Launches multiple technology initiatives - Digital Supreme Court Reports, Digital Courts 2.0 and new website of Supreme Court
“The Supreme Court has strengthened India's vibrant democracy”
“India's economic policies today will form the basis of tomorrow's bright India”
“The laws being made in India today will further strengthen the bright India of tomorrow”
“Ease of justice is the right of every Indian citizen and the Supreme Court of India, its medium”
“I compliment the Chief Justice for his efforts to improve ease of justice in the country”
“Rs 7000 crore disbursed after 2014 for the physical infrastructure of courts in the country”
“Rs 800 crore approved last week for the expansion of the Supreme Court Building Complex”
“A strong judicial system is the main foundation of a Viksit Bharat”
“E-Courts Mission Project’s third phase will have four times more funds than the second phase”
“The government is actively working on modernizing laws to align with the present situation and best practices”
“The transition from old laws to new ones should be seamless”
“Padma Honour for Justice Fatima Beevi is a matter of pride for us”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২৮ জানুৱাৰীত দিল্লীস্থ উচ্চতম ন্যায়ালয়ৰ প্ৰেক্ষাগৃহত ‘ভাৰতৰ উচ্চতম ন্যায়ালয়’ৰ ‘হীৰক জয়ন্তী উদযাপন সমাৰোহ’ৰ শুভাৰম্ভ ঘোষণা কৰে। ইয়াৰ লগতে তেওঁ এলানি নাগৰিক কেন্দ্ৰিক তথ্য আৰু প্ৰযুক্তিৰ প্ৰচেষ্টাও আৰম্ভ কৰে, যাৰ ভিতৰত আছে ‘ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন’ (ডিজি এছচিআৰ), ‘ডিজিটেল আদালত ২.০’ আৰু উচ্চতম ন্যায়ালয়ৰ এটা নতুন ৱে’বছাইট।

সমবেতসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে সকলোকে অভিনন্দন জ্ঞাপন কৰে আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে আজি ৭৫ সংখ্যক বৰ্ষৰ আৰম্ভণি উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকিবলৈ পোৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। ইফালে, দুদিন পূৰ্বে ভাৰতৰ সংবিধানেও ৭৫ সংখ্যক বৰ্ষত প্ৰৱেশ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতীয় সংবিধান প্ৰণেতাসকলে স্বাধীনতা, সমতা আৰু ন্যায় আধাৰিত এখন মুক্ত ভাৰতৰ সপোন দেখিছিল আৰু উচ্চতম ন্যায়ালয়ে এই নীতিসমূহ সংৰক্ষণ কৰাৰ বাবে নিৰন্তৰ চেষ্টা কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে কয় যে "মত প্ৰকাশৰ স্বাধীনতাই হওক, বা ব্যক্তিগত স্বাধীনতা কিম্বা সামাজিক ন্যায়েই হওক, উচ্চতম ন্যায়ালয়ে ভাৰতৰ উজ্জীৱিত গণতন্ত্ৰক শক্তিশালী কৰি আহিছে।" দেশৰ সামাজিক-ৰাজনৈতিক পৰিৱেশক এক নতুন দিশ দেখুওৱা ‘ব্যক্তিৰ অধিকাৰ’ আৰু ‘বাক স্বাধীনতা’ সন্দৰ্ভত প্ৰদান কৰা নিদৰ্শনমূলক ৰায়ৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে চৰকাৰৰ প্ৰতিটো শাখাৰ বাবে পৰৱৰ্তী ২৫ বছৰৰ লক্ষ্যৰ মাপকাঠি পুনৰ দোহাৰে আৰু কয় যে আজিৰ অৰ্থনৈতিক নীতিয়ে ভৱিষ্যতৰ উজ্জীৱিত ভাৰতখনৰ আধাৰ হ'ব। প্ৰধানমন্ত্ৰী মোদীয়ে কয়, "আজি নিৰ্ধাৰণ কৰা আইনসমূহে ভাৰতৰ উজ্জ্বল ভৱিষ্যত শক্তিশালী কৰিব"।

বিশ্বৰ ভূ-ৰাজনীতিৰ পৰিৱৰ্তনশীল দৃশ্যপটৰ মাজতে প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিশ্বৰ দৃষ্টি ভাৰতৰ ওপৰত নিবদ্ধ হৈছে আৰু ইয়াৰ আস্থা নিৰন্তৰ বৃদ্ধি পাই আহিছে। তেওঁ আমাৰ পথত অহা সকলো সুযোগক মূলধন কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে আৰু দেশৰ শীৰ্ষ প্ৰথমিকতা হিচাপে জীৱন ধাৰণৰ স্বাচ্ছন্দ্য, ব্যৱসায় কৰাৰ স্বাচ্ছন্দ্য, ভ্ৰমণ, যোগাযোগ আৰু ন্যায়ৰ স্বাচ্ছন্দ্যৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উপদেশ দি কয়, "ন্যায়ৰ স্বাচ্ছন্দ্য হৈছে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকৰ অধিকাৰ আৰু ভাৰতৰ উচ্চতম ন্যায়ালয় হৈছে  ইয়াৰ মাধ্যম"।

 

