প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যপ্ৰদেশৰ দিনদৌৰীত সংঘটিত পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে৷

শ্ৰী মোদীয়ে লগতে দুৰ্ঘটনাত আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এক টুইটাৰ পোষ্টত কয়;

“মধ্যপ্ৰদেশৰ দিনদৌৰীত সংঘটিত পথ দুৰ্ঘটনা অতি দুখজনক৷ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ সমবেদনা জনাইছো৷ ভগৱানে এই কঠিন মুহূৰ্তত সকলোকে শক্তি প্ৰদান কৰক৷ মই লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিলোঁ৷ ৰাজ্য চৰকাৰৰ তত্বাৱধানত মই স্থানীয় প্ৰশাসনক পীড়িত লোকসকলক সম্ভৱপৰ সকলো সহায় আগবঢ়াইছে৷” প্ৰধানমন্ত্ৰী @narendramodi”

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties

Media Coverage

'PM Modi Is One Of Our Greatest Friends': Netanyahu Says Israel Is 'Investing Heavily' In India Ties
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 04 আগষ্ট 2026
August 04, 2026

From Auto PLI to Ramsar Sites: How India is Winning on Every Front Under PM Modi