প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাৰ উপ সভাপতি শ্ৰী হৰিবংশজীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই দিনটোৱে দেশৰ বাবে আৰু অধিক নিষ্ঠা, আনুগত্য তথা প্ৰতিশ্ৰুতিৰে কাম কৰিবলৈ অনুপ্ৰেৰণা প্ৰদান কৰিছে।
শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰ জৰিয়তে চৰকাৰ ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
প্ৰধানমন্ত্ৰীয়ে এক্স-ত পোষ্ট কৰিছেঃ
‘শুভেচ্ছাৰ বাবে মাননীয় হৰিবংশজীক মোৰ অন্তৰৰ পৰা ধন্যবাদ জনাইছো। এই সুযোগে দেশৰ বাবে অধিক নিষ্ঠা, আন্তৰিকতা আৰু প্ৰতিশ্ৰুতিৰে কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। ‘সবকা সাথ, সবকা বিকাশ’ মন্ত্ৰৰ জৰিয়তে আমি ভাৰতৰ সৰ্বাংগীন উন্নয়নৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ।
@harivansh1956’
शुभकामनाओं के लिए आपका हृदय से आभार माननीय हरिवंश जी। यह अवसर देश के लिए और अधिक समर्पण, निष्ठा एवं प्रतिबद्धता के साथ कार्य करने की प्रेरणा देता है। 'सबका साथ, सबका विकास' के मंत्र के साथ हम भारतवर्ष के चौतरफा विकास के लिए प्रतिबद्ध हैं।@harivansh1956 https://t.co/LJLQfLZ08Q
— Narendra Modi (@narendramodi) June 10, 2026