দেশৰ সমগ্ৰ ন্যায় ব্যৱস্থা ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ দ্বাৰা পৰিচালিত আৰু নিৰ্দেশিত হয় বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ক দূৰণিবটীয়া অঞ্চলমূহৰ বাবেও উপলব্ধ কৰোৱাৰ দিশত চৰকাৰে প্ৰদান কৰা প্ৰাথমিকতা আৰু ‘ই-আদালত মিছন’ প্ৰকল্পৰ তৃতীয় পৰ্যায়ক গ্ৰহণযোগ্যতা প্ৰদানৰ কথা উল্লেখ কৰে। তেওঁ জনাই যে তৃতীয় পৰ্যায়ৰ বাবে পুঁজিৰ আৱণ্টন দ্বিতীয় পৰ্যায়তকৈ চাৰিগুণে অধিক কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে আনন্দ প্ৰকাশ কৰে যে দেশৰ সকলো আদালতৰ ‘ডিজিটাইজেশ্যন’ৰ প্ৰক্ৰিয়া ভাৰতৰ মুখ্য ন্যায়াধীশে নিজেই নিৰীক্ষণ কৰি আছে আৰু এই প্ৰচেষ্টাৰ বাবে তেওঁক অভিনন্দন জনায়।

আদালতৰ ভৌতিক আন্তঃগাঁথনি উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰে প্ৰদান কৰা প্ৰতিশ্ৰুতিৰ কথা দোহাৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ২০১৪ চনৰ পিছত এই উদ্দেশ্যৰ বাবে ইতিমধ্যে ৭০০০ কোটিতকৈয়ো অধিক টকা বিতৰণ কৰা হৈছে। উচ্চতম ন্যায়ালয়ৰ বৰ্তমানৰ ভৱনটোৰ সমস্যাৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে উচ্চতম ন্যায়ালয়ৰ ভৱন চৌহদ সম্প্ৰসাৰণৰ বাবে যোৱা সপ্তাহত ৮০০ কোটি টকা অনুমোদন কৰাৰ বিষয়ে সমবেত সকলক অৱগত কৰে।

আজি আৰম্ভ কৰা উচ্চতম ন্যায়ালয়ৰ ‘ডিজিটেল পদক্ষেপ’সমূহৰ সন্দৰ্ভত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে ‘ডিজিটেল ফৰ্মেট’ত সিদ্ধান্তসমূহৰ উপলব্ধতা আৰু স্থানীয় ভাষাত উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ অনুবাদ প্ৰকল্পৰ আৰম্ভণি কৰাৰ বাবে আনন্দ প্ৰকাশ কৰে। তেওঁ দেশৰ আন আদালতসমূহতো একে ধৰণৰ ব্যৱস্থা কৰা হ’ব বুলি আশা ব্যক্ত কৰে।

 

আজিৰ অনুষ্ঠানটো ন্যায়ৰ স্বাচ্ছন্দ্য প্ৰদানৰ ক্ষেত্ৰত প্ৰযুক্তি সহায়ক হোৱাৰ সঠিক উদাহৰণ বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ‘এআই’-ৰ সহায়ত তেওঁৰ ভাষণ ততমুহূৰ্ততে ইংৰাজীলৈ অনুবাদ কৰা হৈছে আৰু ‘ভাষিনী এপ’-ৰ জৰিয়তেও ইয়াক শুনিব পৰা গৈছে। তেওঁ কয় যে আৰম্ভণিতে কেতবোৰ সমস্যা উদ্ভৱ হ'ব পাৰে যদিও ই প্ৰযুক্তিৰ ব্যৱহাৰৰ দিগন্তখনকো সম্প্ৰসাৰিত কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে সাধাৰণ লোকসকলৰ জীৱন সহজ কৰি তুলিবলৈ আনকি আমাৰ আদালতসমূহতো একে ধৰণৰ প্ৰযুক্তি ৰূপায়ণ কৰিব পাৰি। জনসাধাৰণে ভালকৈ বুজিব পৰাকৈ সহজ-সৰল ভাষাত আইনৰ খচৰাসমূহ যুগুতোৱাৰ বাবে পৰামৰ্শ দিয়াৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে আদালতৰ ৰায় আৰু আদেশৰ খচৰা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো একে ধৰণৰ দৃষ্টিভংগী গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায়।

 

আমাৰ আইনী পৰিকাঠামোত ভাৰতীয় মূল্যবোধ আৰু আধুনিকতাৰ পৰশ থকাৰ প্ৰয়োজনীয়তা দোহাৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আমাৰ আইনসমূহে ভাৰতীয় নীতি আৰু সমসাময়িক পৰিস্থিতি দুয়োটা পদ্ধতিকে প্ৰতিফলিত কৰাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, "আমাৰ আইন-কানুনত ভাৰতীয় মূল্যবোধ আৰু আধুনিকতাৰ সমন্বয় সমানেই অপৰিহাৰ্য।" প্ৰধানমন্ত্ৰী মোদীয়ে লগতে মন্তব্য কৰে, "সাম্প্ৰতিক প্ৰেক্ষাপট আৰু সৰ্বশ্ৰেষ্ঠ অনুশীলন পদ্ধতিৰ সৈতে সংগতি ৰাখি চৰকাৰে আইনৰ আধুনিকীকৰণৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে।"

 

