প্ৰায় ৫,০০০ কোটি টকাৰ সামগ্ৰিক কৃষি উন্নয়ন কাৰ্যসূচী ৰাষ্ট্ৰৰ নামত উৎসৰ্গা
স্বদেশ দৰ্শন আৰু প্ৰসাদ আঁচনিৰ অধীনত ১,৪০০ কোটি টকাৰ অধিক মূল্যৰ পৰ্যটন খণ্ডৰ ৫২ টা প্ৰকল্প উদ্বোধন
শ্ৰীনগৰৰ 'হজৰতবল দৰগাহৰ সংহত উন্নয়ন'ৰ বাবে এটা প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা
প্ৰত্যাহ্বান আধাৰিত গন্তব্য উন্নয়ন আঁচনিৰ অধীনত বাছনি কৰা পৰ্যটন থলীসমূহ ঘোষণা কৰে
'দেখো আপনা দেশ পিপলচ চইচ ২০২৪' আৰু 'চলো ইণ্ডিয়া গ্লোবেল প্ৰবাসী অভিযান' আৰম্ভ কৰে
জম্মু-কাশ্মীৰৰ নতুন চৰকাৰী নিযুক্তিৰ বাবে নিযুক্তিপত্ৰ বিতৰণ কৰে
“Modi will not leave any stone unturned to repay this debt of affection. I am doing all this hard work to win your hearts and I believe that I am on the right path”
“Power of development, potential of tourism, capabilities of farmers and leadership of the youth of Jammu and Kashmir will pave the way for Viksit Jammu Kashmir”
“Jammu Kashmir is not just a place, Jammu Kashmir is the head of India. And a head held high is a symbol of development and respect. Therefore, Viksit Jammu and Kashmir is the priority of Viksit Bharat”
“Today, Jammu and Kashmir are breaking all tourism records"
“Jammu and Kashmir is a huge brand in itself”
“Today Jammu and Kashmir is touching new heights of development because Jammu and Kashmir is breathing freely today. This freedom from restrictions has come after the abrogation of Article 370”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত বিকশিত ভাৰত বিকশিত জম্মু-কাশ্মীৰ কাৰ্যসূচীত ভাষণ দিয়ে। তেওঁ প্ৰায় ৫০ কোটি টকা ব্যয়সাপেক্ষ সামগ্ৰিক কৃষি উন্নয়ন কাৰ্যসূচী ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে আৰু স্বদেশ দৰ্শন আৰু প্ৰসাদ আঁচনিৰ অধীনত ১,৪০০ কোটি টকাৰ অধিক মূল্যৰ পৰ্যটন খণ্ডৰ একাধিক প্ৰকল্পৰ শুভাৰম্ভ কৰে। ইয়াৰ ভিতৰত শ্ৰীনগৰৰ 'হজৰতবল দৰগাহৰ সংহত উন্নয়ন' প্ৰকল্প অন্যতম। প্ৰধানমন্ত্ৰীয়ে 'দেখো আপনা দেশ পিপলচ চইচ টুৰিষ্ট ডেষ্টিনেচন পোল' আৰু 'চলো ইণ্ডিয়া গ্লোবেল প্ৰবাসী অভিযান'ৰো শুভাৰম্ভ কৰে। তেওঁ লগতে প্ৰত্যাহ্বান আধাৰিত গন্তব্য উন্নয়ন (চিবিডিডি) আঁচনিৰ অধীনত নিৰ্বাচিত পৰ্যটন থলীসমূহৰ বিষয়েও ঘোষণা কৰে। অনুষ্ঠানত জম্মু-কাশ্মীৰৰ প্ৰায় ১,০০০ নতুন চৰকাৰী নিযুক্তিৰ বাবে নিযুক্তিপত্ৰসমূহো বিতৰণ কৰা হয়। শ্ৰী মোদীয়ে লগতে সফল মহিলা, লাখপতি দিদি, কৃষক, উদ্যোগী আদিকে ধৰি বিভিন্ন চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰিব।

 

পুলৱামাৰ এগৰাকী মৌপালক নাজিম নাজিৰে চৰকাৰৰ আঁচনিসমূহৰ পৰা লাভ গ্ৰহণ কৰি নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰাৰ যাত্ৰাৰ বিষয়ে প্ৰধানমন্ত্ৰীৰ আগত বৰ্ণনা কৰে, য'ত তেওঁ ৫০ শতাংশ ৰাজসাহায্যত মৌপালনৰ বাবে ২৫ টা বাকচ ক্ৰয় কৰিছিল। এই সমগ্ৰ যাত্ৰাটোত তেওঁৰ অৰ্থনৈতিক বিকাশৰ ওপৰতো আলোকপাত কৰে, য'ত তেওঁ প্ৰধানমন্ত্ৰীৰ নিযুক্তি উৎপাদন কাৰ্যসূচীৰ অধীনত ৫ লাখ টকা লাভ কৰি মৌপালনৰ ব্যৱসায় ক্ৰমান্বয়ে ২০০ টা বাকচলৈ সম্প্ৰসাৰিত হৈছিল। ইয়াৰ ফলত শ্ৰীযুত নাজিৰে নিজৰ বাবে এটা ব্ৰেণ্ড নিৰ্মাণ কৰাৰ লগতে এটা ৱেবছাইট সৃষ্টি কৰে, যিয়ে সমগ্ৰ দেশত প্ৰায় ৫,০০০ কিলোগ্ৰাম মূল্যৰ হাজাৰ হাজাৰ ফৰমাইচৰ সৃষ্টি কৰে, তেওঁৰ এই ব্যৱসায় প্ৰায় ২,০০০ মৌপালন বাকচলৈ সম্প্ৰসাৰণ কৰাৰ লগতে অঞ্চলটোৰ প্ৰায় ১০০ জন যুৱকক নিয়োজিত কৰিবলৈ সক্ষম হৈছে। তেওঁ প্ৰধানমন্ত্ৰীক ২০২৩ চনত এফপিঅ' লাভ কৰাৰ বিষয়েও অৱগত কৰে, যিয়ে তেওঁক কেৱল তেওঁৰ ব্যৱসায় বৃদ্ধি কৰাত সহায় কৰিছিল। তেওঁ প্ৰধানমন্ত্ৰীক ডিজিটেল ইণ্ডিয়া উদ্যম আৰম্ভ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে যিয়ে দেশৰ ফিনটেক প্ৰেক্ষাপটলৈ পৰিবৰ্তন আনিছে। প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰত এক মধুৰ বিপ্লৱৰ পথ প্ৰশস্ত কৰাৰ বাবে শ্ৰীনাজিমৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু তেওঁৰ সফলতাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। ব্যৱসায় প্ৰতিষ্ঠাৰ বাবে চৰকাৰৰ পৰা প্ৰাৰম্ভিক সাহায্য পোৱাৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে কৰা অনুসন্ধানৰ পিছত শ্ৰীনাজিমে কয় যে যদিও প্ৰাৰম্ভিক অৱস্থাত তেওঁ অসুবিধাৰ সন্মুখীন হৈছিল, কিন্তু কৃষি বিভাগ আগবাঢ়ি আহি তেওঁৰ উদ্দেশ্যক সমৰ্থন কৰিছিল। মৌপালনৰ ব্যৱসায় যথেষ্ট নতুন খণ্ড বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইয়াৰ লাভালাভৰ বিষয়ে উল্লেখ কৰি কয় যে মৌমাখিবোৰে একপ্ৰকাৰ খেতিয়কৰ দৰেই কাম কৰে যাৰ ফলত ইয়াক শস্যৰ বাবে লাভজনক কৰি তোলা হয়। শ্ৰীযুত নাজিমে কয় যে ভূমি মালিকসকলে কোনো খৰচ নকৰাকৈ মৌপালনৰ বাবে ভূমি আগবঢ়াবলৈ সাজু কিয়নো প্ৰক্ৰিয়াটো কৃষকসকলৰ বাবেও লাভজনক। প্ৰধানমন্ত্ৰীয়ে শ্ৰী নাজিমক হিন্দুকুশ পৰ্বতমালাৰ চাৰিওফালে মধ্য এছিয়াত উৎপাদিত মৌৰ ওপৰত গৱেষণা কৰিবলৈ পৰামৰ্শ দিয়ে আৰু লগতে বাকচৰ চাৰিওফালে নিৰ্দিষ্ট ফুল ৰুই মৌৰ বাবে এক নতুন সোৱাদ প্ৰস্তুত কৰাৰ দিশত মনোনিৱেশ দিবলৈ পৰামৰ্শ দিয়ে, কিয়নো ই হৈছে এক বিশেষ বজাৰ। তেওঁ উত্তৰাখণ্ডতো একে ধৰণৰ সফল প্ৰয়াসৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে উচ্চ চাহিদাৰ বাবে একচেতিয়া মৌৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪০০ টকাৰ পৰা ১,০০০ টকালৈ বৃদ্ধি হোৱাত আনন্দ প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে চিন্তা আৰু দৃষ্টিভংগীৰ স্পষ্টতা থকা নাজিমে তেওঁৰ ব্যৱসায় চলোৱাৰ ক্ষেত্ৰত দেখুওৱা সাহসৰ প্ৰশংসা কৰে আৰু তেওঁৰ পিতৃ-মাতৃকো অভিনন্দন জনায়। তেওঁ কয় যে শ্ৰীযুত নাজিমে ভাৰতৰ যুৱসকলৰ বাবেও অনুপ্ৰেৰণা হৈ পৰিছে। 

