প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকৰ প্ৰতি শোক প্ৰকাশ কৰিছে।
এক্সত প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা এইদৰে পোষ্ট কৰা হয়ঃ
‘ৰাজস্থানৰ জয়পুৰৰ এখন চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডত হোৱা প্ৰাণহানিৰ ঘটনা অতি দুখজনক। এই দুৰ্ঘটনাত প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী’
The loss of lives due to a fire tragedy at a hospital in Jaipur, Rajasthan, is deeply saddening. Condolences to those who have lost their loved ones. May the injured recover soon: PM @narendramodi
— PMO India (@PMOIndia) October 6, 2025