প্ৰধানমন্ত্ৰী মোদীয়ে পুৰণি ঔপনিৱেশিক অপৰাধ নিয়ন্ত্ৰণ আইনসমূহ বিলুপ্ত কৰা আৰু ‘ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা’, ‘ভাৰতীয় ন্যায় সংহিতা’ আৰু ‘ভাৰতীয় সাক্ষ্য অধিনিয়ম’ৰ দৰে নতুন আইনসমূহ প্ৰৱৰ্তনৰ ক্ষেত্ৰত চৰকাৰৰ পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয়, "এই পৰিৱৰ্তনসমূহৰ জৰিয়তে আমাৰ আইনী, আৰক্ষী আৰু অনুসন্ধান ব্যৱস্থাই এক নতুন যুগত প্ৰৱেশ কৰিছে। শতিকা পুৰণি আইনৰ পৰা নতুন আইনলৈ পৰিৱৰ্তনৰ তাৎপৰ্যত গুৰুত্ব আৰোপ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে জোৰ দি কয়, "পুৰণি আইনৰ পৰা নতুন আইনলৈ হোৱা সংক্ৰমণ মসৃণ গতিৰে হ'ব লাগিব, যিটো অপৰিহাৰ্য।" এই সন্দৰ্ভত তেওঁ চৰকাৰী বিষয়াসকলৰ বাবে প্ৰশিক্ষণ আৰু সামৰ্থ্য বৰ্দ্ধনৰ প্ৰচেষ্টা আৰম্ভ হোৱাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে উচ্চতম ন্যায়ালয়ক সকলো অংশীদাৰৰ বাবে সামৰ্থ্য বৰ্দ্ধন প্ৰক্ৰিয়াত জড়িত হ'বলৈ আহ্বান জনায়।

 

প্ৰধানমন্ত্ৰী মোদীয়ে বিকশিত ভাৰতৰ আধাৰশিলা হিচাপে এক শক্তিশালী ন্যায় ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে। তেওঁ ‘জন বিশ্বাস বিধেয়ক’ প্ৰণয়নক সঠিক দিশত এক উচিত পদক্ষেপ বুলি উল্লেখ কৰি এক নিৰ্ভৰযোগ্য আইনী পৰিকাঠামো সৃষ্টিৰ লগতে ন্যায়পালিকাৰ পৰা অপ্ৰয়োজনীয় চাপ দূৰ কৰি অমীমাংসিত গোচৰৰ সংখ্যা হ্ৰাস কৰাৰ বাবে চৰকাৰে নিৰন্তৰ প্ৰচেষ্টা চলাই অহাৰ কথা উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যস্থতাৰ জৰিয়তে বিবাদ নিষ্পত্তিৰ বৈকল্পিক ব্যৱস্থা প্ৰৱৰ্তনৰ কথাও উল্লেখ কৰে, যি গোচৰৰ বোজা হ্ৰাস কৰাত, বিশেষকৈ অধীনস্থ ন্যায়পালিকাক অৰিহণা যোগাইছে।

 

প্ৰধানমন্ত্ৰী মোদীয়ে ২০৪৭ চনৰ ভিতৰত ‘বিকশিত ভাৰত’ গঢ়ি তোলাৰ বাবে ভাৰতে গ্ৰহণ কৰা দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সকলো নাগৰিকৰ সামূহিক দায়বদ্ধতাৰ কথা দোহাৰে। তেওঁ পৰৱৰ্তী ২৫টা বছৰত দেশৰ ভৱিষ্যত গঢ়ি তোলাত উচ্চতম ন্যায়ালয়ে পালন কৰিব পৰা গুৰুত্বপূৰ্ণ ভূমিকাৰ কথা উল্লেখ কৰে আৰু প্ৰতিষ্ঠানটোৰ ৭৫ সংখ্যক বাৰ্ষিকীৰ বাবে পুনৰবাৰ অভিনন্দন জনায়। প্ৰধানমন্ত্ৰীয়ে এম ফাতিমা বীৱিক মৰণোত্তৰ ভাৱে ‘পদ্মভূষণ’ প্ৰদান কৰাৰ কথা উল্লেখ কৰে আৰু এই সুযোগ পোৱাৰ বাবে গৌৰৱ প্ৰকাশ কৰে।

 

অনুষ্ঠানত ভাৰতৰ মুখ্য ন্যায়াধীশ ড০ ডি ওৱাই চন্দ্ৰচূড়, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী শ্ৰী অৰ্জুন ৰাম মেঘৱাল, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকল, ন্যায়াধীশ সঞ্জীৱ খান্না আৰু ভাৰতৰ ‘এটৰ্নী জেনেৰেল’ ন্যায়াধীশ ভূষণ ৰামকৃষ্ণ গাৱাই, ‘উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যন’-ৰ সভাপতি শ্ৰী আৰ ভেংকটৰমণী, ড০ অদিশ চি আগৰৱাল আৰু ‘ভাৰতীয় বাৰ কাউন্সিল’-ৰ অধ্যক্ষ শ্ৰী মনন কুমাৰ মিশ্ৰ উপস্থিত আছিল।   

 

পৃষ্ঠভূমি

উচ্চতম ন্যায়ালয়ৰ পঁয়সত্তৰ বছৰীয়া সমাৰোহৰ শুভাৰম্ভ ঘোষণা কৰি প্ৰধানমন্ত্ৰীয়ে নাগৰিক কেন্দ্ৰিক তথ্য আৰু প্ৰযুক্তিৰ প্ৰচেষ্টা আৰম্ভ কৰে যাৰ ভিতৰত আছে ‘ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন’ (ডিজি এছচিআৰ), ‘ডিজিটেল আদালত ২.০’ আৰু উচ্চতম ন্যায়ালয়ৰ নতুন ৱে’বছাইট।

 

