QuoteOur focus is to make our education system the most advanced and modern for students of our country: PM
Quote21st century is the era of knowledge. This is the time for increased focus on learning, research, innovation: PM Modi
QuoteYoungsters should not stop doing three things: Learning, Questioning, Solving: PM Modi

স্মাৰ্ট ইণ্ডিয়া হেকাথন

স্মাৰ্ট ইণ্ডিয়া হেকাথনৰ ফাইনেলত প্ৰধানমন্ত্ৰীয়ে কয়-দেশে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ নানাধৰণৰ সমাধানৰ বাবে কাম কৰি আছে শিক্ষাৰ্থীসকলে। সমস্যাসমূহৰ সমাধান দিয়াৰ লগতে ইয়ে ডাটা, ডিজিটাইজেশ্যন আৰু হাই-টেক ভৱিষ্যত সন্দৰ্ভত ভাৰতৰ আকাংক্ষাকো শক্তিশালী কৰিছে। একবিংশ শতিকাৰ দ্ৰুত গতিত কাৰ্যকৰী ভূমিকা পালন অব্যাহত ৰাখিবলৈ ভাৰতক দ্ৰুত পৰিৱৰ্তন কৰিব লাগিব বুলি স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, উদ্ভাৱন, গৱেষণা, আৰ্হি, উন্নয়ন আৰু উদ্যোগশীলতাৰ বাবে দেশত প্ৰয়োজনীয় ইকোচিষ্টেম নিৰ্মিত হৈছে। তেওঁ ভাৰতৰ শিক্ষাক আৰু আধুনিক কৰি তোলা আৰু মেধাৰ বাবে সুযোগ সৃষ্টিৰ লক্ষ্য লোৱাৰ আশ্বাস দিয়ে।

 

|

ৰাষ্ট্ৰীয় শিক্ষানীতি

ৰাষ্ট্ৰীয় শিক্ষানীতি সন্দৰ্ভত মত ব্যক্ত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে একবংশ শতিকাৰ যুৱকৰ চিন্তাভাৱনা, প্ৰয়োজন, আশা আৰু আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই খচৰা প্ৰস্তুত কৰা হৈছিল। তেওঁ আৰু কয় যে ই কেৱল এক নীতি দস্তাবেজেই নহয়, ১৩০ কোটিতকৈ অধিক ভাৰতীয়ৰ আকাংক্ষাৰো এক প্ৰতিফলন। তেওঁ কয়-‘আজিও বহু শিক্ষাৰ্থীয়ে অনুভৱ কৰে যে তেওঁলোকক এনে এক বিষয়ৰ ভিত্তিত বিচাৰ কৰা হয় যাৰ প্ৰতি তেওঁলোকৰ কোনো আগ্ৰহ নাই। অভিভাৱক, সম্পৰ্কীয়, বন্ধু-বান্ধৱ আদিৰ হেঁচাত আনে বাচি দিয়া বিষয় অধ্যয়ন কৰিবলৈ বাধ্য হয় শিশুসকল। ইয়াৰ ফলত এক বিশাল জনসংখ্যাৰ সৃষ্টি হৈছে, যিসকল সু-শিক্ষিত কিন্তু তেওঁলোকে পঢ়া বেছিভাগেই তেওঁলোকৰ বাবে উপযোগী নহয়।’ তেওঁ নতুন শিক্ষা নীতিয়ে ভাৰতৰ শিক্ষা ব্যৱস্থাত এক পদ্ধতিগত সংস্কাৰ আনি আৰু এই দৃষ্টিকোণ সলনিৰ প্ৰয়াস কৰিছে আৰু শিক্ষাৰ উদ্দেশ্য আৰু লক্ষ্য পৰিৱৰ্তনৰ পদক্ষেপ লোৱাৰ কথা দৃষ্টিগোচৰ কৰে। তেওঁ কয় যে স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ৰ অভিজ্ঞতাৰ বাবে ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষা, গৱেষণা আৰু উদ্ভাৱনৰ দিশত গুৰুত্ব আৰোপ কৰিছে: ফলপ্ৰসূ, সম্প্ৰসাৰণ ভিত্তিক আৰু এনে এক যিয়ে প্ৰাকৃতিক আৱেগক পৰিচালিত কৰে।

