছে।"

পিএমএনআৰএফৰ পৰা ২ লাখ টকা প্ৰতিজন মৃতকৰ ওচৰৰ আত্মীয়ক ২ লাখ টকা দিয়া হ’ব। আহতসকলক ৫০ হাজাৰ টকা দিয়া হ’ব।

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Indian economy navigated well external uncertainties: RBI Bulletin

Media Coverage

Indian economy navigated well external uncertainties: RBI Bulletin
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 23 জুলাই 2026
July 23, 2026

Digital Rails, PLI Jobs & Swift Justice: How PM Modi’s Governance is Rewiring India’s Future