প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান পেৰা গেমছ ২০২২ত পুৰুষৰ শ্বটপুট-এফ ৪৬ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে ৰোহিত হুদাক অভিনন্দন জনাইছে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰে :
"ৰোহিত হুদাক তেওঁৰ ব্ৰঞ্জৰ পদক আৰু পুৰুষৰ শ্বটপুট-এফ ৪৬ প্ৰতিযোগিতাত উৎকৃষ্ট প্ৰদৰ্শনৰ বাবে বিশাল অভিনন্দন। আপোনাৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে শুভকামনা থাকিল।"
Huge congratulations to @RohitHo45912288 for his Bronze Medal and outstanding performance in the Men's Shot Put-F46 event. Best wishes for your future endeavours. pic.twitter.com/r1hnc8EcQN
— Narendra Modi (@narendramodi) October 26, 2023