‘ডিজিটেল উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদন’(এছচিআৰ)সমূহে দেশৰ নাগৰিকসকলৰ বাবে বিনামূলীয়াকৈ আৰু ইলেক্ট্ৰনিক বিন্যাসত উচ্চতম ন্যায়ালয়ৰ ৰায় উপলব্ধ কৰিব। ‘ডিজিটেল এছচিআৰ’ৰ মুখ্য বিশেষত্বসমূহ হ'ল  ১৯৫০ চনৰ পৰা উচ্চতম ন্যায়ালয়ৰ প্ৰতিবেদনৰ সম্পূৰ্ণ ৫১৯টা খণ্ড, ৩৬,৩০৮টা গোচৰ সামৰি, ‘ডিজিটেল ফৰ্মেট’, ‘বুকমাৰ্ক’, ‘ব্যৱহাৰকাৰী-অনুকূল আৰু মুক্ত প্ৰৱেশানুকূলতা’ৰ সৈতে উপলব্ধ হ'ব।

‘ডিজিটেল আদালত ২.০’ আবেদন হৈছে ‘ই-আদালত প্ৰকল্প’ৰ অধীনত ইলেক্ট্ৰনিক ৰূপত জিলা আদালতৰ ন্যায়াধীশসকলৰ বাবে আদালতৰ তথ্যপাতি উপলব্ধ কৰাৰ এক শেহতীয়া পদক্ষেপ। ইয়াৰ সৈতে ‘কৃত্ৰিম বুদ্ধিমত্তা’ (এআই) ব্যৱহাৰ কৰি তত্কালীন ভাবে বক্তৃতাৰ অনুলিখনৰে পাঠ লিপিবদ্ধ কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে উচ্চতম ন্যায়ালয়ৰ নতুন ৱে’বছাইটটোও মুকলি কৰে। নতুন ৱে’বছাইটটো ইংৰাজী আৰু হিন্দীত দ্বিভাষিক বিন্যাসত হ'ব আৰু ইয়াক ‘ব্যৱহাৰকাৰী-অনুকূল আন্তঃপৃষ্ঠ’ৰ সৈতে পুনৰাই যুগুতাই উলিওৱা হৈছে।

 

 

 

 

 

সম্পূৰ্ণ ভাষণ পঢ়িবলৈ ইয়াত ক্লিক কৰক

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
MSME exports touch Rs 9.52 lakh crore in April–September FY26: Govt tells Parliament

Media Coverage

MSME exports touch Rs 9.52 lakh crore in April–September FY26: Govt tells Parliament
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Assam has picked up a new momentum of development: PM Modi at the foundation stone laying of Ammonia-Urea Fertilizer Project in Namrup
December 21, 2025
Assam has picked up a new momentum of development: PM
Our government is placing farmers' welfare at the centre of all its efforts: PM
Initiatives like PM Dhan Dhanya Krishi Yojana and the Dalhan Atmanirbharta Mission are launched to promote farming and support farmers: PM
Guided by the vision of Sabka Saath, Sabka Vikas, our efforts have transformed the lives of poor: PM

उज्जनिर रायज केने आसे? आपुनालुकोलोई मुर अंतोरिक मोरोम आरु स्रद्धा जासिसु।

असम के गवर्नर लक्ष्मण प्रसाद आचार्य जी, मुख्यमंत्री हिमंता बिस्वा शर्मा जी, केंद्र में मेरे सहयोगी और यहीं के आपके प्रतिनिधि, असम के पूर्व मुख्यमंत्री, सर्बानंद सोनोवाल जी, असम सरकार के मंत्रीगण, सांसद, विधायक, अन्य महानुभाव, और विशाल संख्या में आए हुए, हम सबको आशीर्वाद देने के लिए आए हुए, मेरे सभी भाइयों और बहनों, जितने लोग पंडाल में हैं, उससे ज्यादा मुझे वहां बाहर दिखते हैं।

सौलुंग सुकाफा और महावीर लसित बोरफुकन जैसे वीरों की ये धरती, भीमबर देउरी, शहीद कुसल कुवर, मोरान राजा बोडौसा, मालती मेम, इंदिरा मिरी, स्वर्गदेव सर्वानंद सिंह और वीरांगना सती साध`नी की ये भूमि, मैं उजनी असम की इस महान मिट्टी को श्रद्धापूर्वक नमन करता हूँ।

साथियों,

मैं देख रहा हूँ, सामने दूर-दूर तक आप सब इतनी बड़ी संख्या में अपना उत्साह, अपना उमंग, अपना स्नेह बरसा रहे हैं। और खासकर, मेरी माताएँ बहनें, इतनी विशाल संख्या में आप जो प्यार और आशीर्वाद लेकर आईं हैं, ये हमारी सबसे बड़ी शक्ति है, सबसे बड़ी ऊर्जा है, एक अद्भुत अनुभूति है। मेरी बहुत सी बहनें असम के चाय बगानों की खुशबू लेकर यहां उपस्थित हैं। चाय की ये खुशबू मेरे और असम के रिश्तों में एक अलग ही ऐहसास पैदा करती है। मैं आप सभी को प्रणाम करता हूँ। इस स्नेह और प्यार के लिए मैं हृदय से आप सबका आभार करता हूँ।

