প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এছিয়ান পেৰা গেমছত পুৰুষৰ ১৫০০ মিটাৰ টি-৬৪ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰাকেশ ভৈৰাক অভিনন্দন জ্ঞাপন কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
"পুৰুষৰ ১৫০০মিটাৰ টি-৬৪ ইভেণ্টত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰাকেশ ভৈৰাক অভিনন্দন!
এই উৎকৃষ্ট প্ৰদৰ্শন তেওঁৰ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ ফল।"
Congratulations to Rakesh Bhaira for the stellar Bronze Medal win in the Men's 1500m-T46 event!
This excellent performance is a result of his dedication and hard work. pic.twitter.com/wm8moj4Pfr
— Narendra Modi (@narendramodi) October 24, 2023