শিক্ষাৰ্থীসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কয়-‘হেকাথন তোমালোকে সমাধান কৰিব বিচৰা প্ৰথমটো সমস্যা নহয়, ই শেষো নহয়।’ তেওঁ বিচাৰে যে যুৱপ্ৰজন্মই তিনিটা বস্তুৰ ওপৰত গুৰুত্ব প্ৰদান কৰক: শিক্ষা, প্ৰশ্ন কৰা আৰু সমাধান কৰা। তেওঁ কয়-যেতিয়া এজনে শিকে তেতিয়া তেওঁ প্ৰশ্ন কৰাৰ জ্ঞান লাভ কৰে আৰু ভাৰতৰ ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে এই চেতনাক প্ৰতিফলিত কৰে। তেওঁ আৰু কয় যে স্কুল বেগৰ বোজাৰ পৰা গুৰুত্ব আঁতৰাই, যি স্কুলৰ পাছত নাথাকে, শিকাৰ লাভৰ ফালে নিয়া হৈছে-যিয়ে জীৱনত সহায় কৰে, মনত ৰখাৰ পৰা গুৰুত্বপূৰ্ণ চিন্তা কৰিব পৰালৈকে।

 

|

 

আন্তঃবিষয় অধ্যয়নৰ ওপৰত গুৰুত্ব

প্ৰধানমন্ত্ৰীয়ে কয়, নতুন শিক্ষানীতিৰ অন্যতম আকৰ্ষণীয় দিশ হৈছে আন্তঃবিষয় অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়া। এই ধাৰণাই জনপ্ৰিয়তা লাভ কৰিছে কাৰণ এটা বিশেষ ব্যৱস্থা সকলোৰে বাবে উপযুক্ত নহয়। তেওঁ কয় আন্তঃবিষয় অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়াৰ ফলত এইটো সুনিশ্চিত হব যে শিক্ষাৰ্থীসকলৰ পৰা সমাজে যি আশা কৰে তাতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হব শিক্ষাৰ্থীসকলে কি শিকিব বিচাৰে তাৰ ওপৰত।

শিক্ষালাভৰ অধিকাৰ

বাবা চাহেব আম্বেদকাৰৰ বক্তব্যৰ উদ্ধৃতি দি প্ৰধানমন্ত্ৰীয়ে কয় সকলোৰে শিক্ষালাভৰ প্ৰতি অধিকাৰ থকা উচিত।তেওঁ কয় যে এই শিক্ষা নীতিও আম্বেদকাৰৰ সুলভ শিক্ষাৰ ধাৰণাৰ প্ৰতি সমৰ্পিত। প্ৰাথমিক শিক্ষাৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় শিক্ষা নীতি শিক্ষালাভৰ এক বৃহত্ প্ৰক্ৰিয়া। তেওঁ কয় যে এই নীতিৰ লক্ষ্য উচ্চ শিক্ষাত মুঠ নামভৰ্তিৰ অনুপাত ২০৩৫ চনলৈ ৫০ শতাংশ বৃদ্ধি কৰা। তেওঁ আৰু কয় যে এই শিক্ষানীতিয়ে সংস্থাপন সন্ধানীতকৈ সংস্থাপন সৃষ্টিত প্ৰাধান্য দিছে। অৰ্থাত্ এফালে ই আমাৰ মানসিকতা আৰু আমাৰ দৃষ্টিকোণৰ পৰিৱৰ্তন অনাৰ পদক্ষেপ।

 

|

স্থানীয় ভাষাৰ ওপৰত গুৰুত্ব

প্ৰধানমন্ত্ৰীয়ে কয়-নতুন শিক্ষানীতিয়ে ভাৰতীয় ভাষাসমূহক আগুৱাই নিয়া আৰু বিকাশ কৰাত সহায় কৰিব। তেওঁ কয়- শিক্ষাৰ্থীসকলে আৰম্ভণি কালছোৱাত তেওঁলোকৰ নিজ ভাষাত শিক্ষা লাভ কৰি উপকৃত হব। তেওঁ আৰু কয় যে নতুন শিক্ষা নীতিয়ে ভাৰতৰ চহকী ভাষাসমূহকো বিশ্বত পৰিচয় কৰাব।

