“৩১ অক্টোবৰ দেশৰ চুক-কোনে জাতীয়তাবাদী মনোভাৱৰ উৎসৱত পৰিণত হৈছে”
“লালকিল্লাত ১৫ আগষ্ট, কৰ্তব্য পথত ২৬ জানুৱাৰীৰ পেৰেড আৰু ষ্টেছ্যু অৱ ইউনিটীৰ তলত একতা দিৱস উদযাপন ৰাষ্ট্ৰীয় উত্থানৰ ত্ৰিনিটিত পৰিণত হৈছে”
“ষ্টেছ্যু অফ ইউনিটীয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শক প্ৰতিনিধিত্ব কৰে”
“দাসত্বৰ মানসিকতা পৰিত্যাগ কৰাৰ প্ৰতিশ্ৰুতিৰে ভাৰত অগ্ৰসৰ হৈছে”
“ভাৰতৰ বাবে অসাধ্য একো নাই”
“আজি একতা নগৰে বিশ্ব সেউজ চহৰ হিচাপে স্বীকৃতি লাভ কৰিছে”
“আজি সমগ্ৰ বিশ্বই ভাৰতৰ অদম্য দৃঢ়তা, ইয়াৰ জনসাধাৰণৰ সাহস আৰু সুস্থিৰতাক স্বীকাৰ কৰিছে”
“ৰাষ্ট্ৰীয় ঐক্যৰ বাটত, আমাৰ উন্নয়ন যাত্ৰাত আটাইতকৈ ডাঙৰ বাধা হৈছে তুষ্টিকৰণৰ ৰাজনীতি”
“এখন সমৃদ্ধিশালী ভাৰতৰ আকাংক্ষাক বাস্তৱায়িত কৰিবলৈ আমি আমাৰ দেশৰ ঐক্য বজাই ৰখাৰ দিশত নিৰন্তৰ কাম কৰিব লাগিব”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ চৰ্দাৰ পেটেলৰ জন্ম বাৰ্ষিকীত উপলক্ষে তেওঁ তেওঁৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে বিএছএফ আৰু বিভিন্ন ৰাজ্যিক আৰক্ষীৰ দলৰ দলৰে গঠিত ৰাষ্ট্ৰীয় একতা দিৱস পেৰেড, মহিলা চিআৰপিএফ বাইকাৰ্ছৰ ডেয়াৰডেভিল শ্ব’, বিএছএফৰ মহিলা পাইপ বেণ্ড, গুজৰাট মহিলা আৰক্ষীৰ নৃত্য প্ৰদৰ্শন, বিশেষ এনচিচি শ্ব’, স্কুল বেণ্ডৰ প্ৰদৰ্শন, ভাৰতীয় বায়ু সেনাৰ ফ্লাই পাষ্ট, সজীৱ গাঁওসমূহৰ অৰ্থনৈতিক জীৱনমুখীতা প্ৰদৰ্শন উপভোগ কৰে৷

 