 

শ্ৰীনগৰৰ আহতেশ্বাম মজিদ ভাট এগৰাকী বেকাৰী উদ্যোগী, যিয়ে খাদ্য প্ৰযুক্তি দক্ষতা বিকাশ কাৰ্যসূচীৰ জৰিয়তে বেকাৰী উদ্যোগত নতুন উদ্ভাৱন আনিছিল। মহিলা দক্ষতা বিকাশৰ বাবে চৰকাৰী পলিটেকনিকৰ ইনকিউবেচন কেন্দ্ৰই তেওঁক সহযোগ কৰিছিল। চৰকাৰী ‘ছিংগল উইনডো’ ব্যৱস্থাই তেওঁৰ লগতে তেওঁৰ দলক বিভিন্ন বিভাগৰ পৰা সকলো আপত্তিহীন প্ৰমাণপত্ৰ পোৱাত সহায় কৰিছিল। প্ৰধানমন্ত্ৰীয়ে তেওঁক কয় যে বিগত ১০ বছৰত চৰকাৰে কোটি কোটি যুৱক-যুৱতীক তেওঁলোকৰ ষ্টাৰ্টআপৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সকলোধৰণৰ সমৰ্থন আগবঢ়াই আহিছে। প্ৰধানমন্ত্ৰীয়ে বিভিন্ন জিলাৰ বন্ধুবৰ্গক তেওঁৰ উদ্যোগী উদ্যমত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰশংসা কৰে। "জম্মু-কাশ্মীৰৰ এই কন্যাসকলে সমগ্ৰ দেশৰ যুৱপ্ৰজন্মৰ বাবে নতুন অনুপ্ৰেৰণাদায়ক উদাহৰণ সৃষ্টি কৰিছে", প্ৰধানমন্ত্ৰীয়ে কয়। তেওঁ দুখীয়া কন্যাসকলৰ যত্ন লোৱাৰ বাবে তেওঁলোকৰ প্ৰশংসা কৰে।

গান্দেৰবালৰ হামিদা বানো দুগ্ধ ব্যৱসায়ৰ সৈতে জড়িত। তেওঁ প্ৰধানমন্ত্ৰীক কয় যে তেওঁ ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱিকা অভিযানৰ (এনআৰএলএম) পৰা লাভান্বিত হৈছে আৰু দুগ্ধজাত সামগ্ৰীৰ বাবে এটা প্ৰসংস্কৰণ গোট খুলিছে। তেওঁ আন মহিলাকো নিযুক্তি প্ৰদান কৰিছে। তেওঁ লগতে প্ৰধানমন্ত্ৰীক সামগ্ৰীৰ মান পৰীক্ষা, পেকেজিং আৰু বিপণনৰ বিষয়েও অৱগত কৰে। তেওঁৰ দুগ্ধজাত সামগ্ৰীবোৰ সংৰক্ষকবিহীন আৰু তেওঁ প্ৰধানমন্ত্ৰীক তেওঁৰ সামগ্ৰীসমূহৰ বিপণনৰ বিস্তৃত উপায় সন্দৰ্ভত অৱগত কৰে। ব্যৱসায়িক দক্ষতাৰ লগতে পুষ্টিৰ কাম চলাই নিয়াৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰশংসা কৰে। ইয়াৰ লগতে গুণগত মানৰ যত্ন লোৱা আৰু পৰিৱেশ-অনুকূল উপায়েৰে ব্যৱসায় কৰাৰ বাবেও শ্ৰী মোদীয়ে তেওঁক প্ৰশংসা কৰে।

 

সমবেত জনতাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে পৃথিৱীত স্বৰ্গত উপস্থিত হোৱাৰ অনুভূতিক শব্দত প্ৰকাশ কৰিব নোৱাৰি। "প্ৰকৃতি, বায়ু, উপত্যকা, পৰিবেশ আৰু কাশ্মীৰী ভাই-ভনীসকলৰ মৰম আৰু মৰমৰ এই অতুলনীয় ৰূপ", তেওঁ মন্তব্য কৰে। তেওঁ অনুষ্ঠানস্থলীৰ বাহিৰত নাগৰিকসকলৰ উপস্থিতি আৰু ভিডিঅ' লিংকৰ জৰিয়তে অনুষ্ঠানটোৰ সৈতে সংযুক্ত ২৮৫ টা খণ্ডৰ ১ লাখৰো অধিক লোকৰ উপস্থিতিৰ কথাও প্ৰকাশ কৰে। নতুন জম্মু-কাশ্মীৰক কেইবা দশক ধৰি অপেক্ষা কৰি থকা জম্মু-কাশ্মীৰ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "ড০ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে এই জম্মু-কাশ্মীৰৰ বাবে ত্যাগ কৰিছিল।" তেওঁ কয় যে নতুন জম্মু-কাশ্মীৰ ভৱিষ্যতৰ দৃষ্টিত জিলিকি আছে আৰু সকলো বাধা আঁতৰ কৰাৰ ইয়াৰ সংকল্প আছে। "জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ হাঁহি থকা মুখবোৰলৈ চাই দেশৰ ১৪০ কোটি নাগৰিকে শান্তি অনুভৱ কৰে", প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ মৰমৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "মোদীয়ে এই স্নেহৰ ঋণ পৰিশোধ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব। মই আপোনাৰ হৃদয় জয় কৰিবলৈ এই কঠোৰ পৰিশ্ৰম কৰি আছো আৰু মই বিশ্বাস কৰোঁ যে মই সঠিক পথেৰে আগবাঢ়িছো। মই আপোনাৰ হৃদয় জয় কৰিবলৈ মোৰ প্ৰচেষ্টা অব্যাহত ৰাখিম। এয়া হৈছে মোদীৰ গেৰাণ্টি আৰু আপোনালোক সকলোৱে জানে যে মোদীৰ গেৰাণ্টিৰ অৰ্থ হৈছে গেৰাণ্টি পূৰণৰ গেৰাণ্টি"