साथियों,

आज असम और पूरे नॉर्थ ईस्ट के लिए बहुत बड़ा दिन है। नामरूप और डिब्रुगढ़ को लंबे समय से जिसका इंतज़ार था, वो सपना भी आज पूरा हो रहा है, आज इस पूरे इलाके में औद्योगिक प्रगति का नया अध्याय शुरू हो रहा है। अभी थोड़ी देर पहले मैंने यहां अमोनिया–यूरिया फर्टिलाइज़र प्लांट का भूमि पूजन किया है। डिब्रुगढ़ आने से पहले गुवाहाटी में एयरपोर्ट के एक टर्मिनल का उद्घाटन भी हुआ है। आज हर कोई कह रहा है, असम विकास की एक नई रफ्तार पकड़ चुका है। मैं आपको बताना चाहता हूँ, अभी आप जो देख रहे हैं, जो अनुभव कर रहे हैं, ये तो एक शुरुआत है। हमें तो असम को बहुत आगे लेकर के जाना है, आप सबको साथ लेकर के आगे बढ़ना है। असम की जो ताकत और असम की भूमिका ओहोम साम्राज्य के दौर में थी, विकसित भारत में असम वैसी ही ताकतवर भूमि बनाएंगे। नए उद्योगों की शुरुआत, आधुनिक इनफ्रास्ट्रक्चर का निर्माण, Semiconductors, उसकी manufacturing, कृषि के क्षेत्र में नए अवसर, टी-गार्डेन्स और उनके वर्कर्स की उन्नति, पर्यटन में बढ़ती संभावनाएं, असम हर क्षेत्र में आगे बढ़ रहा है। मैं आप सभी को और देश के सभी किसान भाई-बहनों को इस आधुनिक फर्टिलाइज़र प्लांट के लिए बहुत-बहुत शुभकामनाएँ देता हूँ। मैं आपको गुवाहटी एयरपोर्ट के नए टर्मिनल के लिए भी बधाई देता हूँ। बीजेपी की डबल इंजन सरकार में, उद्योग और कनेक्टिविटी की ये जुगलबंदी, असम के सपनों को पूरा कर रही है, और साथ ही हमारे युवाओं को नए सपने देखने का हौसला भी दे रही है।

साथियों,

विकसित भारत के निर्माण में देश के किसानों की, यहां के अन्नदाताओं की बहुत बड़ी भूमिका है। इसलिए हमारी सरकार किसानों के हितों को सर्वोपरि रखते हुए दिन-रात काम कर रही है। यहां आप सभी को किसान हितैषी योजनाओं का लाभ दिया जा रहा है। कृषि कल्याण की योजनाओं के बीच, ये भी जरूरी है कि हमारे किसानों को खाद की निरंतर सप्लाई मिलती रहे। आने वाले समय में ये यूरिया कारख़ाना यह सुनिश्चित करेगा। इस फर्टिलाइज़र प्रोजेक्ट पर करीब 11 हजार करोड़ रुपए खर्च किए जाएंगे। यहां हर साल 12 लाख मीट्रिक टन से ज्यादा खाद बनेगी। जब उत्पादन यहीं होगा, तो सप्लाई तेज होगी। लॉजिस्टिक खर्च घटेगा।

साथियों,

नामरूप की ये यूनिट रोजगार-स्वरोजगार के हजारों नए अवसर भी बनाएगी। प्लांट के शुरू होते ही अनेकों लोगों को यहीं पर स्थायी नौकरी भी मिलेगी। इसके अलावा जो काम प्लांट के साथ जुड़ा होता है, मरम्मत हो, सप्लाई हो, कंस्ट्रक्शन का बहुत बड़ी मात्रा में काम होगा, यानी अनेक काम होते हैं, इन सबमें भी यहां के स्थानीय लोगों को और खासकर के मेरे नौजवानों को रोजगार मिलेगा।

लेकिन भाइयों बहनों,

आप सोचिए, किसानों के कल्याण के लिए काम बीजेपी सरकार आने के बाद ही क्यों हो रहा है? हमारा नामरूप तो दशकों से खाद उत्पादन का केंद्र था। एक समय था, जब यहां बनी खाद से नॉर्थ ईस्ट के खेतों को ताकत मिलती थी। किसानों की फसलों को सहारा मिलता था। जब देश के कई हिस्सों में खाद की आपूर्ति चुनौती बनी, तब भी नामरूप किसानों के लिए उम्मीद बना रहा। लेकिन, पुराने कारखानों की टेक्नालजी समय के साथ पुरानी होती गई, और काँग्रेस की सरकारों ने कोई ध्यान नहीं दिया। नतीजा ये हुआ कि, नामरूप प्लांट की कई यूनिट्स इसी वजह से बंद होती गईं। पूरे नॉर्थ ईस्ट के किसान परेशान होते रहे, देश के किसानों को भी तकलीफ हुई, उनकी आमदनी पर चोट पड़ती रही, खेती में तकलीफ़ें बढ़ती गईं, लेकिन, काँग्रेस वालों ने इस समस्या का कोई हल ही नहीं निकाला, वो अपनी मस्ती में ही रहे। आज हमारी डबल इंजन सरकार, काँग्रेस द्वारा पैदा की गई उन समस्याओं का समाधान भी कर रही है।

साथियों,

असम की तरह ही, देश के दूसरे राज्यों में भी खाद की कितनी ही फ़ैक्टरियां बंद हो गईं थीं। आप याद करिए, तब किसानों के क्या हालात थे? यूरिया के लिए किसानों को लाइनों में लगना पड़ता था। यूरिया की दुकानों पर पुलिस लगानी पड़ती थी। पुलिस किसानों पर लाठी बरसाती थी।

