প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছৰ পুৰুষৰ ডাবলছ বেডমিণ্টন-এছএল৩-এছএল৪ত আজি স্বৰ্ণ পদক জয়ৰ বাবে নিতেশ কুমাৰ, তৰুণ ধিলনক অভিনন্দন জ্ঞাপন কৰিছে৷

তেওঁ লগতে তেওঁলোকৰ দলগত কামৰ প্ৰশংসা কৰি কয় যে এই প্ৰদৰ্শনে উদীয়মান খেলুৱৈসকলৰ প্ৰতি এক উজ্বল নিদৰ্শন দাঙি ধৰিলে৷

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“বেডমিণ্টনৰ-পুৰুষৰ ডাবলছত এছএল৩-এছএল৪ত চমকপ্ৰদ প্ৰদৰ্শনেৰে স্বৰ্ণ পদক জয়ৰ বাবে নিতেশ কুমাৰ আৰু তৰুণ ধিলনক অভিনন্দন জ্ঞাপন কৰিছো৷ তেওঁলোকৰ দলগত কাম আৰু প্ৰতিভাই উদীয়মান খেলুৱৈসকলৰ বাবে এক উজ্জ্বল নিদৰ্শন দাঙি ধৰিছে। ভাৰতে তেওঁলোকৰ বাবে গৌৰৱবোধ কৰিছে।” 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony

Media Coverage

Inspiring India: Gujarat Woman's Solar Mission Earns PM Modi’s Praise, Invitation to I-Day Ceremony
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 06 আগষ্ট 2026
August 06, 2026

New India Defies the Storm: Multi-Front Progress Under PM Modi