Share
 
Comments

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা শ্ৰী কে বিশ্বনাথৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে টুইটযোগে শোক প্ৰকাশ কৰি কয় -

"শ্ৰী কে বিশ্বনাথগুৰুৰ মৃত্যুত মই ব্যথিত। তেওঁ চিনেমা জগতৰ এজন নিপুণ কাৰিকৰ আছিল আৰু এজন সৃষ্টিশীল আৰু বহুমুখী পৰিচালক হিচাপে নিজৰ পৰিচয় দাঙি ধৰিছিল। তেওঁৰ চলচ্চিত্ৰসমূহত বিভিন্ন ৰসৰ সমাহাৰ ঘটিছিল। তেওঁ কেবাদশক ধৰি দৰ্শকসকলক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল। তেওঁৰ পৰিয়াল আৰু অনুৰাগীসকলৰ প্ৰতি সমবেদনা যাছিলোঁ। ঔঁম শান্তি।"

Explore More
৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

Popular Speeches

৭৬ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ দূৰ্গৰ পৰা ৰাষ্ট্ৰবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
Unboxing the ‘export turnaround’ in India’s toy story

Media Coverage

Unboxing the ‘export turnaround’ in India’s toy story
...

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM expresses grief on the bus accident in Jammu and Kashmir
May 31, 2023
Share
 
Comments
Announces ex-gratia from PMNRF

The Prime Minister, Shri Narendra Modi has expressed grief over the loss of lives due to the bus accident in Jammu and Kashmir. Shri Modi has announced an ex-gratia from the Prime Minister's National Relief Fund (PMNRF) for the victims.

The Prime Minister's office tweeted;

"Expressing grief on the bus accident in Jammu and Kashmir, PM @narendramodi has announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased. The injured would be given Rs. 50,000."