প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত  আজি  অনুষ্ঠিত এখন উচ্চ পৰ্যায়ৰ বৈঠকত পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বাবে পৰিকল্পনা প্ৰস্তুত সন্দৰ্ভত আলোচনা কৰা হয়, যাৰ লক্ষ্য হৈছে সহজ আৰু ব্যাপক সংস্কাৰ, যিয়ে জীৱন-যাপনৰ সহজতা বৃদ্ধি কৰিব, ব্যৱসায়ত  সহজতা উন্নত কৰিব আৰু সৰ্বাংগীন সমৃদ্ধিৰ পোষকতা কৰিব।

 

এক্সত দিয়া  এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়-

 

'পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বাবে ৰোডমেপ প্ৰস্তুত সম্পৰ্কে আলোচনাৰ বাবে এখন বৈঠকত অধ্যক্ষতা কৰিলো।আমি সকলো খণ্ডতে ক্ষিপ্ৰ সংস্কাৰৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ, যিয়ে জীৱন-যাপন সহজ কৰিব, ব্যৱসায় কৰাত সহজতা আৰু সমৃদ্ধি বৃদ্ধি কৰিব।'

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Co, LLP registrations scale record in first seven months of FY26

Media Coverage

Co, LLP registrations scale record in first seven months of FY26
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
য়েল মিডিয়া কৰ্ণাৰ 13 নৱেম্বৰ 2025
November 13, 2025

PM Modi’s Vision in Action: Empowering Growth, Innovation & Citizens