গোলকীয় অখণ্ডতাৰ ওপৰত গুৰুত্ব

প্ৰধানমন্ত্ৰীয়ে কয় যে এই নীতিয়ে স্থানীয় বিষয়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে যদিও গোলকীয় একতাৰ ওপৰতো সমানে গুৰুত্ব দিয়া হৈছে। শীৰ্ষ আন্তৰ্জাতিক প্ৰতিষ্ঠানসমূহক ভাৰতত কেম্পাছ মুকলিৰ বাবে উত্সাসিত কৰা হৈছে। ইয়ে ভাৰতীয় যুৱকসকলক বিশ্বমানৰ সুযোগ-সুবিধা লাভত সহায় কৰিব আৰু আন্তৰ্জাতিক প্ৰতিযোগিতাৰ বাবে সাজু কৰাতো সহায় কৰিব। ইয়ে ভাৰতত বিশ্বমানৰ প্ৰতিষ্ঠান গঢ়াতো সহায় কৰিব, যাৰ ফলত ভাৰত গোলকীয় শিক্ষাৰ এক কেন্দ্ৰত পৰিণত হব।

 

Click here to read PM's speech

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
Indian economy remains positive amid global turbulence: Finance Ministry

Media Coverage

Indian economy remains positive amid global turbulence: Finance Ministry
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
India is going to open doors of new possibilities of space for the world: PM Modi
June 28, 2025
QuoteI extend my heartiest congratulations and best wishes to you for hoisting the flag of India in space: PM
QuoteScience and Spirituality, both are our Nation’s strength: PM
QuoteThe success of Chandrayaan mission and your historic journey renew interest in science among the children and youth of the country: PM
QuoteWe have to take Mission Gaganyaan forward, we have to build our own space station and also land Indian astronauts on the Moon: PM
QuoteYour historic journey is the first chapter of success of India's Gaganyaan mission and will give speed and new vigour to our journey of Viksit Bharat: PM
QuoteIndia is going to open doors of new possibilities of space for the world: PM

प्रधानमंत्रीशुभांशु नमस्कार!

शुभांशु शुक्लानमस्कार!

प्रधानमंत्रीआप आज मातृभूमि से, भारत भूमि से, सबसे दूर हैं, लेकिन भारतवासियों के दिलों के सबसे करीब हैं। आपके नाम में भी शुभ है और आपकी यात्रा नए युग का शुभारंभ भी है। इस समय बात हम दोनों कर रहे हैं, लेकिन मेरे साथ 140 करोड़ भारतवासियों की भावनाएं भी हैं। मेरी आवाज में सभी भारतीयों का उत्साह और उमंग शामिल है। अंतरिक्ष में भारत का परचम लहराने के लिए मैं आपको हार्दिक बधाई और शुभकामनाएं देता हूं। मैं ज्यादा समय नहीं ले रहा हूं, तो सबसे पहले तो यह बताइए वहां सब कुशल मंगल है? आपकी तबीयत ठीक है?

|

शुभांशु शुक्ला: जी प्रधानमंत्री जी! बहुत-बहुत धन्यवाद, आपकी wishes का और 140 करोड़ मेरे देशवासियों के wishes का, मैं यहां बिल्कुल ठीक हूं, सुरक्षित हूं। आप सबके आशीर्वाद और प्यार की वजह से… बहुत अच्छा लग रहा है। बहुत नया एक्सपीरियंस है यह और कहीं ना कहीं बहुत सारी चीजें ऐसी हो रही हैं, जो दर्शाती है कि मैं और मेरे जैसे बहुत सारे लोग हमारे देश में और हमारा भारत किस दिशा में जा रहा है। यह जो मेरी यात्रा है, यह पृथ्वी से ऑर्बिट की 400 किलोमीटर तक की जो छोटे सी यात्रा है, यह सिर्फ मेरी नहीं है। मुझे लगता है कहीं ना कहीं यह हमारे देश के भी यात्रा है because जब मैं छोटा था, मैं कभी सोच नहीं पाया कि मैं एस्ट्रोनॉट बन सकता हूं। लेकिन मुझे लगता है कि आपके नेतृत्व में आज का भारत यह मौका देता है और उन सपनों को साकार करने का भी मौका देता है। तो यह बहुत बड़ी उपलब्धि है मेरे लिए और मैं बहुत गर्व feel कर रहा हूं कि मैं यहां पर अपने देश का प्रतिनिधित्व कर पा रहा हूं। धन्यवाद प्रधानमंत्री जी!