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাষ্ট্ৰীয় একতা দিৱসত ভাৰতৰ যুৱক-যুৱতী আৰু ইয়াৰ যোদ্ধাসকলৰ ঐক্যৰ শক্তি উদযাপন কৰা হয়। “এক প্ৰকাৰে মই ক্ষুদ্ৰ ভাৰতৰ ছবি প্ৰত্যক্ষ কৰিছো '', প্ৰধানমন্ত্ৰীয়ে সজোৰে কয়। ভাষা, ৰাজ্য আৰু পৰম্পৰা বেলেগ বেলেগ হ’লেও দেশৰ প্রতিজন ব্যক্তি ঐক্যৰ বলিষ্ঠ সূতাৰে গাঁথা বুলি তেওঁ আলোকপাত কৰে৷ “অসংখ্য বীজ আছে, কিন্তু মালা এডাল। আমি বৈচিত্ৰ্যপূৰ্ণ হ’লেও আমি ঐক্যবদ্ধভাৱে আছো”, তেওঁ কয়। ১৫ আগষ্ট আৰু ২৬ জানুৱাৰীক যেনেকৈ স্বাধীনতা আৰু গণৰাজ্য দিৱস হিচাপে স্বীকৃতি দিয়া হয়, তেনেকৈয়ে প্ৰধানমন্ত্ৰীয়ে ৩১ অক্টোবৰ দিনটো সমগ্ৰ দেশতে একতাৰ উৎসৱত পৰিণত হৈছে বুলি দৃঢ়তাৰে কয়। তেওঁ কয় যে লালকিল্লাত স্বাধীনতা দিৱস উদযাপন, কৰ্তব্য পথত গণৰাজ্য দিৱসৰ পেৰেড আৰু মা নৰ্মদাৰ পাৰত ষ্টেছ্যু অফ ইউনিটীৰ দ্বাৰা ৰাষ্ট্ৰীয় একতা দিৱস উদযাপন ৰাষ্ট্ৰীয় উত্থানৰ ত্ৰিনিটীত পৰিণত হৈছে। আজিৰ কাৰ্যসূচী সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে একতা নগৰ ভ্ৰমণ কৰাসকলে কেৱল ষ্টেছ্যু অফ ইউনিটীৰ সাক্ষী হোৱাই নহয়, ভাৰতৰ ৰাষ্ট্ৰীয় সংহতিৰ দিশত চৰ্দাৰ চাহাবৰ জীৱন আৰু অৱদানৰ আভাসো পায়। “ষ্টেছ্যু অফ ইউনিটীয়ে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ আদৰ্শক প্ৰতিনিধিত্ব কৰে”, শ্ৰী মোদীয়ে কয়। প্ৰতিমূৰ্তি নিৰ্মাণত নাগৰিকসকলৰ অৱদানৰ কথা উল্লেখ কৰি কৃষকে নিজৰ সঁজুলি দান কৰা উদাহৰণ দাঙি ধৰে। ঐক্যৰ প্ৰাচীৰ নিৰ্মাণৰ বাবে ভাৰতৰ বিভিন্ন প্ৰান্তৰ মাটি একত্ৰিত কৰাৰ কথাও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে জনায় যে সমগ্ৰ দেশতে ‘একতাৰ বাবে দৌৰ’ আৰু অন্যান্য সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰি কোটি কোটি নাগৰিকে ৰাষ্ট্ৰীয় একতা দিৱসৰ উদযাপনৰ সৈতে জড়িত হৈছে। “এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ মনোভাৱ উদযাপন কৰিবলৈ একত্ৰিত হোৱা ১৪০ কোটি নাগৰিকৰ মূলতে হৈছে চৰ্দাৰ চাহেবৰ আদৰ্শ”, চৰ্দাৰ পেটেলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ৰাষ্ট্ৰীয় একতা দিৱস উপলক্ষে নাগৰিকসকলক অভিনন্দন জনাই প্ৰধানমন্ত্ৰীয়ে কয়।

 

প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে এই সময়ছোৱাত ভাৰত এখন সমৃদ্ধিশালী আৰু উন্নত দেশলৈ পৰিণত হোৱাৰ বাবে আগন্তুক ২৫ বছৰ দেশৰ বাবে এই শতিকাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ৷ স্বাধীনতাৰ ঠিক পূৰ্বৰ ২৫ বছৰত যি সমৰ্পণৰ মনোভাৱ প্ৰত্যক্ষ কৰা হৈছিল, দেশৰ সেই মনোভাৱ প্ৰদৰ্শনৰ বাবে তেওঁ আহ্বান জনায়। তেওঁ বিশ্বত ভাৰতৰ ক্ৰমবৰ্ধমান স্থিতিৰ কথা উল্লেখ কৰে। বৃহত্তম গণতন্ত্ৰৰ আকাৰক নতুন উচ্চতালৈ লৈ যোৱাৰ সময়ত আমি গৌৰৱ অনুভৱ কৰিছো।’ তেওঁ নিৰাপত্তা, অৰ্থনীতি, বিজ্ঞান, থলুৱা প্ৰতিৰক্ষা উৎপাদন আৰু ভাৰতীয়সকলে গুৰুত্বপূৰ্ণ বৈশ্বিক কোম্পানী আৰু ক্ৰীড়াত প্ৰদান কৰি থকা বিশ্ব কৰ্পৰেট নেতৃত্বৰ ক্ষেত্ৰত ভাৰতৰ শক্তিশালী স্থানৰ কথা উল্লেখ কৰে।