भाइयों बहनों,

काँग्रेस ने जिन हालातों को बिगाड़ा था, हमारी सरकार उन्हें सुधारने के लिए एडी-चोटी की ताकत लगा रही है। और इन्होंने इतना बुरा किया,इतना बुरा किया कि, 11 साल से मेहनत करने के बाद भी, अभी मुझे और बहुत कुछ करना बाकी है। काँग्रेस के दौर में फर्टिलाइज़र्स फ़ैक्टरियां बंद होती थीं। जबकि हमारी सरकार ने गोरखपुर, सिंदरी, बरौनी, रामागुंडम जैसे अनेक प्लांट्स शुरू किए हैं। इस क्षेत्र में प्राइवेट सेक्टर को भी बढ़ावा दिया जा रहा है। आज इसी का नतीजा है, हम यूरिया के क्षेत्र में आने वाले कुछ समय में आत्मनिर्भर हो सके, उस दिशा में मजबूती से कदम रख रहे हैं।

साथियों,

2014 में देश में सिर्फ 225 लाख मीट्रिक टन यूरिया का ही उत्पादन होता था। आपको आंकड़ा याद रहेगा? आंकड़ा याद रहेगा? मैं आपने मुझे काम दिया 10-11 साल पहले, तब उत्पादन होता था 225 लाख मीट्रिक टन। ये आंकड़ा याद रखिए। पिछले 10-11 साल की मेहनत में हमने उत्पादन बढ़ाकर के करीब 306 लाख मीट्रिक टन तक पहुंच चुका है। लेकिन हमें यहां रूकना नहीं है, क्योंकि अभी भी बहुत करने की जरूरत है। जो काम उनको उस समय करना था, नहीं किया, और इसलिए मुझे थोड़ा एक्स्ट्रा मेहनत करनी पड़ रही है। और अभी हमें हर साल करीब 380 लाख मीट्रिक टन यूरिया की जरूरत पड़ती है। हम 306 पर पहुंचे हैं, 70-80 और करना है। लेकिन मैं देशवासियों को विश्वास दिलाता हूं, हम जिस प्रकार से मेहनत कर रहे हैं, जिस प्रकार से योजना बना रहे हैं और जिस प्रकार से मेरे किसान भाई-बहन हमें आशीर्वाद दे रहे हैं, हम हो सके उतना जल्दी इस गैप को भरने में कोई कमी नहीं रखेंगे।

और भाइयों और बहनों,

मैं आपको एक और बात बताना चाहता हूं, आपके हितों को लेकर हमारी सरकार बहुत ज्यादा संवेदनशील है। जो यूरिया हमें महंगे दामों पर विदेशों से मंगाना पड़ता है, हम उसकी भी चोट अपने किसानों पर नहीं पड़ने देते। बीजेपी सरकार सब्सिडी देकर वो भार सरकार खुद उठाती है। भारत के किसानों को सिर्फ 300 रुपए में यूरिया की बोरी मिलती है, उस एक बोरी के बदले भारत सरकार को दूसरे देशों को, जहां से हम बोरी लाते हैं, करीब-करीब 3 हजार रुपए देने पड़ते हैं। अब आप सोचिए, हम लाते हैं 3000 में, और देते हैं 300 में। यह सारा बोझ देश के किसानों पर हम नहीं पड़ने देते। ये सारा बोझ सरकार खुद भरती है। ताकि मेरे देश के किसान भाई बहनों पर बोझ ना आए। लेकिन मैं किसान भाई बहनों को भी कहूंगा, कि आपको भी मेरी मदद करनी होगी और वह मेरी मदद है इतना ही नहीं, मेरे किसान भाई-बहन आपकी भी मदद है, और वो है यह धरती माता को बचाना। हम धरती माता को अगर नहीं बचाएंगे तो यूरिया की कितने ही थैले डाल दें, यह धरती मां हमें कुछ नहीं देगी और इसलिए जैसे शरीर में बीमारी हो जाए, तो दवाई भी हिसाब से लेनी पड़ती है, दो गोली की जरूरत है, चार गोली खा लें, तो शरीर को फायदा नहीं नुकसान हो जाता है। वैसा ही इस धरती मां को भी अगर हम जरूरत से ज्यादा पड़ोस वाला ज्यादा बोरी डालता है, इसलिए मैं भी बोरी डाल दूं। इस प्रकार से अगर करते रहेंगे तो यह धरती मां हमसे रूठ जाएगी। यूरिया खिला खिलाकर के हमें धरती माता को मारने का कोई हक नहीं है। यह हमारी मां है, हमें उस मां को भी बचाना है।

साथियों,

आज बीज से बाजार तक भाजपा सरकार किसानों के साथ खड़ी है। खेत के काम के लिए सीधे खाते में पैसे पहुंचाए जा रहे हैं, ताकि किसान को उधार के लिए भटकना न पड़े। अब तक पीएम किसान सम्मान निधि के लगभग 4 लाख करोड़ रुपए किसानों के खाते में भेजे गए हैं। आंकड़ा याद रहेगा? भूल जाएंगे? 4 लाख करोड़ रूपया मेरे देश के किसानों के खाते में सीधे जमा किए हैं। इसी साल, किसानों की मदद के लिए 35 हजार करोड़ रुपए की दो योजनाएं नई योजनाएं शुरू की हैं 35 हजार करोड़। पीएम धन धान्य कृषि योजना और दलहन आत्मनिर्भरता मिशन, इससे खेती को बढ़ावा मिलेगा।