प्रधानमंत्रीशुभ, आप दूर अंतरिक्ष में हैं, जहां ग्रेविटी ना के बराबर है, पर हर भारतीय देख रहा है कि आप कितने डाउन टू अर्थ हैं। आप जो गाजर का हलवा ले गए हैं, क्या उसे अपने साथियों को खिलाया?

शुभांशु शुक्ला: जी प्रधानमंत्री जी! यह कुछ चीजें मैं अपने देश की खाने की लेकर आया था, जैसे गाजर का हलवा, मूंग दाल का हलवा और आम रस और मैं चाहता था कि यह बाकी भी जो मेरे साथी हैं, बाकी देशों से जो आए हैं, वह भी इसका स्वाद लें और चखें, जो भारत का जो rich culinary हमारा जो हेरिटेज है, उसका एक्सपीरियंस लें, तो हम सभी ने बैठकर इसका स्वाद लिया साथ में और सबको बहुत पसंद आया। कुछ लोग कहे कि कब वह नीचे आएंगे और हमारे देश आएं और इनका स्वाद ले सकें हमारे साथ…

प्रधानमंत्री: शुभ, परिक्रमा करना भारत की सदियों पुरानी परंपरा है। आपको तो पृथ्वी माता की परिक्रमा का सौभाग्य मिला है। अभी आप पृथ्वी के किस भाग के ऊपर से गुजर रहे होंगे?

शुभांशु शुक्ला: जी प्रधानमंत्री जी! इस समय तो मेरे पास यह इनफॉरमेशन उपलब्ध नहीं है, लेकिन थोड़ी देर पहले मैं खिड़की से, विंडो से बाहर देख रहा था, तो हम लोग हवाई के ऊपर से गुजर रहे थे और हम दिन में 16 बार परिक्रमा करते हैं। 16 सूर्य उदय और 16 सनराइज और सनसेट हम देखते हैं ऑर्बिट से और बहुत ही अचंभित कर देने वाला यह पूरा प्रोसेस है। इस परिक्रमा में, इस तेज गति में जिस हम इस समय करीब 28000 किलोमीटर प्रति घंटे की रफ्तार से चल रहे हैं आपसे बात करते वक्त और यह गति पता नहीं चलती क्योंकि हम तो अंदर हैं, लेकिन कहीं ना कहीं यह गति जरूर दिखाती है कि हमारा देश कितनी गति से आगे बढ़ रहा है।

प्रधानमंत्रीवाह!

शुभांशु शुक्ला: इस समय हम यहां पहुंचे हैं और अब यहां से और आगे जाना है।

प्रधानमंत्री: अच्छा शुभ अंतरिक्ष की विशालता देखकर सबसे पहले विचार क्या आया आपको?