আগুৱাই যোৱা আৰু দাসত্বৰ মানসিকতা পৰিত্যাগ কৰাৰ প্ৰতিশ্ৰুতিৰ কথা দোঁহাৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতবৰ্ষই ইয়াৰ ঐতিহ্য সংৰক্ষণ কৰাৰ লগতে ইয়াৰ মৰ্যাদা বৃদ্ধি পাইছে।”  এই সন্দৰ্ভত তেওঁ নৌসেনাৰ পতাকাৰ পৰা ঔপনিৱেশিক চিহ্ন আঁতৰোৱা, ঔপনিৱেশিক যুগৰ অপ্ৰয়োজনীয় আইন বাতিল কৰা, আইপিচি সলনি কৰা আৰু ঔপনিৱেশিক প্ৰতিনিধিৰ ঠাইত ইণ্ডিয়া গেটৰ শোভাবৰ্ধন কৰা নেতাজীৰ মূৰ্তিৰ কথা উল্লেখ কৰে।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আজি ভাৰতৰ অসাধ্য একো নাই।” সবকা প্ৰয়াসৰ ক্ষমতাৰ সন্দৰ্ভত তেওঁ ৩৭০নং অনুচ্ছেদ বাতিলৰ কথা উল্লেখ কৰি কয় যে আজি কাশ্মীৰ আৰু দেশৰ বাকী অংশৰ মাজত থিয় হৈ থকা ৩৭০নং অনুচ্ছেদৰ বাধাৰ প্ৰাচীৰখন ভাঙি পেলোৱা হৈছে আৰু তেওঁ য’তেই নাথাকক কিয় এই কথাই নিশ্চয়কৈ চৰ্দাৰ চাহাবক সন্তুষ্ট কৰিলহেতেন৷।

দীৰ্ঘদিন ধৰি বিচাৰাধীন হৈ থকা বিষয়সমূহ সন্দৰ্ভত উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ৫-৬ দশক ধৰি অসম্পূৰ্ণ হৈ পৰি থকা চৰ্দাৰ সৰোবৰ বান্ধৰ নিৰ্মাণ কেইবছৰমানত সম্পূৰ্ণ কৰা বুলি কয়। তেওঁ কেৱাদিয়া-একতা নগৰৰ ৰূপান্তৰক সংকল্প ছে সিদ্ধিৰ উদাহৰণ হিচাপে দাঙি ধৰে৷ “আজি একতা নগৰক বিশ্ব সেউজ চহৰ হিচাপে স্বীকৃতি দিয়া হৈছে”, তেওঁ কয়। প্ৰধানমন্ত্ৰীয়ে জনোৱা মতে বিভিন্ন পৰ্যটনস্থলীৰ উপৰিও বিগত ৬ মাহত একতা নগৰত ১.৫ লাখৰো অধিক গছপুলি ৰোপণ কৰা হৈছে। স্থানীয় অঞ্চলটোত ইতিমধ্যে শক্তিশালী সৌৰশক্তি উৎপাদন আৰু চহৰীয়া গেছ বিতৰণৰ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি একতা নগৰত এখন আকৰ্ষণীয় ঐতিহ্যমণ্ডিত ৰে’লৰ সংযোজন হ’ব। তেওঁ জনোৱা মতে, যোৱা ৫ বছৰত ১.৫ কোটিতকৈ অধিক পৰ্যটকে এই স্থান ভ্ৰমণ কৰিছে, যিটোৱে স্থানীয় জনজাতীয় সমূদায়ক কৰ্মসংস্থাপনত সহায় কৰিছে।

 

প্ৰধানমন্ত্ৰীয়ে কয়, “আজি সমগ্ৰ বিশ্বই ভাৰতৰ অদম্য দৃঢ়তা আৰু ইয়াৰ জনসাধাৰণৰ সাহস আৰু সুস্থিৰতাক স্বীকাৰ কৰিছে।” তাৰ পৰাই বিশ্বই প্ৰেৰণা লোৱাৰ সময়তে তেওঁ কেতবোৰ গতিবিধিৰ বিৰুদ্ধে সতৰ্ক কৰি দিয়ে। বৰ্তমানৰ বিশ্বৰ ভূ-ৰাজনৈতিক অস্থিৰতাৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ক’ভিড মহামাৰীৰ পিছত একাধিক দেশৰ বিধ্বস্ত অৰ্থনীতিৰ ওপৰত আলোকপাত কৰে য’ত বিগত ৩০-৪০ বছৰত মুদ্ৰাস্ফীতি আৰু নিবনুৱা সমস্যাৰ শিখৰত উপনীত হৈছে। এনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ভাৰতে নতুন অভিলেখ আৰু ব্যৱস্থা সৃষ্টি কৰাৰ সমান্তৰালকৈ অবিৰতভাৱে আগুৱাই গৈছে। প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ৯ বছৰত চৰকাৰে গ্ৰহণ কৰা নীতি আৰু সিদ্ধান্তৰ ইতিবাচক প্ৰভাৱ আজি প্ৰত্যক্ষ কৰিব পাৰিছে৷ তেওঁ কয় যে কেৱল যোৱা ৫ বছৰত ১৩.৫ কোটিতকৈ অধিক ভাৰতীয় দৰিদ্ৰতাৰ পৰা ওলাই আহিছে। দেশৰ সুস্থিৰতা বজাই ৰাখিবলৈ নাগৰিকসকলক আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতক উন্নয়নৰ পথত অনা ১৪০ কোটি নাগৰিকৰ প্ৰচেষ্টা অথলে যাব নালাগে। তেওঁ লগতে কয়, ‘আমি ভৱিষ্যতৰ ওপৰত চকু ৰাখিব লাগিব আৰু ৰাষ্ট্ৰীয় লক্ষ্যত উপনীত হোৱাৰ সংকল্প অব্যাহত ৰাখিব লাগিব।

আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি লৌহ মানৱ চৰ্দাৰ চাহাবৰ অদম্য চিন্তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই সন্দৰ্ভত বিগত ৯ বছৰত গ্ৰহণ কৰা পদক্ষেপসমূহৰ তালিকা অৱগত কৰে৷ তেওঁ কয় আগতে যি সফলতা লাভ কৰিছিল, সেই সফলতাই ধ্বংসমুখী শক্তিক মষিমূৰ কৰি প্ৰত্যাহ্বানসমূহ দৃঢ়ভাৱে মোকাবিলা কৰিছে। তেওঁ দেশৰ ঐক্যৰ ওপৰত হোৱা আক্ৰমণৰ বিৰুদ্ধে সজাগ হৈ থকাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

 

শ্ৰী মোদীয়ে কয় যে ভাৰতৰ উন্নয়ন যাত্ৰাৰ আটাইতকৈ ডাঙৰ বাধা হৈছে তুষ্টিকৰণৰ ৰাজনীতি৷ তুষ্টিকৰণ ৰাজনীতিত লিপ্তসকলেও সন্ত্ৰাসবাদৰ বিৰুদ্ধে চকু মুদি মানৱতাৰ শত্ৰুৰ সৈতে থিয় দিয়াটো যোৱা কেইবাটাও দশক ধৰি জনতাই প্ৰত্যক্ষ কৰিছে। দেশৰ ঐক্য বিপন্ন কৰা এনে চিন্তাৰ বিৰুদ্ধে তেওঁ সকীয়নি প্ৰদান কৰে৷

চলিত আৰু আগন্তুক নিৰ্বাচনৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে ইতিবাচক ৰাজনীতিৰ পৰা সম্পূৰ্ণ বঞ্চিত আৰু অসামাজিক আৰু ৰাষ্ট্ৰ বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱা ফৈদক সকীয়নি প্ৰদান কৰে৷ ‘এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হ’বলৈ দেশৰ ঐক্য বজাই ৰখাৰ বাবে আমি সদায় প্ৰচেষ্টা অব্যাহত ৰাখিব লাগিব। আমি যি ক্ষেত্ৰতে নাথাকো কিয়, তাত আমাৰ ১০০ শতাংশ দিব লাগিব। উঠি অহা প্ৰজন্মক উন্নত ভৱিষ্যত দিয়াৰ একমাত্ৰ উপায় এইটোৱেই”, শ্ৰী মোদীয়ে লগতে কয়।

 

শ্ৰী মোদীয়ে মাইগভত চৰ্দাৰ পেটেলৰ ওপৰত এখন ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বিষয়েও অৱগত কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আজিৰ ভাৰত হৈছে এখন নতুন ভাৰত, য’ত প্ৰতিজন নাগৰিক আত্মবিশ্বাসেৰে ভৰি পৰিছে। এই আত্মবিশ্বাস যাতে অব্যাহত থাকে আৰু ঐক্যৰ অনুভূতি একেই থাকে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাষণৰ সামৰণিত তেওঁ জনসাধাৰণৰ হৈ চৰ্দাৰ পেটেললৈ বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি ৰাষ্ট্ৰীয় একতা দিৱসৰ বাবে সকলোকে পুনৰ শুভেচ্ছা জ্ঞাপন কৰে।

.

পটভূমি

দেশৰ ঐক্য, অখণ্ডতা আৰু নিৰাপত্তা ৰক্ষা আৰু শক্তিশালী কৰাৰ মনোভাৱ আৰু অধিক উন্নীত কৰাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰীয়ে তেওঁৰ দূৰদৰ্শী নেতৃত্বত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকীক ৰাষ্ট্ৰীয় একতা দিৱস হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। 

Click here to read full text speech

Explore More
শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

Popular Speeches

শ্ৰী ৰাম জনমভূমি মন্দিৰৰ ধ্বজাৰোহণ উৎসৱত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt

Media Coverage

UP's exports to BRICS nations, partners cross $5.36 billion in FY26: Govt
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Odisha is emerging as a gateway to growth and prosperity in eastern India: PM Modi in Pahadpur
June 20, 2026
I extend my heartfelt birthday greetings to President Smt. Droupadi Murmu Ji, I wish her long life and excellent health: PM
Pahadpur village will now be rapidly developed as a solar village, that is, solar power will be ensured in every home here: PM
The vision of the Central Government is the development of India through the development of Eastern India: PM
To uplift tribal society, we are connecting tribal youth with opportunities for education and employment: PM
These children should get better facilities for studies; for this, around 500 Eklavya Model Schools have been opened across the country: PM

जॉय जगन्नाथ! जॉय मां किचकेश्वरी! मोर सबू भाई,भौणी,मां,मौसी मानंकु मोर नमोस्कार।

माननीय राष्ट्रपति द्रौपदी मुर्मू जी, राज्यपाल श्री हरि बाबु जी, यहां के लोकप्रिय मुख्यमंत्री मोहन चरण माझी जी, उप मुख्यमंत्री कनक वर्धन सिंह देव जी, प्रवती परीदा जी, ओडिशा के मंत्री गणेश सिंह खूंटिया जी, कृष्ण चंद्र महापात्र जी, सांसद नबा चरण माझी जी, मनमोहन सामल जी, बैजयंत पांडा जी, अन्य महानुभाव, भाइयों और बहनों।

हमारा ओडिशा इन दिनों उत्सवों के आनंद में डूबा हुआ है। यहाँ का गणपर्व रज, पिछले हफ्ते ही धूमधाम से मनाया गया है। महाप्रभु जगन्नाथ जी की रथ यात्रा की तैयारियां भी पुरजोश चल रही है। मयूरभंज के बारीपदा रथ यात्रा को लेकर भी उत्साह का माहौल है। और, इस सबके बीच ही लोकतन्त्र का विकास का उत्सव भी चल रहा है। ओडिशा की बीजेपी सरकार ने अपने 2 साल भी पूर्ण किए हैं। इस मौके पर, आप सबके बीच आना, मयूरभंज आने का ये सौभाग्य, और इतनी बड़ी संख्या में आप सबकी उपस्थिति, ये अवसर मेरे लिए बहुत खास है। आपका अपनापन मुझे बार-बार यहां खींच लाता है। मैं आप सभी का हृदय से बहुत-बहुत अभिनंदन करता हूँ। और ओडिशा की जनता को डबल इंजन सरकार में विकास यात्रा की भी बधाई देता हूँ, शुभकामनाएं देता हूं। साथ ही, इस अवसर पर मैं पंडित रघुनाथ मुर्मू जी, डॉ. दमयंती बेश्रा जी, और श्री चरण हेम्ब्रम जी जैसी विभूतियों को भी नमन करता हूँ। रघुनाथ मुर्मू जी ने संथाली भाषा के लिए ओल चिकी लिपि का निर्माण किया था। हमारी सरकार ने संथाली भाषा में भारत के संविधान को प्रस्तुत किया है। ओडिशा की संतानों को पद्म सम्मान देकर सम्मानित किया है। पिछले 2 वर्षों में ओडिशा सरकार भी इन सभी विभूतियों के सपनों को पूरा करने में दिन रात पुरुषार्थ कर रही है।

साथियों,

आज का ये अवसर इसलिए भी विशेष है, क्योंकि मयूरभंज की धरती पर पली-बढ़ीं, ओडिशा की बेटी, माननीय राष्ट्रपति जी हमारे बीच उपस्थित हैं। आज उनका जन्मदिन भी है। मैं राष्ट्रपति द्रौपदी मुर्मू जी को जन्मदिन की हार्दिक बधाई और शुभकमानाएं देता हूं, मैं उनके दीर्घायु होने और उत्तम स्वास्थ्य की कामना करता हूं। जनगन्नाथ जी भगवान के श्री चरणों में प्रार्थना करता हूं। ओडिशा की बेटी आज देश के इतने बड़े पद पर पहुंची हैं, हमारा मार्गदर्शन कर रही हैं, ये हम सभी के लिए बहुत गौरव की बात है। राष्ट्रपति जी का व्यक्तित्व, उनका उदार और सहृदय स्वभाव, राष्ट्र और समाज की सेवा के लिए उनका अटल समर्पण, उन्होंने मयूरभंज ही नहीं, पूरे ओडिशा की पहचान सशस्त की है। मैं इस अवसर पर, उनका विशेष रूप से अभिनंदन करता हूँ।

