১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ এন্টনিঅ’ কোষ্টাৰ সৈতে এক ফলপ্ৰসূ বাৰ্তালাপত মিলিত হয়।
এক্স-ৰ এটা প’ষ্টত তেখেতে এইদৰে লিখিছেঃ
“ইউৰোপিয়ান কাউন্সিলৰ অধ্যক্ষ এন্টনিঅ’ কোষ্টাৰ সৈতে ফলপ্ৰসূ বাৰ্তালাপত মিলিত হওঁ।
@eucopresident”
Productive conversation with Mr. António Costa, President of the European Council.@eucopresident pic.twitter.com/7KsOTXzcTs
— Narendra Modi (@narendramodi) June 17, 2025