शुभांशु शुक्ला: प्रधानमंत्री जी, सच में बोलूं तो जब पहली बार हम लोग ऑर्बिट में पहुंचे, अंतरिक्ष में पहुंचे, तो पहला जो व्यू था, वह पृथ्वी का था और पृथ्वी को बाहर से देख के जो पहला ख्याल, वो पहला जो thought मन में आया, वह ये था कि पृथ्वी बिल्कुल एक दिखती है, मतलब बाहर से कोई सीमा रेखा नहीं दिखाई देती, कोई बॉर्डर नहीं दिखाई देता। और दूसरी चीज जो बहुत noticeable थी, जब पहली बार भारत को देखा, तो जब हम मैप पर पढ़ते हैं भारत को, हम देखते हैं बाकी देशों का आकार कितना बड़ा है, हमारा आकार कैसा है, वह मैप पर देखते हैं, लेकिन वह सही नहीं होता है क्योंकि वह एक हम 3D ऑब्जेक्ट को 2D यानी पेपर पर हम उतारते हैं। भारत सच में बहुत भव्य दिखता है, बहुत बड़ा दिखता है। जितना हम मैप पर देखते हैं, उससे कहीं ज्यादा बड़ा और जो oneness की फीलिंग है, पृथ्वी की oneness की फीलिंग है, जो हमारा भी मोटो है कि अनेकता में एकता, वह बिल्कुल उसका महत्व ऐसा समझ में आता है बाहर से देखने में कि लगता है कि कोई बॉर्डर एक्जिस्ट ही नहीं करता, कोई राज्य ही नहीं एक्जिस्ट करता, कंट्रीज़ नहीं एक्जिस्ट करती, फाइनली हम सब ह्यूमैनिटी का पार्ट हैं और अर्थ हमारा एक घर है और हम सबके सब उसके सिटीजंस हैं।

प्रधानमंत्रीशुभांशु स्पेस स्टेशन पर जाने वाले आप पहले भारतीय हैं। आपने जबरदस्त मेहनत की है। लंबी ट्रेनिंग करके गए हैं। अब आप रियल सिचुएशन में हैं, सच में अंतरिक्ष में हैं, वहां की परिस्थितियां कितनी अलग हैं? कैसे अडॉप्ट कर रहे हैं?

शुभांशु शुक्ला: यहां पर तो सब कुछ ही अलग है प्रधानमंत्री जी, ट्रेनिंग की हमने पिछले पूरे 1 साल में, सारे systems के बारे में मुझे पता था, सारे प्रोसेस के बारे में मुझे पता था, एक्सपेरिमेंट्स के बारे में मुझे पता था। लेकिन यहां आते ही suddenly सब चेंज हो गया, because हमारे शरीर को ग्रेविटी में रहने की इतनी आदत हो जाती है कि हर एक चीज उससे डिसाइड होती है, पर यहां आने के बाद चूंकि ग्रेविटी माइक्रोग्रेविटी है absent है, तो छोटी-छोटी चीजें भी बहुत मुश्किल हो जाती हैं। अभी आपसे बात करते वक्त मैंने अपने पैरों को बांध रखा है, नहीं तो मैं ऊपर चला जाऊंगा और माइक को भी ऐसे जैसे यह छोटी-छोटी चीजें हैं, यानी ऐसे छोड़ भी दूं, तो भी यह ऐसे float करता रहा है। पानी पीना, पैदल चलना, सोना बहुत बड़ा चैलेंज है, आप छत पर सो सकते हैं, आप दीवारों पर सो सकते हैं, आप जमीन पर सो सकते हैं। तो पता सब कुछ होता है प्रधानमंत्री जी, ट्रेनिंग अच्छी है, लेकिन वातावरण चेंज होता है, तो थोड़ा सा used to होने में एक-दो दिन लगते हैं but फिर ठीक हो जाता है, फिर normal हो जाता है।

|

प्रधानमंत्री: शुभ भारत की ताकत साइंस और स्पिरिचुअलिटी दोनों हैं। आप अंतरिक्ष यात्रा पर हैं, लेकिन भारत की यात्रा भी चल रही होगी। भीतर में भारत दौड़ता होगा। क्या उस माहौल में मेडिटेशन और माइंडफूलनेस का लाभ भी मिलता है क्या?

