প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীমদ পঞ্চখণ্ড পীঠাধীশ্বৰ আচাৰ্য্য ধৰ্মেন্দ্ৰৰ দেহাৱসানত গভীৰ শোক প্ৰকাশ কৰিছে।
প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে টুইট কৰে;
"সমাজ আৰু ৰাষ্ট্ৰসেৱাত নিজকে সমৰ্পিত কৰা শ্ৰীমদ পঞ্চখণ্ড পীঠাধীশ্বৰ আচাৰ্য্য ধৰ্মেন্দ্ৰৰ মৃত্যুত শোকাহত হৈছো। তেওঁৰ প্ৰস্থান ধৰ্মীয় আৰু আধ্যাত্মিক জগতখনৰ বাবে এক অপূৰণীয় ক্ষতি। ঈশ্বৰে তেওঁক শ্ৰী চৰণত স্থান দিয়ক। ঔম শান্তি!"
समाज और राष्ट्रसेवा में समर्पित श्रीमद् पंचखण्ड पीठाधीश्वर आचार्य धर्मेंद्र जी के निधन से अत्यंत दुख हुआ है। उनका जाना धार्मिक और आध्यात्मिक जगत के लिए एक अपूरणीय क्षति है। ईश्वर उन्हें अपने श्रीचरणों में स्थान दे। ओम शांति!
— Narendra Modi (@narendramodi) September 19, 2022


