প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ফিডে ৱমেন গ্ৰেণ্ড চুইছ-২০২৫ প্ৰতিযোগিতাত বিজয়ী হোৱাৰ বাবে বৈশালী ৰমেশবাবুক অভিনন্দন জনায়। শ্ৰী মোদীয়ে কয়, "তেওঁৰ আগ্ৰহ আৰু সমৰ্পিত মনোভাব অনুকৰণীয়। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে বহু বহু শুভকামনা।"
এক্সৰ আজি এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়,
"অসাধাৰণ সফলতা। বৈশালী ৰমেশবাবুলৈ অভিনন্দন। তেওঁৰ আগ্ৰহ আৰু সমৰ্পিত মনোভাব অনুকৰণীয়। তেওঁৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে বহু বহু শুভকামনা।"
@chessvaishali
Outstanding accomplishment. Congrats to Vaishali Rameshbabu. Her passion and dedication are exemplary. Best wishes for her future endeavours. @chessvaishali https://t.co/0AgnNjRV93
— Narendra Modi (@narendramodi) September 16, 2025