शुभांशु शुक्ला: जी प्रधानमंत्री जी, मैं बिल्कुल सहमत हूं। मैं कहीं ना कहीं यह मानता हूं कि भारत already दौड़ रहा है और यह मिशन तो केवल एक पहली सीढ़ी है उस एक बड़ी दौड़ का और हम जरूर आगे पहुंच रहे हैं और अंतरिक्ष में हमारे खुद के स्टेशन भी होंगे और बहुत सारे लोग पहुंचेंगे और माइंडफूलनेस का भी बहुत फर्क पड़ता है। बहुत सारी सिचुएशंस ऐसी होती हैं नॉर्मल ट्रेनिंग के दौरान भी या फिर लॉन्च के दौरान भी, जो बहुत स्ट्रेसफुल होती हैं और माइंडफूलनेस से आप अपने आप को उन सिचुएशंस में शांत रख पाते हैं और अपने आप को calm रखते हैं, अपने आप को शांत रखते हैं, तो आप अच्छे डिसीजंस ले पाते हैं। कहते हैं कि दौड़ते हो भोजन कोई भी नहीं कर सकता, तो जितना आप शांत रहेंगे उतना ही आप अच्छे से आप डिसीजन ले पाएंगे। तो I think माइंडफूलनेस का बहुत ही इंपॉर्टेंट रोल होता है इन चीजों में, तो दोनों चीजें अगर साथ में एक प्रैक्टिस की जाएं, तो ऐसे एक चैलेंजिंग एनवायरमेंट में या चैलेंजिंग वातावरण में मुझे लगता है यह बहुत ही यूज़फुल होंगी और बहुत जल्दी लोगों को adapt करने में मदद करेंगी।

प्रधानमंत्री: आप अंतरिक्ष में कई एक्सपेरिमेंट कर रहे हैं। क्या कोई ऐसा एक्सपेरिमेंट है, जो आने वाले समय में एग्रीकल्चर या हेल्थ सेक्टर को फायदा पहुंचाएगा?

शुभांशु शुक्ला: जी प्रधानमंत्री जी, मैं बहुत गर्व से कह सकता हूं कि पहली बार भारतीय वैज्ञानिकों ने 7 यूनिक एक्सपेरिमेंट्स डिजाइन किए हैं, जो कि मैं अपने साथ स्टेशन पर लेकर आया हूं और पहला एक्सपेरिमेंट जो मैं करने वाला हूं, जो कि आज ही के दिन में शेड्यूल्ड है, वह है Stem Cells के ऊपर, so अंतरिक्ष में आने से क्या होता है कि ग्रेविटी क्योंकि एब्सेंट होती है, तो लोड खत्म हो जाता है, तो मसल लॉस होता है, तो जो मेरा एक्सपेरिमेंट है, वह यह देख रहा है कि क्या कोई सप्लीमेंट देकर हम इस मसल लॉस को रोक सकते हैं या फिर डिले कर सकते हैं। इसका डायरेक्ट इंप्लीकेशन धरती पर भी है कि जिन लोगों का मसल लॉस होता है, ओल्ड एज की वजह से, उनके ऊपर यह सप्लीमेंट्स यूज़ किए जा सकते हैं। तो मुझे लगता है कि यह डेफिनेटली वहां यूज़ हो सकता है। साथ ही साथ जो दूसरा एक्सपेरिमेंट है, वह Microalgae की ग्रोथ के ऊपर। यह Microalgae बहुत छोटे होते हैं, लेकिन बहुत Nutritious होते हैं, तो अगर हम इनकी ग्रोथ देख सकते हैं यहां पर और ऐसा प्रोसेस ईजाद करें कि यह ज्यादा तादाद में हम इन्हें उगा सके और न्यूट्रिशन हम प्रोवाइड कर सकें, तो कहीं ना कहीं यह फूड सिक्योरिटी के लिए भी बहुत काम आएगा धरती के ऊपर। सबसे बड़ा एडवांटेज जो है स्पेस का, वह यह है कि यह जो प्रोसेस है यहां पर, यह बहुत जल्दी होते हैं। तो हमें महीनों तक या सालों तक वेट करने की जरूरत नहीं होती, तो जो यहां के जो रिजल्‍ट्स होते हैं वो हम और…

प्रधानमंत्री: शुभांशु चंद्रयान की सफलता के बाद देश के बच्चों में, युवाओं में विज्ञान को लेकर एक नई रूचि पैदा हुई, अंतरिक्ष को explore करने का जज्बा बढ़ा। अब आपकी ये ऐतिहासिक यात्रा उस संकल्प को और मजबूती दे रही है। आज बच्चे सिर्फ आसमान नहीं देखते, वो यह सोचते हैं, मैं भी वहां पहुंच सकता हूं। यही सोच, यही भावना हमारे भविष्य के स्पेस मिशंस की असली बुनियाद है। आप भारत की युवा पीढ़ी को क्या मैसेज देंगे?

