প্ৰধানমন্ত্ৰীয়ে এলভিএম৩ৰ সফল উৎক্ষেপণৰ বাবে এনএছআইএল, ইন-স্পেচই আৰু ইছৰোক অভিনন্দন জ্ঞাপন কৰিছে।

ৱানৱেবৰ এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়;

"৩৬টা @OneWeb উপগ্ৰহৰ সৈতে LVM3ৰ আন এক সফল উৎক্ষেপণৰ বাবে @NSIL_India @INSPACeIND @ISRO লৈ মই অভিনন্দন জনাইছো। ই আত্মনিৰ্ভৰ ভাৰতৰ প্ৰকৃত মনোভাৱেৰে বিশ্বব্যাপী বাণিজ্যিক উৎক্ষেপণ সেৱা প্ৰদানকাৰী হিচাপে দেশৰ অগ্ৰণী ভূমিকাক শক্তিশালী কৰে।"

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Over 52,000 Indians return safely from Gulf amid Iran war: MEA

Media Coverage

Over 52,000 Indians return safely from Gulf amid Iran war: MEA
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 10 মাৰ্চ 2026
March 10, 2026

Citizens Appreciate India’s Digital Leap and Green Triumphs Under the Leadership of PM Modi