তেওঁ শেহতীয়া জম্মু ভ্ৰমণৰ কথা স্মৰণ কৰে, য'ত তেওঁ ৩২,০০০ কোটি টকাৰ আন্তঃগাঁথনি আৰু শিক্ষা প্ৰকল্পৰ শুভাৰম্ভ কৰিছিল। প্ৰধানমন্ত্ৰী মোডীয়ে আজি বিতৰণ কৰা নিযুক্তি পত্ৰৰ লগতে পৰ্যটন উন্নয়ন আৰু কৃষি সম্পৰ্কীয় আজিৰ প্ৰকল্পসমূহৰ কথাও উল্লেখ কৰে। "উন্নয়নৰ শক্তি, পৰ্যটনৰ সম্ভাৱনা, কৃষকৰ সামৰ্থ্য আৰু জম্মু-কাশ্মীৰৰ যুৱপ্ৰজন্মৰ নেতৃত্বই বিকশিত জম্মু-কাশ্মীৰৰ পথ প্ৰশস্ত কৰিব", প্ৰধানমন্ত্ৰীয়ে কয়। "জম্মু-কাশ্মীৰ কেৱল এখন ঠায়েই নহয়, ই হৈছে ভাৰতৰ শিৰোমণি। এই শীৰ্ষস্থান অক্ষুণ্ণ ৰখাটো হৈছে বিকাশ আৰু সন্মানৰ প্ৰতীক। সেয়েহে বিকশিত জম্মু-কাশ্মীৰ হৈছে বিকশিত ভাৰতৰ অগ্ৰাধিকাৰ", প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰত দেশত কাৰ্যকৰী হৈ থকা আইনসমূহ কাৰ্যকৰী নোহোৱা সময়ৰ কথা স্মৰণ কৰে আৰু দৰিদ্ৰ লোকসকলৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে উল্লেখ কৰে। ভাগ্য পৰিৱৰ্তনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীনগৰ আৰু জম্মু-কাশ্মীৰৰ পৰা আজি সমগ্ৰ দেশৰ বাবে আঁচনি শুভাৰম্ভ কৰা হৈছে। সেয়েহে ভাৰতৰ ৫০ খনতকৈও অধিক স্থানৰ লোকসকলে এই অনুষ্ঠানত যোগদান কৰিছে। তেওঁ স্বদেশ দৰ্শন আঁচনিৰ অধীনত আজি ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰা ছটা প্ৰকল্পৰ লগতে ইয়াৰ পৰৱৰ্তী পৰ্যায়ৰ আৰম্ভণিৰ কথা উল্লেখ কৰে। তেওঁ জানিবলৈ দিয়ে যে শ্ৰীনগৰকে ধৰি দেশৰ বিভিন্ন চহৰৰ বাবে প্ৰায় ৩০ টা প্ৰকল্প আৰম্ভ কৰা হৈছে। আনহাতে প্ৰসাদ আঁচনিৰ অধীনত ৩টা প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আন ১৪ টা প্ৰকল্প আৰম্ভ কৰা হৈছে। তেওঁ লগতে কয় যে জনসাধাৰণৰ সুবিধাৰ বাবে পবিত্ৰ হজৰতবল দৰগাহত চলি থকা উন্নয়নমূলক কামবোৰো সম্পন্ন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে 'দেখো আপনা দেশ পিপলচ চইচ' অভিযানৰ বিষয়ে অৱগত কৰে, য'ত অহা দুবছৰত চৰকাৰে ৪০ টা স্থানক পৰ্যটনস্থলী হিচাপে বিকশাই তোলাৰ বাবে নিৰ্বাচিত কৰিছে। এই অভিযানৰ অধীনত চৰকাৰে জনমতৰ ওপৰত আধাৰিত সবাতোকৈ পছন্দৰ পৰ্যটনস্থলী বিকশাই তুলিব বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ প্ৰবাসী ভাৰতীয়সকলক ভাৰতলৈ অহাৰ বাবে উৎসাহিত কৰিবলৈ 'চলো ইণ্ডিয়া' অভিযানৰ কথাও উল্লেখ কৰে। আজিৰ উন্নয়নমূলক কাম-কাজৰ বাবে জম্মু-কাশ্মীৰৰ নাগৰিকসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ই অঞ্চলটোৰ পৰ্যটন উদ্যোগৰ বিকাশ আৰু নতুন নিয়োগৰ সুযোগ সৃষ্টিত সহায় কৰিব।

 

প্ৰধানমন্ত্ৰীয়ে কয়, "যেতিয়া উদ্দেশ্য মহৎ হয় আৰু প্ৰতিশ্ৰুতি পূৰণ কৰাৰ সংকল্প থাকে, তেতিয়া ফলাফল নিশ্চিত।" তেওঁ জম্মু-কাশ্মীৰত জি-২০ সন্মিলনৰ সফল আয়োজনৰ কথাও উল্লেখ কৰে।

পৰ্যটনৰ পৰিবৰ্তনশীল বিকাশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, "এটা সময় আছিল যেতিয়া মানুহে প্ৰশ্ন কৰিছিল যে পৰ্যটনৰ বাবে জম্মু-কাশ্মীৰ কোনে ভ্ৰমণ কৰিব। আজি জম্মু-কাশ্মীৰে পৰ্যটনৰ সকলো অভিলেখ ভংগ কৰিছে।" তেওঁ লগতে কয় যে, "কেৱল ২০২৩ চনতেই জম্মু-কাশ্মীৰে পূৰ্বৰ অভিলেখ অতিক্ৰম কৰি ২ কোটিতকৈও অধিক পৰ্যটকক আদৰণি জনাইছিল। যোৱা ১০ বছৰত অমৰনাথ যাত্ৰাত সৰ্বাধিকসংখ্যক তীৰ্থযাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু বৈষ্ণো দেৱীলৈও তীৰ্থযাত্ৰীৰ সংখ্যা পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে।" বিদেশী পৰ্যটকৰ আগমন বৃদ্ধি আৰু তাৰকা তথা আন্তঃৰাষ্ট্ৰীয় অতিথিসকলৰ প্ৰতি বৰ্ধিত আকৰ্ষণৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "এতিয়া আনকি বিশিষ্ট তাৰকা আৰু বিদেশী অতিথিসকলেও ভিডিঅ' আৰু ৰিল অন্বেষণ আৰু সৃষ্টি কৰিবলৈ জম্মু-কাশ্মীৰৰ উপত্যকাসমূহ ভ্ৰমণ কৰে।"