शुभांशु शुक्ला: प्रधानमंत्री जी, मैं अगर मैं अपनी युवा पीढ़ी को आज कोई मैसेज देना चाहूंगा, तो पहले यह बताऊंगा कि भारत जिस दिशा में जा रहा है, हमने बहुत बोल्ड और बहुत ऊंचे सपने देखे हैं और उन सपनों को पूरा करने के लिए, हमें आप सबकी जरूरत है, तो उस जरूरत को पूरा करने के लिए, मैं ये कहूंगा कि सक्सेस का कोई एक रास्ता नहीं होता कि आप कभी कोई एक रास्ता लेता है, कोई दूसरा रास्ता लेता है, लेकिन एक चीज जो हर रास्ते में कॉमन होती है, वो ये होती है कि आप कभी कोशिश मत छोड़िए, Never Stop Trying. अगर आपने ये मूल मंत्र अपना लिया कि आप किसी भी रास्ते पर हों, कहीं पर भी हों, लेकिन आप कभी गिव अप नहीं करेंगे, तो सक्सेस चाहे आज आए या कल आए, पर आएगी जरूर।

प्रधानमंत्री: मुझे पक्का विश्वास है कि आपकी ये बातें देश के युवाओं को बहुत ही अच्छी लगेंगी और आप तो मुझे भली-भांति जानते हैं, जब भी किसी से बात होती हैं, तो मैं होमवर्क जरूर देता हूं। हमें मिशन गगनयान को आगे बढ़ाना है, हमें अपना खुद का स्पेस स्टेशन बनाना है, और चंद्रमा पर भारतीय एस्ट्रोनॉट की लैंडिंग भी करानी है। इन सारे मिशंस में आपके अनुभव बहुत काम आने वाले हैं। मुझे विश्वास है, आप वहां अपने अनुभवों को जरूर रिकॉर्ड कर रहे होंगे।

शुभांशु शुक्ला: जी प्रधानमंत्री जी, बिल्कुल ये पूरे मिशन की ट्रेनिंग लेने के दौरान और एक्सपीरियंस करने के दौरान, जो मुझे lessons मिले हैं, जो मेरी मुझे सीख मिली है, वो सब एक स्पंज की तरह में absorb कर रहा हूं और मुझे यकीन है कि यह सारी चीजें बहुत वैल्युएबल प्रूव होंगी, बहुत इंपॉर्टेंट होगी हमारे लिए जब मैं वापस आऊंगा और हम इन्हें इफेक्टिवली अपने मिशंस में, इनके lessons अप्लाई कर सकेंगे और जल्दी से जल्दी उन्हें पूरा कर सकेंगे। Because मेरे साथी जो मेरे साथ आए थे, कहीं ना कहीं उन्होंने भी मुझसे पूछा कि हम कब गगनयान पर जा सकते हैं, जो सुनकर मुझे बहुत अच्छा लगा और मैंने बोला कि जल्द ही। तो मुझे लगता है कि यह सपना बहुत जल्दी पूरा होगा और मेरी तो सीख मुझे यहां मिल रही है, वह मैं वापस आकर, उसको अपने मिशन में पूरी तरह से 100 परसेंट अप्लाई करके उनको जल्दी से जल्दी पूरा करने की कोशिश करेंगे।