साथियों,

ये कार्यक्रम जब बना, तो इसमें मूल कारण तो लॉजिस्टिक था, लंबे अर्से से यहां आने के लिए चर्चा चल रही थी, लेकिन कोई तालमेल नहीं बैठता था। 21 जून को अंतर्राष्ट्रीय योगा दिवस कोलकाता में तय हुआ, तो फिर मैंने कहा अच्छा है, आज बंग दिवस भी है, तो क्यों न मैं सुबह मयूरभंज होकर के शाम को फिर कोलकाता के कार्यक्रम में जाऊं। और इसके कारण ये 20 जून तय हुई। लेकिन कुछ चीजें ऐसी होती हैं, जिसकी मंगल कामनाएं ईश्वरआधीन होती हैं, और इसलिए आज एक शुभ मंगल हो गया, कि राष्ट्रपति का जन्मदिन भी, मुझे आज उनके गांव में जाकर के, उनको शुभकामनाएं देने का अवसर मिला।

साथियों,

आज मैं राष्ट्रपति जी के साथ पहाड़पुर भी गया था। मैं इस क्षेत्र के बच्चों के लिए उनके द्वारा बनवाए गए स्कूल भी गया। बच्चों के साथ कुछ यादगार समय बिताने का अवसर मुझे मिला। मैं देख रहा था, बच्चों के चेहरों की चमक, राष्ट्रपति जी की उपस्थिति और आत्मीयता, वहां मुझे ऐसा कुछ भी नहीं लगा, किसी बच्चे को ये लगा हो कि राष्ट्रपति जी आई हैं, हर बच्चे को लगता था उनकी मां आई है। वे बच्चे भी बहुत भाग्यवान हैं, कैसे इस क्षेत्र के गरीब, वंचित और आदिवसी समाज के बच्चों को प्रेरणा मिल रही है, उन्हें देश के लिए कुछ बड़ा करने का आत्मविश्वास मिल रहा है। मैं राष्ट्रपति जी का आभारी हूं कि उन्होंने इन अनुभवों से गुजरने का आज मुझे अवसर दिया। ये मेरा दिन, एक प्रकार से मेरी शिक्षा का दिवस था, कुछ सीखने का अवसर था मेरे लिए।

साथियों,

मैं आपको सरकार का ये निर्णय भी बताना चाहता हूं कि पहाड़पुर गांव को, अब तेजी से सुर्यग्राम, सोलर विलेज के रूप में विकसित किया जाएगा। यानी यहां हर घर में सोलर बिजली बने, इसे सुनिश्चित किया जाएगा। और हम तो बड़ा गर्व के साथ कह सकते हैं कि यही ओडिशा है, जहां कोणार्क में सुर्य मंदिर की एक पहचान है, वैसे ही पहाड़पुर सुर्यग्राम की पहचान बन जाएगा। सुर्यग्राम, से पूरा गांव सोलर विलेज के रूप में पहचाना जाए, इस दिशा में काम तुरंत शुरू हो ऐसा मेरा प्रयास रहेगा। इस अभियान से, पहाड़पुर के लोगों को मुफ्त सोलर बिजली भी मिलेगी और जो ज्यादा बिजली होगी, वो उनकी आय भी बढ़ाएगी।

साथियों,

ओडिशा में डबल इंजन सरकार के 2 साल कई मायनों में ऐतिहासिक रहे हैं। मुख्यमंत्री मोहन चरण माझी जी के नेतृत्व में, आज ओडिशा तेज गति से विकास के रास्ते पर आगे बढ़ रहा है। आज यहां गरीब कल्याण की योजनाओं से सामान्य मानवी का जीवन बदल रहा है। ओडिशा में आर्थिक गतिविधियाँ निवेश और उद्योगों को आकर्षित करने का सामर्थ्य आज नज़र आ रहा है। यहाँ रोजगार के नए अवसरों के लिए तेजी से काम हो रहा है।

साथियों,

केंद्र सरकार का विज़न है- पूर्वी भारत के विकास से भारत का विकास। इसीलिए, हम पूर्वोदय की नीति पर काम कर रहे हैं। जिस पूर्वी भारत को काँग्रेस के दौर में पिछड़ेपन का पर्याय बना दिया गया था, आज वो प्रगति का प्रवेश द्वार बन रहा है। आज ओडिशा खुद इस बदलाव का साक्षी बन रहा है।