কৃষিখণ্ডৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কেশৰ, আপেল, শুকান ফল আৰু চেৰীকে ধৰি জম্মু-কাশ্মীৰৰ কৃষিজাত সামগ্ৰীৰ শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু অঞ্চলটোক এক গুৰুত্বপূৰ্ণ কৃষি কেন্দ্ৰ হিচাপে চিহ্নিত কৰে। তেওঁ কয় যে ৫,০০০ কোটি টকাৰ কৃষি উন্নয়ন কাৰ্যসূচীৰ জৰিয়তে অহা ৫ বছৰত জম্মু-কাশ্মীৰৰ কৃষি খণ্ডত অভূতপূৰ্ব বিকাশ সম্ভৱ হ’ব, বিশেষকৈ উদ্যানশস্য আৰু পশুধন বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। "এই পদক্ষেপে বিশেষকৈ উদ্যানশস্য আৰু পশুপালনৰ ক্ষেত্ৰত হাজাৰ হাজাৰ নতুন সুযোগ সৃষ্টি কৰিব " তেওঁ কয়।

ইয়াৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিৰ অধীনত জম্মু-কাশ্মীৰৰ কৃষকসকলৰ নামত প্ৰায় ৩,০০০ কোটি টকাৰ পোনপটীয়া হস্তান্তৰ কৰাৰ কথাও উল্লেখ কৰে। ফলমূল আৰু পাচলিৰ মজুত ক্ষমতা বৃদ্ধি কৰাৰ লগতে সেইবোৰ দীৰ্ঘম্যাদী সংৰক্ষণ নিশ্চিত কৰিবলৈ জম্মু-কাশ্মীৰত মজুতকৰণৰ সুবিধা বৃদ্ধি কৰাৰ বাবে গুৰুত্বপূৰ্ণ বিনিয়োগ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে 'বিশ্বৰ সৰ্ববৃহৎ ৱেৰহাউচিং আঁচনি'ৰ আৰম্ভণিৰ ভিতৰত সমগ্ৰ জম্মু-কাশ্মীৰত অসংখ্য গুদাম নিৰ্মাণ অন্যতম।

জম্মু-কাশ্মীৰত উন্নয়নৰ দ্ৰুত গতিৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দুখন এইমছৰ কথা উল্লেখ কৰে। জম্মুৰ এইমছ ইতিমধ্যে উদ্বোধন কৰা হৈছে আৰু কাশ্মীৰত এইমছৰ নিৰ্মাণৰ কাম চলি আছে। তেওঁ অঞ্চলটোত ৭খন নতুন চিকিৎসা মহাবিদ্যালয়, ২খন কৰ্কট চিকিৎসালয় আৰু আইআইটি আৰু আইআইএমৰ দৰে প্ৰতিষ্ঠানৰ বিষয়ে কথা পাতে। তেওঁ কয় যে জম্মু-কাশ্মীৰত দুখন বন্দে ভাৰত ৰেল চলি আছে আৰু শ্ৰীনগৰৰ পৰা ছাংগলদানলৈ আৰু ছাংগালদানৰ পৰা বাৰামুলালৈ ৰেল সেৱা আৰম্ভ হৈছে। যোগাযোগৰ এই সম্প্ৰসাৰণে অৰ্থনৈতিক কাৰ্যকলাপত অৰিহণা যোগাইছে। জম্মু-শ্ৰীনগৰক স্মাৰ্ট চিটি হিচাপে গঢ়ি তুলিবলৈ নতুন প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, "অনাগত সময়ত জম্মু-কাশ্মীৰৰ সফলতাৰ কাহিনী সমগ্ৰ বিশ্বৰ বাবে উদাহৰণ হৈ পৰিব।"

 

প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন কি বাত কাৰ্যসূচীত অঞ্চলটোৰ হস্তশিল্প আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ কথা উল্লেখ কৰি পদুম ফুলৰ সৈতে জম্মু কাশ্মীৰৰ সম্পৰ্কৰ কথা উল্লেখ কৰে।

 

প্ৰতিটো ক্ষেত্ৰতে জম্মু-কাশ্মীৰৰ যুৱপ্ৰজন্মৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে দক্ষতা বিকাশৰ পৰা ক্ৰীড়ালৈকে নতুন সুযোগ সৃষ্টি কৰা হৈছে আৰু জম্মু-কাশ্মীৰৰ প্ৰতিখন জিলাতে আধুনিক ক্ৰীড়া সুবিধাৰ গঢ়ি তোলা হৈছে। তেওঁ ১৭ খন জিলা আৰু জম্মু-কাশ্মীৰত নিৰ্মাণ কৰা বহুমুখী ইনড'ৰ স্পৰ্টছ হলৰ উদাহৰণ দাঙি ধৰে, য'ত বহুতো ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। "জম্মু-কাশ্মীৰ বৰ্তমান দেশৰ শীতকালীন ক্ৰীড়া ৰাজধানী হিচাপে বিবেচিত হৈছে। শেহতীয়াকৈ অনুষ্ঠিত খেলো ইণ্ডিয়া শীতকালীন ক্ৰীড়াত প্ৰায় ১,০০০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিছল", প্ৰধানমন্ত্ৰীয়ে লগতে কয়।

 

 

"জম্মু-কাশ্মীৰে আজি মুক্তভাৱে উশাহ ল’বলৈ সক্ষম হৈছে আৰু সেয়েহে নতুন শিখৰ স্পৰ্শ কৰিছে"। ৩৭০ নম্বৰ অনুচ্ছেদ বাতিল কৰাৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ ফলত যুৱসকলৰ প্ৰতিভা আৰু সমান অধিকাৰ আৰু সকলোৱে সমান সুযোগৰ সন্মান লাভ কৰিছে। তেওঁ পাকিস্তানৰ পৰা অহা শৰণাৰ্থী, বাল্মীকি সম্প্ৰদায় আৰু অনাময় কৰ্মীসকলে ভোটদানৰ অধিকাৰ লাভ কৰা, অনুসূচীত জাতি, পদ্দাৰী জনজাতিৰ বাবে বিধানসভাত আসন সংৰক্ষণ আৰু পদ্দাৰী জনজাতি, পাহাৰী জাতিগোষ্ঠী, গদ্দা ব্ৰাহ্মণ আৰু কলি সম্প্ৰদায়ক অনুসূচীত জনজাতিত অন্তৰ্ভুক্ত কৰাৰ বিষয়েও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে জম্মু-কাশ্মীৰৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিয়ে পঞ্চায়ত, পৌৰসভা আৰু পৌৰ নিগমৰ অন্যান্য পিছপৰা শ্ৰেণীৰ সংৰক্ষণৰ চৰকাৰী অধিকাৰৰ পৰা বঞ্চিত কৰিছে। "আজি প্ৰতিটো শ্ৰেণীক তেওঁলোকৰ অধিকাৰ ঘূৰাই দিয়া হৈছে", প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

 

 

