প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী চন্দন ৰাম দাসৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
“উত্তৰাখণ্ড চৰকাৰৰ মন্ত্ৰী চন্দন ৰাম দাস জীৰ বিয়োগত শোকাহত হৈছোঁ। উত্তৰাখণ্ডৰ উন্নয়নত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল আৰু সযত্নেৰে জনসাধাৰণৰ সেৱা কৰিছিল। তেওঁৰ পৰিয়ালবৰ্গ আৰু সমৰ্থকসকললৈ সমবেদনা জ্ঞাপন কৰিলোঁ। ঔম শান্তি।”
Pained by the passing away of Minister in the Uttarakhand Government, Shri Chandan Ram Dass Ji. He made a noteworthy contribution to the development of Uttarakhand and served the people with great diligence. Condolences to his family and supporters. Om Shanti.
— Narendra Modi (@narendramodi) April 26, 2023