साथियों,

हम किसानों की हर जरूरत को ध्यान रखते हुए काम कर रहे हैं। खराब मौसम की वजह से फसल नुकसान होने पर किसान को फसल बीमा योजना का सहारा मिल रहा है। फसल का सही दाम मिले, इसके लिए खरीद की व्यवस्था सुधारी गई है। हमारी सरकार का साफ मानना है कि देश तभी आगे बढ़ेगा, जब मेरा किसान मजबूत होगा। और इसके लिए हर संभव प्रयास किए जा रहे हैं।

साथियों,

केंद्र में हमारी सरकार बनने के बाद हमने किसान क्रेडिट कार्ड की सुविधा से पशुपालकों और मछलीपालकों को भी जोड़ दिया था। किसान क्रेडिट कार्ड, KCC, ये KCC की सुविधा मिलने के बाद हमारे पशुपालक, हमारे मछली पालन करने वाले इन सबको खूब लाभ उठा रहा है। KCC से इस साल किसानों को, ये आंकड़ा भी याद रखो, KCC से इस साल किसानों को 10 लाख करोड़ रुपये से ज्यादा की मदद दी गई है। 10 लाख करोड़ रुपया। बायो-फर्टिलाइजर पर GST कम होने से भी किसानों को बहुत फायदा हुआ है। भाजपा सरकार भारत के किसानों को नैचुरल फार्मिंग के लिए भी बहुत प्रोत्साहन दे रही है। और मैं तो चाहूंगा असम के अंदर कुछ तहसील ऐसे आने चाहिए आगे, जो शत प्रतिशत नेचुरल फार्मिंग करते हैं। आप देखिए हिंदुस्तान को असम दिशा दिखा सकता है। असम का किसान देश को दिशा दिखा सकता है। हमने National Mission On Natural Farming शुरू की, आज लाखों किसान इससे जुड़ चुके हैं। बीते कुछ सालों में देश में 10 हजार किसान उत्पाद संघ- FPO’s बने हैं। नॉर्थ ईस्ट को विशेष ध्यान में रखते हुए हमारी सरकार ने खाद्य तेलों- पाम ऑयल से जुड़ा मिशन भी शुरू किया। ये मिशन भारत को खाद्य तेल के मामले में आत्मनिर्भर तो बनाएगा ही, यहां के किसानों की आय भी बढ़ाएगा।

साथियों,

यहां इस क्षेत्र में बड़ी संख्या में हमारे टी-गार्डन वर्कर्स भी हैं। ये भाजपा की ही सरकार है जिसने असम के साढ़े सात लाख टी-गार्डन वर्कर्स के जनधन बैंक खाते खुलवाए। अब बैंकिंग व्यवस्था से जुड़ने की वजह से इन वर्कर्स के बैंक खातों में सीधे पैसे भेजे जाने की सुविधा मिली है। हमारी सरकार टी-गार्डन वाले क्षेत्रों में स्कूल, रोड, बिजली, पानी, अस्पताल की सुविधाएं बढ़ा रही है।

साथियों,

हमारी सरकार सबका साथ सबका विकास के मंत्र के साथ आगे बढ़ रही है। हमारा ये विजन, देश के गरीब वर्ग के जीवन में बहुत बड़ा बदलाव लेकर आया है। पिछले 11 वर्षों में हमारे प्रयासों से, योजनाओं से, योजनाओं को धरती पर उतारने के कारण 25 करोड़ लोग, ये आंकड़ा भी याद रखना, 25 करोड़ लोग गरीबी से बाहर निकले हैं। देश में एक नियो मिडिल क्लास तैयार हुआ है। ये इसलिए हुआ है, क्योंकि बीते वर्षों में भारत के गरीब परिवारों के जीवन-स्तर में निरंतर सुधार हुआ है। कुछ ताजा आंकड़े आए हैं, जो भारत में हो रहे बदलावों के प्रतीक हैं।

साथियों,

और मैं मीडिया में ये सारी चीजें बहुत काम आती हैं, और इसलिए मैं आपसे आग्रह करता हूं मैं जो बातें बताता हूं जरा याद रख के औरों को बताना।

साथियों,

पहले गांवों के सबसे गरीब परिवारों में, 10 परिवारों में से 1 के पास बाइक तक होती नहीं थी। 10 में से 1 के पास भी नहीं होती थी। अभी जो सर्वे आए हैं, अब गांव में रहने वाले करीब–करीब आधे परिवारों के पास बाइक या कार होती है। इतना ही नहीं मोबाइल फोन तो लगभग हर घर में पहुंच चुके हैं। फ्रिज जैसी चीज़ें, जो पहले “लग्ज़री” मानी जाती थीं, अब ये हमारे नियो मिडल क्लास के घरों में भी नजर आने लगी है। आज गांवों की रसोई में भी वो जगह बना चुका है। नए आंकड़े बता रहे हैं कि स्मार्टफोन के बावजूद, गांव में टीवी रखने का चलन भी बढ़ रहा है। ये बदलाव अपने आप नहीं हुआ। ये बदलाव इसलिए हुआ है क्योंकि आज देश का गरीब सशक्त हो रहा है, दूर-दराज के क्षेत्रों में रहने वाले गरीब तक भी विकास का लाभ पहुंचने लगा है।

