প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা এককালীন সাহায্য ঘোষণা প্ৰধানমন্ত্ৰীৰ

আজি হিমাচল প্ৰদেশৰ মাণ্ডিত সংঘটিত ভয়াবহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাৰ খবৰ লাভ কৰি গভীৰ শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাৰ এককালীন সাহায্য ঘোষণা কৰে।

এক্স হেণ্ডেলত আজি এই সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয়,

 

"হিমাচল প্ৰদেশৰ মাণ্ডীত সংঘটিত দুৰ্ঘটনাৰ ফলত প্ৰাণ হেৰুওৱাৰ খবৰত মৰ্মাহত হৈছো। দুৰ্ঘটনাত নিজৰ আপোনজনক হেৰুওৱা সকললৈ গভীৰ সমবেদনা। আহতসকল অতি সোনকালে আৰোগ্য লাভ কৰক।"

প্ৰতিগৰাকী মৃতকৰ নিকটাত্মীয়লৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা ২ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকললৈ ৫০ হাজাৰ টকাকৈ প্ৰদান কৰা হ'ব: প্ৰধানমন্ত্ৰী @narendramodi"

 

 

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Railways to operate over 300 special trains for Jagannath Rath Yatra, 100 for Onam: Ashwini Vaishnaw

Media Coverage

Railways to operate over 300 special trains for Jagannath Rath Yatra, 100 for Onam: Ashwini Vaishnaw
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 7 জুলাই 2026
July 07, 2026

PM Modi Elevating India’s Global Standing Through Diplomacy and Development