জে এণ্ড কে বেংকৰ পৰিবৰ্তনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰধানমন্ত্ৰীয়ে অতীতৰ অৰ্থব্যৱস্থাৰ কথা স্মৰণ কৰি ইয়াক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু দুৰ্নীতিৰ ভুক্তভোগী বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে বেংকৰ স্থিতি পুনৰুদ্ধাৰৰ বাবে সংস্কাৰৰ তালিকা তৈয়াৰ কৰে। তেওঁ বেংকক ১,০০০ কোটি টকাৰ সাহায্য আৰু ভুৱা নিযুক্তিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ কথাও উল্লেখ কৰে। দুৰ্নীতিবিৰোধী ব্যুৰোৱে এতিয়াও এনে ধৰণৰ হাজাৰ হাজাৰ নিযুক্তিৰ তদন্ত কৰি আছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ কয় যে যোৱা ৫ বছৰত স্বচ্ছ নিযুক্তিৰ ওপৰত আলোকপাত কৰা হৈছে। ইয়াৰ ফলস্বৰূপে জে এণ্ড কে বেংকৰ লাভৰ পৰিমাণ ১,৭০০ কোটি টকাত উপনীত হৈছে আৰু ব্যৱসায় ৫ বছৰ আগৰ ১.২৫ লাখ কোটি টকাৰ পৰা ২.২৫ লাখ কোটি টকালৈ বৃদ্ধি হৈছে। জমাৰ মূল্যও ৮০,০০০ কোটি টকাৰ পৰা ১.২৫ লাখ কোটি টকালৈ বৃদ্ধি পাইছে। ৫ বছৰ পূৰ্বে ১১ শতাংশ অতিক্ৰম কৰা এনপিএ ৫ শতাংশৰ তললৈ নামিছে। বেংকৰ অংশ ৫ বছৰ আগৰ ১২ টকাৰ পৰা ১২ গুণ বৃদ্ধি হৈ প্ৰায় ১৪০ টকালৈ বৃদ্ধি পাইছে।"যেতিয়া এখন সৎ চৰকাৰ থাকে আৰু উদ্দেশ্য জনসাধাৰণৰ কল্যাণৰ হকে হয়, তেতিয়া প্ৰতিটো সমস্যাৰ পৰা জনসাধাৰণক উলিয়াই আনিব পাৰি", প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।

 

স্বাধীনতাৰ পিছত জম্মু-কাশ্মীৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ সৰ্ববৃহৎ ভুক্তভোগী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক আশ্বাস দিয়ে যে জম্মু-কাশ্মীৰৰ বাবে উন্নয়নমূলক অভিযান কোনো মূল্যতে বন্ধ নহ'ব আৰু আগন্তুক ৫ বছৰত অঞ্চলটোৱে অধিক দ্ৰুতগতিত বিকাশ লাভ কৰিব।

প্ৰধানমন্ত্ৰীয়ে পবিত্ৰ ৰমজান মাহত সমগ্ৰ দেশবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰি তেওঁৰ ভাষণ সামৰণি মাৰে। "এইটো মোৰ ইচ্ছা যে সকলোৱে ৰমজান মাহৰ পৰা শান্তি আৰু সম্প্ৰীতিৰ বাৰ্তা প্ৰাপ্ত কৰিব লাগে। কাইলৈ মহাশিৱৰাত্ৰি, মই সকলোকে এই পবিত্ৰ উৎসৱৰ শুভেচ্ছা জনাইছো", প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণৰ সামৰণি মাৰে। 

অনুষ্ঠানত জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল শ্ৰী মনোজ সিনহা আৰু কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং উপস্থিত আছিল।

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
Parliament on verge of history, says PM Modi, as it readies to take up women's bills

Media Coverage

Parliament on verge of history, says PM Modi, as it readies to take up women's bills
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
The Dehradun-Delhi Economic Corridor will transform the entire region: PM Modi in Uttarakhand
April 14, 2026
The Delhi-Dehradun Economic Corridor, being inaugurated today, is a world-class infrastructure project that will deepen connectivity, boost the economy and tourism: PM
With the completion of 25 years since its formation, Uttarakhand has now entered its 26th year; Today, with the inauguration of the Delhi-Dehradun Expressway, another major milestone has been added: PM
The Dehradun-Delhi Economic Corridor will transform the entire region: PM
The Corridor will save time, travel will become cheaper and faster, people will spend less on petrol and diesel, and fares and freight costs will decrease;it will also facilitate employment: PM
Our mountains, these forest areas, this heritage of Devbhoomi, these are very, very sacred places; It is our duty to keep such places clean: PM
Plastic bottles, heaps of garbage in these areas hurt the sanctity of Devbhoomi ; it is very essential that we keep these sites of Devbhoomi, our pilgrimage sites, clean and beautiful: PM

 

भारत माता की जय।

भारत माता की जय।

भारत माता की जय।

उत्तराखंड के राज्यपाल गुरमीत सिंह जी, यहां के लोकप्रिय और कर्मठ युवा मुख्यमंत्री पुष्कर सिंह धामी जी, केंद्रीय मंत्रिमंडल के मेरे साथी नितिन गड़करी जी, अजय टमटा जी, टेक्नॉलोजी के माध्यम से जुड़े उत्तर प्रदेश के मुख्यमंत्री योगी आदित्यनाथ जी, गर्वनर आनंदी बेन, दिल्ली की मुख्यमंत्री रेखा गुप्ता जी, मंच पर उपस्थित प्रदेश भाजपा अध्यक्ष महेंद्र भट्ट जी, पूर्व राज्यपाल भगत सिंह कोश्यारी जी, पूर्व मुख्यमंत्री भाई रमेश पोखरियाल, विजय बहुगुना जी, तीरथ सिंह रावत जी, त्रिवेंद्र सिंह रावत जी, उत्तराखंड सरकार के सभी मंत्रीगण, सांसद और विधायकगण और विशाल संख्या में पधारे मेरे प्यारे भाईयों बहनों।

देवभूमि उत्तराखंड़ की इस पावन धरती पर आप सभी को मेरा प्रणाम। बहुत बडी संख्या में आए हुए पूज्य संतगण को भी प्रणाम। उत्तराखंड का प्यारा भुलों-भैबंदों, बौड़ी-भूलियों, स्याणा-बुजुर्गों, आप सबु तैं नमस्कार! मेरो प्यारो दाजी भाई, दीदी-बैनी, आमा-बाबा सबई लाई मेरो तरफ़ देखी ढोग दिनछू।

इस कार्यक्रम से टेक्नोलॉजी के जरिये भी दिल्ली, यूपी से अनेक लोग जुड़े हैं, मैं सभी का अभिनन्दन करता हूं। सबसे पहले तो मैं आप सबकी क्षमा चाहता हूं, उत्तरप्रदेश और दिल्ली के कार्यक्रम में जुड़े हुए लोगों की भी क्षमा मांगता हूं, कि मुझे यहां पहुंचने में एक घंटे से भी ज्यादा देर हो गई, सब स्थान पर लंबे समय तक आप सबको इंतजार करना पड़ा, और कारण यही था, मैं निकला तो समय पर था, लेकिन करीब-करीब 12 किलोमीटर का रोड शो, काली मंदिर से लेकर के यहां तक, इतना उत्साह इतना उमंग, कि मेरे लिए तेज गति से गाड़ी चलाना बड़ा मुश्किल हो गया। तो धीरे-धीरे लोगों को प्रणाम करते-करते, जनता जनार्दन के आशीर्वाद लेते लेते यहां पहुंचने में मुझे एक घंटे से भी ज्यादा देरी हो गई, और इसके लिए मैं आपकी क्षमा मांगता हूं, और ऐसी धूप में 12 किलोमीटर ये जन सैलाब, ये उत्तराखंड़ का प्यार, माताओं-बहनों का आशीर्वाद, मैं आज उत्तराखंड़ से एक नई ऊर्जा लेकर के जाऊंगा, नई प्रेरणा लेकर के जाऊंगा और मैं इसके लिए हर किसी का हृदय से आभार व्यक्त करता हूं।

साथियों,

आज देश में पर्व त्योहार की उमंग है। विभिन्न हिस्सों में नववर्ष का आगमन हुआ है। मैं देशवासियों को बैसाखी, बोहाग बीहू और पुथांडु की शुभकामनाएं देता हूं!

