কানাডাৰ প্ৰধানমন্ত্ৰীৰ হিচাপে নিৰ্বাচিত হোৱা শ্ৰীযুত মাৰ্ক কাৰনে আৰু লিবাৰেল পাৰ্টীক তেওঁলোকৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ মিলিত গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসনৰ প্ৰতি অটল দায়বদ্ধতা আৰু ভাৰত আৰু কানাডাক একেলগে বান্ধি ৰখা সজীৱ জনসাধাৰণৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰে।

এক্সৰ এটা পোষ্টত তেওঁ লিখেঃ-

"প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ বাবে @MarkJCarney আৰু তেওঁৰ লিবাৰেল পাৰ্টিৰ অভিনন্দন জনাইছো। ভাৰত আৰু কানাডা মিলিত গণতান্ত্ৰিক মূল্যবোধ, আইনৰ শাসনৰ প্ৰতি অটল প্ৰতিশ্ৰুতি, আৰু জনসাধাৰণৰ মাজত সজীৱ সম্পৰ্কৰ দ্বাৰা বান্ধ খাই আছে। মই আপোনাৰ সৈতে কাম কৰি আমাৰ অংশীদাৰিত্ব শক্তিশালী কৰিবলৈ আৰু আমাৰ জনসাধাৰণৰ বাবে অধিক সুযোগ মুকলি কৰিবলৈ আগ্ৰহী।"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166

Media Coverage

India's high-flying ambitions: How policy overhaul doubled nation's MRO footprint from 96 to 166
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 মে’ 2026
May 16, 2026

Petroleum Reserves Secured, Dollars Pouring In, AI Supercluster Rising — Welcome to PM Modi’s New India