प्रधानमंत्री: शुभांशु, मुझे पक्का विश्वास है कि आपका ये संदेश एक प्रेरणा देगा और जब हम आपके जाने से पहले मिले थे, आपके परिवारजन के भी दर्शन करने का अवसर मिला था और मैं देख रहा हूं कि आपके परिवारजन भी सभी उतने ही भावुक हैं, उत्साह से भरे हुए हैं। शुभांशु आज मुझे आपसे बात करके बहुत आनंद आया, मैं जानता हूं आपकी जिम्मे बहुत काम है और 28000 किलोमीटर की स्पीड से काम करने हैं आपको, तो मैं ज्यादा समय आपका नहीं लूंगा। आज मैं विश्वास से कह सकता हूं कि ये भारत के गगनयान मिशन की सफलता का पहला अध्याय है। आपकी यह ऐतिहासिक यात्रा सिर्फ अंतरिक्ष तक सीमित नहीं है, ये हमारी विकसित भारत की यात्रा को तेज गति और नई मजबूती देगी। भारत दुनिया के लिए स्पेस की नई संभावनाओं के द्वार खोलने जा रहा है। अब भारत सिर्फ उड़ान नहीं भरेगा, भविष्य में नई उड़ानों के लिए मंच तैयार करेगा। मैं चाहता हूं, कुछ और भी सुनने की इच्छा है, आपके मन में क्योंकि मैं सवाल नहीं पूछना चाहता, आपके मन में जो भाव है, अगर वो आप प्रकट करेंगे, देशवासी सुनेंगे, देश की युवा पीढ़ी सुनेगी, तो मैं भी खुद बहुत आतुर हूं, कुछ और बातें आपसे सुनने के लिए।

|

शुभांशु शुक्ला: धन्यवाद प्रधानमंत्री जी! यहां यह पूरी जर्नी जो है, यह अंतरिक्ष तक आने की और यहां ट्रेनिंग की और यहां तक पहुंचने की, इसमें बहुत कुछ सीखा है प्रधानमंत्री जी मैंने लेकिन यहां पहुंचने के बाद मुझे पर्सनल accomplishment तो एक है ही, लेकिन कहीं ना कहीं मुझे ये लगता है कि यह हमारे देश के लिए एक बहुत बड़ा कलेक्टिव अचीवमेंट है। और मैं हर एक बच्चे को जो यह देख रहा है, हर एक युवा को जो यह देख रहा है, एक मैसेज देना चाहता हूं और वो यह है कि अगर आप कोशिश करते हैं और आप अपना भविष्य बनाते हैं अच्छे से, तो आपका भविष्य अच्छा बनेगा और हमारे देश का भविष्य अच्छा बनेगा और केवल एक बात अपने मन में रखिए, that sky has never the limits ना आपके लिए, ना मेरे लिए और ना भारत के लिए और यह बात हमेशा अगर अपने मन में रखी, तो आप आगे बढ़ेंगे, आप अपना भविष्य उजागर करेंगे और आप हमारे देश का भविष्य उजागर करेंगे और बस मेरा यही मैसेज है प्रधानमंत्री जी और मैं बहुत-बहुत ही भावुक और बहुत ही खुश हूं कि मुझे मौका मिला आज आपसे बात करने का और आप के थ्रू 140 करोड़ देशवासियों से बात करने का, जो यह देख पा रहे हैं, यह जो तिरंगा आप मेरे पीछे देख रहे हैं, यह यहां नहीं था, कल के पहले जब मैं यहां पर आया हूं, तब हमने यह यहां पर पहली बार लगाया है। तो यह बहुत भावुक करता है मुझे और बहुत अच्छा लगता है देखकर कि भारत आज इंटरनेशनल स्पेस स्टेशन पहुंच चुका है।

प्रधानमंत्रीशुभांशु, मैं आपको और आपके सभी साथियों को आपके मिशन की सफलता के लिए बहुत-बहुत शुभकामनाएं देता हूं। शुभांशु, हम सबको आपकी वापसी का इंतजार है। अपना ध्यान रखिए, मां भारती का सम्मान बढ़ाते रहिए। अनेक-अनेक शुभकामनाएं, 140 करोड़ देशवासियों की शुभकामनाएं और आपको इस कठोर परिश्रम करके, इस ऊंचाई तक पहुंचने के लिए बहुत-बहुत धन्यवाद देता हूं। भारत माता की जय!

शुभांशु शुक्ला: धन्यवाद प्रधानमंत्री जी, धन्यवाद और सारे 140 करोड़ देशवासियों को धन्यवाद और स्पेस से सबके लिए भारत माता की जय!