साथियों,

अगले कुछ ही दिनों में, यमुनोत्री, गंगोत्री, बाबा केदारनाथ, बद्रीनाथ धाम की यात्रा भी शुरू होने जा रही है। इस पवित्र समय का, देश के कोटि-कोटि आस्थावान, श्रद्धाभाव से इंतज़ार करते हैं। मैं पंच बद्री, पंच केदार, पंच प्रयाग और यहां के आराध्य देवों को श्रद्धापूर्वक प्रणाम करता हूं। मैं संतला माता को भी नमन करता हूं। यहां आने से पहले मुझे, मां डाट काली के दर्शन करने का सौभाग्य मिला है। देहरादून शहर पर, मां डाट काली की बड़ी कृपा है। दिल्ली-देहरादून इकनॉमिक कॉरिडोर के इतने बड़े प्रोजेक्ट को पूरा करने में, माता डाट काली का आशीर्वाद बहुत बड़ी शक्ति रहा है।

साथियों,

उत्तराखंड राज्य अपनी स्थापना के 25 वर्ष पूरा करने के साथ ही छब्बीसवें वर्ष में प्रवेश कर चुका है। आज दिल्ली देहरादून एक्सप्रेस-वे के उद्घाटन के साथ इस प्रगति में एक और बड़ी उपलब्धि जुड़ी है। आपको याद होगा, बाबा केदार के दर्शन के बाद मेरे मुंह से अनायास निकला था, कि इस शताब्दी का तीसरा दशक उत्तराखंड का दशक होगा। मुझे बहुत खुशी है कि डबल इंजन सरकार की नीतियों, और उत्तराखंड के लोगों के परिश्रम से, ये युवा राज्य, विकास के नए आयाम जोड़ रहा है। ये प्रोजेक्ट भी, उत्तराखंड के विकास को नई गति देगा। इस एक्सप्रेसवे का बहुत बड़ा हिस्सा यूपी से होकर गुजरता है। इससे गाजियाबाद, बागपत, बड़ौत, शामली और सहारनपुर जैसे अनेक शहरों को भी बहुत फायदा होगा। टूरिज्म के लिहाज से ये प्रोजेक्ट बहुत अहम है। मैं पूरे देश को इस प्रोजेक्ट की बहुत-बहुत बधाई देता हूं।

साथियों,

आज डॉक्टर बाबा साहेब आंबेडकर की जयंती भी है। मैं बाबा साहेब को कोटि-कोटि देशवासियों की ओर से श्रद्धांजलि अर्पित करता हूं। बीते दशक में हमारी सरकार ने जो नीतियां बनाईं, जो निर्णय लिए, वो संविधान की गरिमा को पुनर्स्थापित करने वाले रहे हैं। आर्टिकल 370 हटने के बाद आज पूरे देश में भारत का संविधान लागू है। जिन दर्जनों जिलों में माओवाद-नक्सलवाद खत्म हुआ है, वहां भी अब संविधान की भावना के अनुरूप काम हो रहा है। देश में समान नागरिक संहिता लागू हो, ये हमारे संविधान की अपेक्षा है। उत्तराखंड ने संविधान की इस भावना को आगे बढ़कर और उस भावना को आगे बढ़ाकर पूरे देश को राह दिखाई है।

साथियों,

बाबा साहेब का जीवन, गरीबों को, वंचितों को, शोषितों को न्यायपूर्ण व्यवस्था देने के लिए समर्पित था। हमारी सरकार आज उसी भावना के साथ, हर गरीब, हर वंचित को सच्चा सामाजिक न्याय देने में जुटी है। और सामाजिक न्याय का एक बहुत बड़ा माध्यम, देश का संतुलित विकास है, सबको सुविधा है, सबकी समृद्धि है। इसलिए ही बाबा साहेब आधुनिक इंफ्रास्ट्रक्चर की, औद्योगीकरण की भरपूर वकालत करते थे।

साथियों,

भविष्य की दशा और दिशा क्या होगी, अक्सर लोग, इसके लिए हाथ की रेखाओं को देखते हैं, दिखाते हैं। जो भविष्य वक्ता होते हैं ना, वो हस्त रेखाएं देखते हैं, और हर व्यक्ति के भविष्य के विषय में बताते हैं। मैं इस विज्ञान को तो नहीं जानता हूं, लेकिन कहते हैं कि ये भी एक शास्त्र है। अब ये तो हो गई व्यक्ति के भाग्य की जो उसके हाथ में रेखाएं हैं उसकी बात, लेकिन मैं अगर इसी संदर्भ मे बात को, इसी संदर्भ को राष्ट्र-जीवन से जोड़कर के देखूं, तो राष्ट्र की भाग्य रेखाएं कौन सी होती हैं? राष्ट्र की भाग्य रेखाएं ये हमारी ये सड़कें होती हैं, हमारे हाईवे होते हैं, हमारे एक्सप्रेसवे होते हैं, एयरवे, रेलवे, वॉटरवे, ये हमारे राष्ट्र की भाग्य रेखाएं होती हैं। और बीते एक दशक से हमारा देश, विकसित भारत बनाने के लिए विकास की ऐसी ही भाग्य रेखाओं के निर्माण में जुटा हुआ है। ये विकास रेखाएं सिर्फ आज की सुविधाएं नहीं हैं, ये आने वाली पीढ़ियों की समृद्धि की गारंटी हैं और ये मोदी की भी गारंटी है। बीते दशक से हमारी सरकार राष्ट्र की इन विकास-रेखाओं पर अभूतपूर्व निवेश कर रही है। मैं आपको एक आंकड़ा देता हूं। अभी नितिन जी ने बहुत सारे आंकड़ें सिर्फ उत्तराखंड़ से संबंधित बताए हैं आपको। देखिए साल 2014 तक ऐसे इंफ्रास्ट्रक्चर के लिए साल में, पूरे देश में, 2 लाख करोड़ रुपए भी खर्च नहीं होते थे। ये मैं पूरे हिन्दुस्तान की बात बताता हूं, 2 लाख करोड़ भी नहीं होते थे, आज ये छह गुना अधिक, 12 लाख करोड़ रुपए से भी ज्यादा हो चुका है। यहां उत्तराखंड में ही, सवा दो लाख करोड़ रुपए से अधिक के इंफ्रास्ट्रक्चर प्रोजेक्ट्स पर काम जारी है। 2014 के पहले पूरे देश के लिए 2 लाख करोड़, आज अकेले उत्तराखंड़ के लिए सवा दो लाख करोड़ रूपया। कभी उत्तराखंड के गांवों में सड़क के इंतज़ार में पीढ़ियां बदल जाती थीं। आज डबल इंजन सरकार के प्रयासों से, अब सड़क गांव तक पहुंच रही है, जो गांव पहले वीरान पड़ गए थे, वो फिर से जीवंत हो रहे हैं। चारधाम महामार्ग परियोजना हो, रेल परियोजनाओं का विस्तार हो, केदारनाथ और हेमकुंड साहिब रोपवे हो, विकास की ये रेखाएं, इस क्षेत्र के कोने-कोने में जीवन की भी भाग्य रेखाएं बन रही हैं।

