প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ আলমোৰা জিলাত সংঘটিত বাছ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ তৰফৰ পৰা এক্সত পোষ্ট কৰা হয়ঃ
‘উত্তৰাখণ্ডৰ আলমোৰা জিলাত সংঘটিত বাছ দুৰ্ঘটনাত হোৱা প্ৰাণহানি অত্যন্ত দুখজনক। দুঘৰ্টনাত প্ৰিয়জনক হেৰুওৱা লোকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ আশু আৰোগ্য কামনা কৰিছোঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী’
The loss of lives due to a bus mishap in the Almora district of Uttarakhand is extremely saddening. Condolences to those who have lost their loved ones. May the injured recover at the earliest: PM @narendramodi
— PMO India (@PMOIndia) December 30, 2025


