পোলেণ্ডৰ ৱাৰশ্ব’ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৪৫ বছৰৰ ভিতৰত ভাৰতীয় প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথম ভ্ৰমণ। তেওঁ ৰাষ্ট্ৰপতি শ্ৰীযুত এন্দ্ৰজেজ ছেবাষ্টিয়ান ডুডাৰ লগতে প্ৰধানমন্ত্ৰী শ্ৰীযুত ড’নাল্ড টাস্ক আৰু পোলেণ্ডৰ ভাৰতীয় সমূদায়ৰ সৈতে মত বিনিময় কৰে৷