साथियों,

21वीं सदी का भारत आज जिस स्पीड और जिस स्केल पर काम कर रहा है, उसकी पूरी दुनिया चर्चा कर रही है। मैं आपको उत्तराखंड, पश्चिमी यूपी और दिल्ली का ही उदाहरण देता हूं। कुछ सप्ताह पहले ही, दिल्ली मेट्रो का विस्तार हुआ, मेरठ में मेट्रो-सेवा की शुरुआत हुई, दिल्ली-मेरठ नमो-भारत रेल देश को समर्पित की गई, नोएडा इंटरनेशनल एयरपोर्ट की शुरुआत हुई, हवाई जहाजों के लिए MRO फेसिलिटी पर काम शुरू हुआ, और आज, देहरादून-दिल्ली एक्सप्रेसवे शुरु हो रहा है।

साथियों,

इतने छोटे से रीजन में ये सब इतने कम समय में हो रहा है। कल्पना कीजिए, देश में कितने बड़े पैमाने पर इंफ्रास्ट्रक्चर बन रहा है। और इसलिए ही मैं कहता हूं - 21वीं सदी का भारत, आधुनिक इंफ्रास्ट्रक्चर के जिस नए युग में प्रवेश कर रहा है, वो अभूतपूर्व है, अकल्पनीय है।

साथियों,

आज भारत के अलग-अलग हिस्सों को जोड़ने वाले, अनेक इकोनॉमिक कॉरिडोर्स, उस पर काम चल रहा है। जैसे दिल्ली-मुबंई इंडस्ट्रियल कॉरिडोर, बेंगलुरू-मुंबई इंडस्ट्रियल कॉरिडोर, ईस्ट कोस्ट इकोनॉमिक कॉरिडोर, अमृतसर-कोलकाता इंडस्ट्रियल कॉरिडोर, ऐसे बहुत से इकोनॉमिक कॉरिडोर देश में बनाए जा रहे हैं। ये इकोनॉमिक कॉरिडोर, प्रगति के नए द्वार हैं, गेटवे हैं, डोर हैं। और इनसे उम्मीदों की डोर भी जुड़ी हुई है। ये इकोनॉमिक कॉरिडोर, सड़क के अलावा नए-नए व्यापार-कारोबार का मार्ग बनाते हैं। फैक्ट्रियों के लिए, गोदामों के लिए पूरा नेटवर्क, उसका आधार तैयार करते हैं।

साथियों,

देहरादून-दिल्ली इकोनॉमिक कॉरिडोर से भी इस पूरे क्षेत्र का कायाकल्प होने जा रहा है। पहला फायदा तो ये है कि इससे समय बचेगा, आना-जाना सस्ता और तेज होगा, लोगों का पेट्रोल-डीजल कम खर्च होगा, किराया-भाड़ा कम होगा, और दूसरा बड़ा फायदा रोजगार का होगा। अभी इसके निर्माण में 12 हजार करोड़ रुपए खर्च हुए, तो हज़ारों श्रमिकों को काम मिला है। साथ ही, जो इंजीनियर हैं, अन्य स्किल्ड वर्कफोर्स हैं, ट्रांसपोर्ट से, उससे जुड़े साथी हैं, उनको भी बहुत बड़ी मात्रा में काम मिला है। किसानों और पशुपालकों की उपज भी, अब तेज़ गति से, बड़ी मंडियों और बड़े बाज़ारों तक पहुंचेगी।

साथियों,

इस शानदार एक्सप्रेस-वे से उत्तराखंड के टूरिज्म को बहुत ही बड़ा फायदा होगा। देहरादून, हरिद्वार, ऋषिकेश, मसूरी और चारधाम यात्रा के लिए ये सबसे प्रमुख मार्ग बनेगा। और हम सभी जानते हैं, जब टूरिज्म का विकास होता है, तो हर कोई कुछ न कुछ कमाता है। होटल हो, ढाबे वाले हो, टैक्सी हो, ऑटो हो, होम स्टे हो, सबको इसका फायदा होता है।

साथियों,

मुझे खुशी है कि आज उत्तराखंड, विंटर टूरिज्म, विंटर स्पोर्टस और wed in india, शादी के लिए, बहुत बेहतरीन डेस्टिनेशन बनता जा रहा है।

साथियों,

उत्तराखंड की अर्थव्यवस्था के लिए बारहमासी पर्यटन बहुत जरूरी है। इसलिए मेरा सर्दियों में होने वाली धार्मिक यात्राओं को लेकर बहुत आग्रह रहा है। और मुझे खुशी है कि हर साल इन यात्राओं में लोगों की संख्या बढ़ रही है। आपको याद होगा, मैं 2023 में आदि कैलाश और ओम पर्वत की यात्रा पर गया था। पहले बहुत जाता था, बीच में बिल्कुल जा नहीं पाया, कई वर्षों के बाद मैं गया, और मुझे मुख्यमंत्री जी बता रहे थे, गर्वनर साहब बीच मे आए, वो भी बता रहे थे कि 2023 में वहां गया और उसके बाद, बहुत बड़ी संख्या में श्रद्धालु वहां जा रहे हैं। पहले वहां कुछ सौ लोग ही सर्दियों में यात्रा के लिए जाते थे। साल 2025 में, करीब-करीब 40 हजार से अधिक लोगों ने इन पवित्र स्थानों की यात्रा की है। कभी एक हजार नहीं होते थे, अगर चालीस हजार पहुंचते हैं तो यहां के लोगों की रोजी-रोटी की कितनी बड़ी ताकत आ जाती है। इसी तरह साल 2024 में शीतकालीन चारधाम यात्रा में, करीब अस्सी हज़ार श्रद्धालु आए थे। 2025 में ये संख्या डेढ़ लाख पार कर चुकी है।

साथियों,

हम ऐसा विकसित भारत बनाने में जुटे हैं, जहां प्रगति भी हो, प्रकृति भी हो और संस्कृति भी हो। और इसलिए, आज होने वाले हर निर्माण को, इन्हीं त्रिवेणी, प्रगति, प्रकृति और सांस्कृति की त्रिवेणी, इन्हीं मूल्यों के आधार पर विकसित किया जा रहा है। इंफ्रास्ट्रक्चर से इंसानों को भी सुविधा हो, और वहां रहने वाले वन्यजीवों को भी असुविधा न हो, ये हमारा प्रयास है। और इसलिए ही इस एक्सप्रेसवे पर, करीब 12 किलोमीटर लंबा एलिवेटेड वाइल्ड लाइफ कॉरिडोर भी बनाया गया है। हाथियों को भी असुविधा न हो, इसका भी ध्यान रखा गया है।