साथियों,

ओडिशा के पास समुद्र है, खनिज संपदा है, कृषि की शक्ति है और सबसे सामर्थ्यवान यहां युवा प्रतिभा है। इस सामर्थ्य का पूरा उपयोग करने के लिए हम मिलकर काम कर रहे हैं। इसीलिए, आज ओडिशा में रेलवे इनफ्रास्ट्रक्चर में रिकॉर्ड निवेश हो रहा है। नई सड़कें और आर्थिक कॉरिडोर बन रहे हैं। पोर्ट्स का विस्तार हो रहा है। ऊर्जा, सेमीकंडक्टर, ग्रीन एनर्जी और आधुनिक उद्योगों में निवेश आ रहा है। आज भी यहां ओडिशा के विकास से जुड़ी अनेक महत्वपूर्ण परियोजनाओं का लोकार्पण और शिलान्यास हुआ है। इन परियोजनाओं पर लगभग 47 हजार करोड़ रुपये खर्च किए जाएंगे। बिजली, सड़क, रेलवे, स्वास्थ्य और शिक्षा से जुड़ी इन परियोजनाओं से, आप सभी लोगों को बहुत सुविधा होने वाली है। मैं इन परियोजनाओं के लिए ओडिशा के लोगों को बहुत बहुत बधाई देता हूं।

साथियों,

हमारी सरकार ओडिशा के संसाधनों को, ओडिशा की संभावनाओं में बदल रही है। ओडिशा में बड़ा निवेश आए, यहाँ नए उद्योग लगें, इसके लिए उत्कर्ष ओडिशा जैसे अभियान चलाए जा रहे हैं। इसके तहत, अब तक करीब 20 लाख करोड़ रुपए के निवेश प्रस्ताव मिल चुके हैं। साढ़े 3 लाख करोड़ रुपए से ज्यादा की अनेक मेगा परियोजनाओं पर भी काम चल रहा है। उद्योगों के लिए अनुकूल वातावरण बने, इसके लिए ओडिशा के समग्र विकास पर ध्यान दिया जा रहा है। पावर सेक्टर में 6 हजार करोड़ रुपए से ज्यादा का निवेश हो रहा है। समृद्ध शहर योजना के तहत शहरी विकास को गति दी जा रही है। आने वाले वर्षों में इन प्रयासों का परिणाम हमें देखने को मिलने वाला है।

साथियों,

डबल इंजन सरकार की बड़ी विशेषता ये है कि वो खुद जनता तक पहुँचती है। हमारा प्रयास है कि सामान्य नागरिक को किसी समस्या के समाधान के लिए अनावश्यक चक्कर न लगाने पड़े। इन्हीं प्रयासों का परिणाम है कि युवाओं, महिलाओं, किसानों और आम लोगों की अपेक्षाएँ आज पूरी हो रही हैं। आप देखिए, धान खरीद में किसानों को 3,100 रुपये प्रति क्विंटल देने का निर्णय लिया गया। सुभद्रा योजना के माध्यम से एक करोड़ से अधिक माताओं और बहनों तक आर्थिक सहायता पहुंचाई गई। आयुष्मान भारत को लागू करके ओडिशा के परिवारों के लिए देशभर के अस्पतालों में इलाज का रास्ता खोला गया। आदिवासी विद्यार्थियों की पढ़ाई बीच में न छूटे, इसके लिए माधो सिंह हाथ-खर्चा योजना शुरू की गई। महाप्रभु श्री जगन्नाथ जी के भक्तों की भावनाओं का सम्मान करते हुए श्रीमंदिर के श्रद्धालुओं के लिए सारे द्वार खोल दिए गए, चारों-चार द्वार खोल दिए गए। डबल इंजन की ताकत मिलने से आज यहां चारों दिशाओं में विकास सुनिश्चित हो रहा है।

साथियों,

यहां बीते दिनों स्वच्छता को लेकर जो विशेष अभियान चला है, उसकी भी मुझे जानकारी मिली है। और मैं देख रहा था सोशल मीडिया में तो सफाई अभियान छाया हुआ है, यानी स्वच्छता से स्वागत, मैं ओडिशा की इस पहल के लिए, यहां के नगारिको का, सरकार का, मुख्यमंत्री जी का, इस प्रशंसनीय पहल के लिए बहुत ही प्रशंसा करता हूं, संतोष व्यक्त करता हूं।

साथियों,

स्वच्छता हमारे जीवन शैली का हिस्सा होनी चाहिए, हर रोज की आदत होनी चाहिए। मैं यहां स्वच्छता अभियान से जुड़े सभी लोगों का हृदय से बहुत-बहुत अभिनंदन करता हूं।

