প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰী এমজি বৈদ্য জীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে।
এক টুইটত প্ৰধানমন্ত্ৰীয়ে কয়, "শ্ৰী এমজি বৈদ্য জী এগৰাকী প্ৰখ্যাত লেখক আৰু সাংবাদিক আছিল। তেওঁ দশক দশক ধৰি আৰএছএছলৈ ব্যাপক অৱদান আগবঢ়াইছে। তেওঁ বিজেপিক শক্তিশালী কৰিবলৈও কাম কৰিছিল। তেওঁৰ মৃত্যুত ব্যথিত হৈছো আৰু তেওঁৰ পৰিয়াল তথা অনুগামীসকললৈ সমবেদনা জনাইছো। ওমঃ শান্তি।"
Shri MG Vaidya Ji was a distinguished writer and journalist. He contributed extensively to the RSS for decades. He also worked to strengthen the BJP. Saddened by his demise. Condolences to his family and admirers. Om Shanti.
— Narendra Modi (@narendramodi) December 19, 2020