वैसे साथियों,

मैं आज देशभर के सभी पर्यटकों और तीर्थयात्रियों से भी एक आग्रह करना चाहता हूं। हमारे पहाड़, ये वन क्षेत्र, ये देवभूमि की धरोहर, ये बहुत ही बहुत पवित्र स्थान हैं। ऐसे स्थानों को साफ-सुथरा रखना, ये हम सभी का कर्तव्य है। यहां रहने वालों का भी और यात्री के रूप में आने वालों का भी। इन इलाकों में प्लास्टिक की बोतलें, कूड़े-कचरे का ढेर, ये देवभूमि की पवित्रता को ठेस पहुंचाता है। इसलिए बहुत आवश्यक है कि हम देवभूमि के इन स्थलों को, हमारे इन तीर्थ स्थलों को स्वच्छ रखें, सुंदर रखें।

साथियों,

अगले वर्ष हरिद्वार में कुंभ का भी आयोजन होना है। हमें आस्था के इस संगम को दिव्य-भव्य और स्वच्छ बनाने में कोई कोर-कसर बाकी नहीं छोड़नी है।

साथियों,

उत्तराखंड में नंदा देवी राजजात यात्रा भी होती है। ये आस्था का उत्सव तो है ही, ये हमारी सांस्कृतिक चेतना का भी जीवंत उदाहरण है। जहां मां नंदा को बेटी मानकर पूरे सम्मान के साथ विदा किया जाता है। इस यात्रा में बहनों-बेटियों की भागीदारी, इसे विशेष बनाती है। मैं मां नंदा को प्रणाम करते हुए, देशभर की बहनों-बेटियों को भी विशेष संदेश देना चाहता हूं। विकसित भारत के निर्माण में आपकी बहुत बड़ी भूमिका है। इस देश की बेटियों की, इस देश की माताओं की, बहनों की बहुत बड़ी भूमिका मैं देख रहा हूं। और बहनों-बेटियों की सुविधा, सुरक्षा और लोकतंत्र में भागीदारी, ये डबल इंजन सरकार की बहुत बड़ी प्राथमिकता है। आप अभी देख रही हैं, कि दुनिया में कितना बड़ा संकट आया है। इससे दुनिया के विकसित देशों में भी कितना हाहाकार मचा है। ऐसे मुश्किल हालात में भी, सरकार का निरंतर प्रयास है कि हमारी बहनों को कम से कम परेशानी हो।

साथियों,

बहनों-बेटियों की भागीदारी का एक और महत्वपूर्ण पड़ाव अब देश के सामने है। 4 दशकों के इंतज़ार के बाद संसद ने, नारीशक्ति वंदन अधिनियम पारित किया था। इससे विधानसभा और लोकसभा में महिलाओं के लिए तैंतीस प्रतिशत आरक्षण तय हो गया। सभी दलों ने आगे आकर इस महत्वपूर्ण कानून को समर्थन दिया। अब महिलाओं को ये जो हक मिला है ना, इस हक को लागू करने में देर नहीं होनी चाहिए। अब ये लागू होना चाहिए। अब जो 2029 में लोकसभा के चुनाव होंगे, अब तब से लेकर विधान सभा के भी चुनाव आते रहेंगे, जो भी चुनाव आते रहेंगे, 2029 से ही ये लागू हो जाना चाहिए। ये देश की भावना है, ये देश की हर बहन-बेटी की इच्छा है। मातृशक्ति की इसी इच्छा को नमन करते हुए, 16 अप्रैल से संसद में विशेष चर्चा तय की गई है। देश की बहनों-बेटियों के हक से जुड़े इस काम को, सभी राजनीतिक दल मिलकर के सर्वसम्मति से आगे बढ़ाएं, उसको पूरा करे। और मैंने आज देश की सभी बहनों के नाम एक खुला पत्र लिखा है, सोशल मीडिया में शायद ये मेरा पत्र आप तक पहुंचा होगा, हो सकता है टीवी और अखबार वाले भी इस पत्र का जिक्र करते होंगे। मैंने बड़े आग्रह के साथ देश की माताओं-बहनों को इस कार्य में भागीदार बनने के लिए निमंत्रित किया है। मुझे पक्का विश्वास है कि पत्र मेरे देश की माताएं-बहनें जरूर पढ़ेंगी। एक एक शब्द पर मनन करेंगी, और इतना बड़ा पवित्र कार्य करने के लिए 16-17-18 को संसद में आने वाले सभी सांसदों को उनके आशीर्वाद भी मिलेंगे। मैं आज देवभूमि से देश के सभी दलों से फिर अपील करूंगा कि नारीशक्ति वंदन अधिनियम में संशोधन का जरूर समर्थन करें। 2029 में हमारे देश की 50 प्रतिशत जनसंख्या हमारी माताएं-बहनें, हमारी बेटियां, उनको उनका हक हम देकर रहें।

साथियों,

मैं उत्तराखंड आउं और फौज की बात ना हो, तो बात अधूरी ही रहती है। ये गढ़ी कैंट, ये सभा स्थल, ये उत्तराखंड की महान सैन्य परंपरा का प्रमाण है। यहां पास ही देश की रक्षा सुरक्षा से जुड़े कई संस्थान हैं, 1962 की लड़ाई में, शहीद जसवंत सिंह रावत जी के शौर्य को देश कभी भुला नहीं सकता।

साथियों,

सेना के सामर्थ्य को सशक्त करना हो, या हमारे सैनिक परिवारों की सुविधा और सम्मान हो, हमारी सरकार इसके लिए निरंतर प्रयासरत है। वन रैंक वन पेंशन के माध्यम से हमारी सरकार ने, अब तक करीब सवा लाख करोड़ रुपए पूर्व फौजियों को उनके खाते में जमा कर दिए हैं। उत्तराखंड के भी हजारों परिवारों को इसका लाभ मिला है। इसके अलावा, इस वर्ष पूर्व फौजियों के लिए health scheme का बजट भी छत्तीस प्रतिशत बढ़ाया गया है। 70 वर्ष और इससे अधिक के ex-servicemen के लिए, दवाईयों की door step home delivery भी शुरू की गई है। पूर्व फौजियों के बच्चों की एजुकेशन ग्रांट भी डबल की गई है। और बेटियों के विवाह के लिए जो सहायता मिलती है, उसको भी 50 हज़ार से बढ़ाकर एक लाख रुपए किया गया है।

साथियों,

देशभक्ति, देवभक्ति और प्रगति, ऐसे हर आयाम को जोड़ते हुए, हमें देश को विकसित बनाना है। एक बार फिर दिल्ली-वासियों को, उत्तर प्रदेश वासियों को, और एक प्रकार से देशवासियों को, इस शानदार एक्सप्रेसवे की मैं बहुत-बहुत शुभकामनाएं देता हूं।

मेरे साथ बोलिये-

भारत माता की जय!

भारत माता की जय!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

वंदे मातरम!

बहुत-बहुत धन्यवाद !