এছিয়ান গেমছ ২০২২ত ভাৰতৰ বাবে প্ৰথমটো পদক, ৰূপৰ পদক লাভ কৰা বাবে প্ৰধানমন্ত্ৰী, শ্ৰী নৰেন্দ্ৰ মোদীয়ে লাইটৱেট পুৰুষৰ ডাবল স্কালছ টিমক প্ৰশংসা কৰিছে।
অতুল্য যুটি অৰ্জুন লাল জাট আৰু অৰবিন্দ সিঙক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে আমাৰ দেশৰ আত্মা আৰু শক্তিক প্ৰতিনিধিত্ব কৰি গৌৰৱৰ দিশে নিৰন্তৰ আগবাঢ়ি যোৱাৰ কামনা কৰে!!
"Rowing their way to glory! 🚣♂️🥈
— SAI Media (@Media_SAI) September 24, 2023
🇮🇳 secure SILVER in the Rowing lightweight men's double sculls event
Our #TOPSchemeAthletes (Core) @OLYArjun and Arvind Singh representing 🇮🇳 finished with a timing of 06:28:18 🚣🏻#Cheer4India#Hallabol#JeetegaBharat#BharatAtAG22 pic.twitter.com/cOPhZ5fVnc


