প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বহনক্ষমতাক আগুৱাই নিয়া আৰু নেট-জিৰ’ নিৰ্গমনৰ লক্ষ্যত উপনীত হোৱা বাবে ভাৰতৰ দায়বদ্ধতাক শক্তিশালী কৰা এক উল্লেখযোগ্য পদক্ষেপৰ প্ৰশংসা কৰে।
কন্দলাৰ দীনদয়াল বন্দৰ কৰ্তৃপক্ষৰ এক্স পোষ্টৰ সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে কয়।
“ বহনক্ষমতাক আগুৱাই নিয়া আৰু আমাৰ নেট-জিৰ’ দৃষ্টিভংগীক শক্তিশালী কৰাৰ এয়া এক প্ৰশংসনীয় প্ৰচেষ্টা।”
This is a commendable effort, championing sustainability and powering our Net-Zero vision. https://t.co/lmT17VOSBo
— Narendra Modi (@narendramodi) August 3, 2025


