Share
 
Comments

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হিচাপে শপত গ্রহণ কৰাত শ্রী পুষ্কৰ সিং ধামিক অভিনন্দন জনাইছে।

এটা ট্যুইটত প্রধানমন্ত্রীয়ে কৈছে, “উত্তৰাখণ্ডৰ মুখ্যমন্ত্রী হিচাপে শপত লোৱাত @pushkardhami জীক অভিন্দনন। দেৱভূমি উত্তৰাখণ্ডই যোৱা পাঁচ বছৰত প্রতিটো ক্ষেত্রত অগ্রগতি কৰিছে। আপুনি আৰু আপোনাৰ মন্ত্রীসভাৰ সকলো সদস্যই এই অগ্রগতিক অধিক ত্বৰান্বিত কৰিব আৰু জনগণৰ আকাঙ্খা পূৰণত বিকাশৰ এক নতুন মডেল গঢ়ি তুলিব বুলি মোৰ দৃঢ় বিশ্বাস”।

 

 

 

 

 

 

 

 

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
India ‘Shining’ Brightly, Shows ISRO Report: Did Modi Govt’s Power Schemes Add to the Glow?

Media Coverage

India ‘Shining’ Brightly, Shows ISRO Report: Did Modi Govt’s Power Schemes Add to the Glow?
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 31 জানুৱাৰী 2023
January 31, 2023
Share
 
Comments

Gratitude, Trust and Support For The Citizen-centric Policies of The Modi Government

India's Vibrant Economic Growth Setting Benchmarks For The World