साथियों,

मैंने अपने जीवन का कुछ महत्वपूर्ण कालखंड जनजातीय क्षेत्रों में एक वालंटियर के रूप में काम करते हुए बिताया है। माननीय राष्ट्रपति जी तो बरसों तक ऐसे क्षेत्रों में चुनौतियां का सामना करती रही हैं। आप और हम जानते हैं कि जनजातीय क्षेत्रों में जीवन की सुविधाएं आसानी से नहीं पहुंचती थीं। इसलिए, हमारी सरकार ने जनजातीय विकास को बहुत प्राथमिकता दी है। हमने ऐसे इलाकों को सुविधाओं से जोड़ने के लिए धरती आबा जनजातीय ग्राम उत्कर्ष अभियान शुरू किया। इसके तहत स्वास्थ्य, शिक्षा, सड़क, आवास से जुड़े विभाग मिलकर के सर्वागीण विकास के लिए काम कर रहे हैं। ताकि वहां रहने वाले लोगों की कठिनाइयां दूर हो सकें। इसी तरह, पीएम जनमन अभियान तो राष्ट्रपति जी के साथ हुई चर्चाओं का, उनके मार्गदर्शन का ही परिणाम है। ये विशेष रूप से देश के ऐसे जनजातीय समूहों के लिए है, जो जनजातीय समुदाय में भी सबसे पीछे रह गए हैं। ऐसे जनजातीय समुदायों तक अब सरकार स्वयं चलकर उनके गांव, उनके दरवाजे तक पहुंच रही है।

साथियों,

आदिवासी समाज के उत्थान के लिए हम आदिवासी युवाओं को शिक्षा और रोजगार के अवसरों से जोड़ रहे हैं। इन बच्चों को पढ़ाई की बेहतर सुविधा मिले, इसके लिए देश में करीब 500 एकलव्य मॉडल स्कूल खोले गए हैं। करीब साढ़े सात सौ एकलव्य स्कूल स्वीकृत किए गए हैं। प्री-मैट्रिक और पोस्ट मैट्रिक लेवल पर, डेढ़ करोड़ से अधिक आदिवासी बच्चों को सैकड़ों करोड़ रुपए की स्कॉलर्शिप दी गई है। मुझे ये बताते हुए भी खुशी है कि यहां मयूरभंज में एक और नवोदय विद्यालय बनाने के लिए भी स्वीकृति दे दी गई है।

साथियों,

दूर-दराज इलाकों में रहने के कारण, जनजातीय समाज स्वास्थ्य से जुड़ी कठिनाइयों का भी शिकार रहा है। सिकल सेल एनीमिया जैसी बीमारियाँ एक बहुत बड़ी चुनौती रही हैं। हमने इनके खिलाफ देश भर में अभियान चलाया, चार करोड़ से ज्यादा हेल्थ कार्ड बांटे, मुफ्त इलाज के लिए करोड़ों आदिवासी लाभार्थियों को आयुष्मान कार्ड दिये। जल जीवन मिशन के तहत घर-घर साफ पानी पहुंचाया जा रहा है। इन प्रयासों का परिणाम आज हमें दिख रहा है। आदिवासी समाज दशकों पुरानी कठिनाइयों से बाहर आ रहा है, और, विकास की मुख्यधारा का हिस्सा बन रहा है।

साथियों,

आने वाले समय में हमारे सामने दो महत्वपूर्ण पड़ाव हैं। 2036 में ओडिशा के गठन के 100 वर्ष पूरे होंगे। और, 2047 में भारत की स्वतंत्रता के 100 वर्ष पूरे होने वाले हैं। यानी, ओडिशा और देश का लक्ष्य एक ही दिशा में है। ओडिशा की अर्थव्यवस्था मजबूत होगी, तो भारत मजबूत होगा। मुझे ओडिशा के सामर्थ्य पर भरोसा है। हमें मिलकर ओडिशा को विकास की बुलंदियों पर पहुंचाना है।

साथियों,

कल 21 जून को अंतर्राष्ट्रीय योग दिवस भी मनाया जाना है। ज्ञान और योग की धरती ओडिशा, योग यहाँ के संस्कारों का हिस्सा रहा है। मैं ओडिशा की धरती से पूरे देश से, पूरी दुनिया के लोगों से आह्वान करता हूँ, आप सब ज्यादा से ज्यादा संख्या में योग दिवस में हिस्सा लें। मैं एक बार फिर आप सभी को आज के अवसर, और विकास परियोजनाओं की बहुत-बहुत बधाई देता हूं। मैं माननीय राष्ट्रपति जी का विशेष रूप से आभार प्रकट करता हूं, कि मुझे उनके साथ उनकी कर्मभूमि को देखने का मौका मिला। एक बार फिर उन्हें जन्मदिन की बहुत-बहुत बधाई। बहुत-बहुत धन्यवाद।

जय जगन्नथ।

जय जगन्नथ।

जय जगन्नथ।