साथियों,

भाजपा की डबल इंजन सरकार गरीबों, आदिवासियों, युवाओं और महिलाओं की सरकार है। इसीलिए, हमारी सरकार असम और नॉर्थ ईस्ट में दशकों की हिंसा खत्म करने में जुटी है। हमारी सरकार ने हमेशा असम की पहचान और असम की संस्कृति को सर्वोपरि रखा है। भाजपा सरकार असमिया गौरव के प्रतीकों को हर मंच पर हाइलाइट करती है। इसलिए, हम गर्व से महावीर लसित बोरफुकन की 125 फीट की प्रतिमा बनाते हैं, हम असम के गौरव भूपेन हजारिका की जन्म शताब्दी का वर्ष मनाते हैं। हम असम की कला और शिल्प को, असम के गोमोशा को दुनिया में पहचान दिलाते हैं, अभी कुछ दिन पहले ही Russia के राष्ट्रपति श्रीमान पुतिन यहां आए थे, जब दिल्ली में आए, तो मैंने बड़े गर्व के साथ उनको असम की ब्लैक-टी गिफ्ट किया था। हम असम की मान-मर्यादा बढ़ाने वाले हर काम को प्राथमिकता देते हैं।

लेकिन भाइयों बहनों,

भाजपा जब ये काम करती है तो सबसे ज्यादा तकलीफ काँग्रेस को होती है। आपको याद होगा, जब हमारी सरकार ने भूपेन दा को भारत रत्न दिया था, तो काँग्रेस ने खुलकर उसका विरोध किया था। काँग्रेस के राष्ट्रीय अध्यक्ष ने कहा था कि, मोदी नाचने-गाने वालों को भारत रत्न दे रहा है। मुझे बताइए, ये भूपेन दा का अपमान है कि नहीं है? कला संस्कृति का अपमान है कि नहीं है? असम का अपमान है कि नहीं है? ये कांग्रेस दिन रात करती है, अपमान करना। हमने असम में सेमीकंडक्टर यूनिट लगवाई, तो भी कांग्रेस ने इसका विरोध किया। आप मत भूलिए, यही काँग्रेस सरकार थी, जिसने इतने दशकों तक टी कम्यूनिटी के भाई-बहनों को जमीन के अधिकार नहीं मिलने दिये! बीजेपी की सरकार ने उन्हें जमीन के अधिकार भी दिये और गरिमापूर्ण जीवन भी दिया। और मैं तो चाय वाला हूं, मैं नहीं करूंगा तो कौन करेगा? ये कांग्रेस अब भी देशविरोधी सोच को आगे बढ़ा रही है। ये लोग असम के जंगल जमीन पर उन बांग्लादेशी घुसपैठियों को बसाना चाहते हैं। जिनसे इनका वोट बैंक मजबूत होता है, आप बर्बाद हो जाए, उनको इनकी परवाह नहीं है, उनको अपनी वोट बैंक मजबूत करनी है।

भाइयों बहनों,

काँग्रेस को असम और असम के लोगों से, आप लोगों की पहचान से कोई लेना देना नहीं है। इनको केवल सत्ता,सरकार और फिर जो काम पहले करते थे, वो करने में इंटरेस्ट है। इसीलिए, इन्हें अवैध बांग्लादेशी घुसपैठिए ज्यादा अच्छे लगते हैं। अवैध घुसपैठियों को काँग्रेस ने ही बसाया, और काँग्रेस ही उन्हें बचा रही है। इसीलिए, काँग्रेस पार्टी वोटर लिस्ट के शुद्धिकरण का विरोध कर रही है। तुष्टीकरण और वोटबैंक के इस काँग्रेसी जहर से हमें असम को बचाकर रखना है। मैं आज आपको एक गारंटी देता हूं, असम की पहचान, और असम के सम्मान की रक्षा के लिए भाजपा, बीजेपी फौलाद बनकर आपके साथ खड़ी है।

साथियों,

विकसित भारत के निर्माण में, आपके ये आशीर्वाद यही मेरी ताकत है। आपका ये प्यार यही मेरी पूंजी है। और इसीलिए पल-पल आपके लिए जीने का मुझे आनंद आता है। विकसित भारत के निर्माण में पूर्वी भारत की, हमारे नॉर्थ ईस्ट की भूमिका लगातार बढ़ रही है। मैंने पहले भी कहा है कि पूर्वी भारत, भारत के विकास का ग्रोथ इंजन बनेगा। नामरूप की ये नई यूनिट इसी बदलाव की मिसाल है। यहां जो खाद बनेगी, वो सिर्फ असम के खेतों तक नहीं रुकेगी। ये बिहार, झारखंड, पश्चिम बंगाल और पूर्वी उत्तर प्रदेश तक पहुंचेगी। ये कोई छोटी बात नहीं है। ये देश की खाद जरूरत में नॉर्थ ईस्ट की भागीदारी है। नामरूप जैसे प्रोजेक्ट, ये दिखाते हैं कि, आने वाले समय में नॉर्थ ईस्ट, आत्मनिर्भर भारत का बहुत बड़ा केंद्र बनकर उभरेगा। सच्चे अर्थ में अष्टलक्ष्मी बन के रहेगा। मैं एक बार फिर आप सभी को नए फर्टिलाइजर प्लांट की बधाई देता हूं। मेरे साथ बोलिए-

भारत माता की जय।

भारत माता की जय।

और इस वर्ष तो वंदे मातरम के 150 साल हमारे गौरवपूर्ण पल, आइए हम सब बोलें-

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।

वंदे मातरम्।